Author: এন ই নাও নিউজ, গুৱাহাটী
গোপীনাথ বৰদলৈ ৰোডৰ উৰণীয়া সেতু সম্প্ৰসাৰণত আদালতৰ আদেশ উলংঘাক গৰিহণা গুৱাহাটীৰ সচেতন নাগৰিকৰ
বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰে গুৱাহাটীৰ সচেতন নাগৰিকে। পূৰ্বতে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশক উলংঘা কৰি গোপীনাথ বৰদলৈ উৰণীয়া…
ওমৰ খালিদ আৰু অন্যান্যৰ জামিন আবেদনৰ বিৰুদ্ধে শপতনামা দাখিল দিল্লী চৰকাৰৰ
দুহেজাৰ বিশ চনৰ দিল্লীত ঘটা সংঘৰ্ষৰ গোচৰত ওমৰ খালিদ আৰু অন্যান্যসকলৰ হৈ দাখিল কৰা জামিন আৱেদনৰ বিৰুদ্ধে বৃহস্পতিবাৰে (৩০ অক্টোবৰ )শপতনামা দাখিল…
ৰাছিয়া-চীনক দেখি ট্ৰাম্পৰো উঠিল গা! ৩৩ বছৰৰ পিছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই
ক্ষমতালৈ উভতি অহাৰ পিছত ইটোৰ পিছত সিটো অভূতপূৰ্ব সিদ্ধান্ত লৈ আহিছে। এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ ক্ষিপ্ৰ কৰাৰ সিদ্ধান্ত…
প্ৰত্যাহ্বানমূলক হ’ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন; বাধা দিব পাৰে দেশী-বিদেশী শক্তিয়ে – মহম্মদ ইউনুছ
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী (মুখ্য উপদেষ্টা) মহম্মদ ইউনুছে চলিত বৰ্ষৰ শেষৰ ফালে নতুবা ২০২৬ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত দেশী-বিদেশী প্ৰভাৱশালী…
ভুৱা বিজ্ঞানী গ্ৰেপ্তাৰ, উদ্ধাৰ পাৰমাণৱিক তথ্যৰ নথি আৰু ১৪খন মানচিত্ৰ!
শেহতীয়াকৈ মুম্বাইত গ্ৰেপ্তাৰ কৰা হৈছে দেশৰ প্ৰধান পাৰমাণৱিক গৱেষণা কেন্দ্ৰ ভাৱা এটমিক ৰিচাৰ্চ চেণ্টাৰ (BARC)ৰ এজন ভুৱা বিজ্ঞানীক। এই ঘটনাত এইবাৰ সকলো…
বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান; শোকস্তব্ধ সাংস্কৃতিক জগত
বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে…
টুইটাৰত তীব্ৰ বাক-যুদ্ধ! অসমৰ মুখ্যমন্ত্ৰীক ‘তৃতীয় শ্ৰেণীৰ কুটিল’ আখ্যা প্ৰিয়ংক খাৰ্গেৰ
ছেমিকণ্ডাক্টৰ উদ্যোগক লৈ আৰম্ভ হোৱা বিতৰ্কই এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেৰ মাজত এক তীব্ৰ বাদানুবাদৰ সৃষ্টি…
আজি অভিশপ্ত ৩০ অক্টোবৰ: অসমৰ ইতিহাসৰ সেই ক’লা দিনটো!
আজি ৩০ অক্টোবৰ, অসমৰ ইতিহাসৰ এক ক’লা দিন। এই দিনটোতেই, ২০০৮ চনত, ধাৰাবাহিক বোমা বিস্ফোৰণত বহু লোকে প্ৰাণ হেৰুৱাইছিল আৰু বহুতো লোক…
উচ্চতম ন্যায়ালয়ে অপৰাধমূলক বিচাৰত অভিযোগনামা দাখিল কৰিবৰ বাবে দেশজুৰি কঠোৰ সময়সীমা নিৰ্ধাৰণৰ পৰিকল্পনা…
ভাৰতৰ উচ্চতম ন্যায়ালয়ে অপৰাধমূলক বিচাৰত অভিযোগনামা (Charge Sheet) দাখিল কৰাৰ বাবে সমগ্ৰ দেশৰ নিম্ন আদালতসমূহৰ বাবে কঠোৰ সময়সীমা নিৰ্ধাৰণ কৰাৰ নিয়ম প্ৰণয়নৰ…
২০২৬ নিৰ্বাচনৰ প্ৰাকক্ষণত উত্তপ্ত অসম: ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ধেমাজিত বিশাল জোঁৰ সমদল
সমাগত ২০২৬ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে, অসমত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক লৈ আৰম্ভ হোৱা প্ৰতিবাদেও…