Author: এন ই নাও নিউজ, গুৱাহাটী
যুদ্ধবিৰতিৰ মাজতে আক্ৰমণ-প্ৰত্যাক্ৰমণ পাকিস্তান-আফগানিস্তানৰ; কমেও ১৭ জন নিহত
যুদ্ধবিৰতিৰ মাজতে পাকিস্তান আৰু আফগানিস্তানে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ দাবী কৰিছে। যোৱা শুকুৰবাৰে নিশা আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণত ১০ জন লোক নিহত হোৱা বুলি দাবী…
জুবিন অবিহনে এটা মাহ! ন্যায়ৰ আশাত বন্দী আত্মীয়-গুণমুগ্ধ
জুবিন গাৰ্গ অবিহনে এটা মাহ সম্পূৰ্ণ হ’ল। জুবিনৰ অনুপস্থিতিত এই ৩০টা দিন অনুৰাগী সকলে কেনেকৈ পাৰ কৰিছে, তাক পৃথকে বহলাই কোৱাৰ প্ৰয়োজন…
‘ৰজাৰ শাসন নিবিচাৰো’, No Kings Protest-ত উত্তাল আমেৰিকাৰ ৰাজপথ; নিদ্ৰা হৰিছে ট্ৰাম্পৰ
স্বৈৰাচাৰ নিপাত যাওক। লণ্ডন, ৱাশ্বিংটন, মাদ্ৰিদ, সকলোতে শুনা গৈছে এই শ্লোগান। মাথোঁ ভাষাটো বেলেগ। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। সকলোৰে মুখত…
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ছাত্ৰ-আৰক্ষীৰ সংঘৰ্ষ; ২৮ গৰাকী শিক্ষাৰ্থীক আটক
ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বতাহ বলি থকাৰ মাজতে উত্তাল হৈ পৰিছে দিল্লীৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্ছিটিৰ (জে এন ইউ) কেম্পাছ। সংঘটিত হৈছে শিক্ষাৰ্থীৰ…
বিশ্বজুৰি বিয়পিছে ‘এমপক্স’, উদ্বিগ্ন চিকিৎসক সমাজ!
শেহতীয়াকৈ বিশ্বজুৰি এক নতুন আশংকা বিয়পি পৰিছে। এই নতুন সংশয়ৰ নাম হৈছে ‘Mpox’। ইতিমধ্যে পূব আফ্ৰিকাৰ বিভিন্ন দেশত এমপক্সৰ প্ৰাদুৰ্ভাৱ বিয়পি পৰিছে।…
সদস্য বাছনি প্ৰক্ৰিয়াক লৈ বিতৰ্কৰ আৱৰ্তত গুৱাহাটী প্ৰেছ ক্লাব!
সদস্যপদ দিয়াক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে গুৱাহাটী প্ৰেছ ক্লাব৷ সদস্য তালিকাৰ পৰা কেইবাগৰাকীও কৰ্মৰত সাংবাদিকক আঁতৰাই দিয়াৰ অভিযোগৰ পাছতে গুৱাহাটী প্ৰেছ…
সামাজিক হেচাঁত দুই পৃথক ধৰ্মৰ দম্পতীক অবৈধভাৱে আটক! আৰক্ষীক ধমক হাইকোৰ্টৰ
শনিবাৰে উত্তৰ প্ৰদেশ আৰক্ষীক এহাল আন্তঃধৰ্মীয় দম্পতীক অবৈধভাৱে আটক কৰাৰ বাবে এলাহবাদ উচ্চ ন্যায়ালয়ে তীব্ৰ সমালোচনা কৰে। এই কাৰ্যক ন্যায়ালয়ে তেওঁলোকৰ মৌলিক…
তৃতীয় লিংগৰ অধিকাৰ সুৰক্ষাৰ বাবে কঠোৰ নির্দেশনা উচ্চতম ন্যায়ালয়ৰঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা
দেশৰ তৃতীয় লিংগ ব্যক্তিসকলৰ প্ৰতি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা “উদাসীনতা”ক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ। ন্যায়ালয়ৰ বিচাৰপীঠে শেহতীয়া এক ৰায়দানত ঐতিহাসিক…
প্ৰত্যাহ্বানৰ সন্মুখীন গাজা শান্তি চুক্তি: পুনৰ বিফল হ’ব নেকি যুদ্ধবিৰতি?
প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত স্বাক্ষৰীত ২০ দফীয়া গাজা শান্তি চুক্তি। চুক্তিৰ এটা মূল চৰ্ত অনুসৰি হামাছে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ…
নিৰ্লজ্জ পাকিস্তান! ভাৰতক পুনৰ পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি
শেহতীয়াকৈ পাকিস্তানে কাবুলত বিমান আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰত্যুত্তৰত তালিবানেও প্ৰতি আক্ৰমণ কৰে। তালিবানৰ আক্ৰমণত পাকিস্তানৰ সীমান্ত অঞ্চল বিধ্বস্ত হৈ পৰে। কিন্তু ইয়াৰ…