NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

অসম

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

ফেচবুক মেচেঞ্জাৰত আৰম্ভ হৈছিল চ্যাট। নিশা নামৰ এগৰাকী মহিলা। ইনষ্টাগ্ৰামত তেওঁৰ নাম আছিল পুনম। পিছত ৰেলপথত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। প্ৰথমতে আৰক্ষীয়ে…

এন ই নাও নিউজ, গুৱাহাটী · July 2, 2026 5:57 pm
অসম

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

অহা ৫ জুলাইত অনুষ্ঠিত হ’বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষা, ২০২৫ৰ বাবে ১৫টা পৰীক্ষা কেন্দ্ৰৰ আটাইকেইটাৰে আশে-পাশে গুৱাহাটী আৰক্ষী…

এন ই নাও নিউজ, গুৱাহাটী · July 2, 2026 5:08 pm
Popular Stories

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

উচ্চতম ন্যায়ালয়ে ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ বৰ্ধিত ব্যৱহাৰক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে। ন্যায়ালয়ে…

এন ই নাও নিউজ, গুৱাহাটী · July 2, 2026 4:40 pm
Popular Stories

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

দিল্লী উচ্চ ন্যায়ালয়ে টিভি টুডেৰ জ্যেষ্ঠ সাংবাদিক অঞ্জনা ওম কাশ্যপ আৰু জনপ্ৰিয় শিক্ষক ফৈজল খান ওৰফে খান ছাৰৰ মাজত চলি থকা মানহানিৰ…

এন ই নাও নিউজ, গুৱাহাটী · July 2, 2026 4:10 pm
অসম

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

আৰক্ষীয়ে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে তেওঁৰ পত্নী সোণমৰ নাম উল্লেখ কৰিছিল। শেহতীয়াকৈ শ্বিলঙৰ নিম্ন আদালতে সোণম ৰঘুবংশীৰ জামিন মঞ্জুৰ কৰিছিল।…

এন ই নাও নিউজ, গুৱাহাটী · July 2, 2026 3:56 pm
Popular Stories

আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

ফুটবল খেলত ৰেড কাৰ্ড পোৱাটো যিকোনো দলৰ বাবে এটা ডাঙৰ আঘাত হিচাপে গণ্য কৰা হয়। কিন্তু চলিত বিশ্বকাপত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবিহে…

এন ই নাও নিউজ, গুৱাহাটী · July 2, 2026 3:54 pm
Popular Stories

ত্ৰিম্বকেশ্বৰৰ অমৃত কুণ্ডৰ তলত উদ্ধাৰ অতি কমেও ২৪০ বছৰ পুৰণি প্ৰাচীন শিৱলিংগ

মহাৰাষ্ট্ৰৰ নাছিকত অৱস্থিত বিখ্যাত ত্ৰিম্বকেশ্বৰ জ্যোতিৰ্লিংগ মন্দিৰত এক আচৰিত ঘটনা ঘটিছে। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে মন্দিৰৰ প্ৰায় ৬৫ ফুট গভীৰ অমৃত কুণ্ড…

এন ই নাও নিউজ, গুৱাহাটী · July 2, 2026 3:38 pm
Popular Stories

EPFO-ৰ নতুন নিয়ম: এতিয়াৰে পৰা ১৮০০ টকাৰ ওপৰৰ PF বৰঙণি হ’ব স্বেচ্ছামূলক; ইয়াৰ অৰ্থ কি ?

দৰমহা পোৱা কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰে পুৰণি ইপিএফ আঁচনি ১৯৫২–ৰ সলনি নতুন কৰ্মচাৰী ভৱিষ্যনিধি আঁচনি ২০২৬ ঘোষণা কৰিছে। আপোনাৰ…

এন ই নাও নিউজ, গুৱাহাটী · July 2, 2026 3:19 pm
Uncategorized

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১২৫ বছৰীয়া গুৰুদ্বাৰ! ভাৰতৰ কঠোৰ নিন্দা

পাকিস্তানৰ পঞ্জাব প্ৰদেশত এটা ১২৫ বছৰ পুৰণি গুৰুদ্বাৰ ধ্বংস কৰাৰ অভিযোগ উঠিছে এজন স্থানীয় ব্যৱসায়ীৰ বিৰুদ্ধে। এই ঘটনাক লৈ বৰ্তমান তীব্ৰ বিতৰ্কৰ…

এন ই নাও নিউজ, গুৱাহাটী · July 2, 2026 3:16 pm
অসম

‘ভাৰতৰ পৰা পেপচিকোৰ চিইঅ’ হোৱাটো সম্ভৱ নাছিল… চীনত জীৱন সহজ’, ইন্দ্ৰা নুয়ীৰ মন্তব্যত বিতৰ্ক

ভাৰতীয় মূলৰ পেপচিকোৰ প্ৰাক্তন চিইঅ’ ইন্দ্ৰা নুয়ীৰ শেহতীয়া মন্তব্যক কেন্দ্ৰ কৰি এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে। আমেৰিকাৰ হুভাৰ ইনষ্টিটিউচনক দিয়া এক দীঘলীয়া…

এন ই নাও নিউজ, গুৱাহাটী · July 2, 2026 3:13 pm