Author: এন ই নাও নিউজ, গুৱাহাটী
ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন : কংগ্ৰেছলৈ কিৰিপ চলিহাৰ পুত্ৰ, কাৰ্তিক সেন সিনহা, গোপাল প্ৰধান
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আজি ৰাজীৱ ভৱনত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়৷ ১০ ছেপ্টেম্বৰৰ দৰেই পূৰ্বে ঘোষণা কৰা…
সাংবাদিকৰ মুখামুখি হ’বলৈ সাহস নাই ননী গোপাল মহন্তৰ! দুবাৰকৈ সংবাদমেলৰ সময় সলাই অৱশেষত লিখিত বিবৃতি প্ৰেৰণ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে
শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ তথা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ননী গোপাল মহন্তৰ বিৰুদ্ধে উত্থাপন হিছে ব্যাপক বিত্তীয় অনিয়ম, স্বজন-তোষণ আৰু কেতবোৰ বিস্ফোৰক অভিযোগ। এই…
ভূমি অধিকাৰৰ দাবীত আৰু পুঁজিপতিৰ স্বাৰ্থত উচ্ছেদৰ বিৰোধিতাৰে ১২ অক্টোবৰত ‘অধিকাৰ সমাৱেশ’ ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিৰ
মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসম আদানি – আম্বানিৰ দৰে বৃহৎ বণিয়াৰ সম্পূর্ণ ক’লনীত পৰিণত হবলৈ গৈ আছে আৰু এই ষড়যন্ত্রৰ সম্পূর্ণ…
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ প্ৰশ্ন সাংসদ অজিত কুমাৰ ভূঞাৰ
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্রদান কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। আজি নতুন দিল্লীৰ চৰকাৰী বাসভৱনত…
কৰ্ণাটকৰ চৰকাৰী অনুষ্ঠানত কোৰআন পাঠ! কংগ্ৰেছক সমালোচনা বিজেপিৰ
কংগ্ৰেছ শাসিত কৰ্ণাটকত চৰকাৰী অনুষ্ঠানত কোৰআন পাঠক লৈ সৃষ্টি হৈছে বিতৰ্কৰ! সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা ভিডিঅ’। বিজেপিয়ে কৰ্ণাটক চৰকাৰ বিৰুদ্ধে এটা…
‘‘নৱম শ্ৰেণীৰ পূৰ্বেই বিদ্যালয়ত যৌন শিক্ষা প্ৰৱৰ্তন কৰিব লাগে’’ : নাবালক ধ*ৰ্ষ*ণকাৰীক জামিন প্ৰদান কৰি উচ্চতম ন্যায়ালয়
কেৱল নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে নহয়, নৱম শ্ৰেণীৰ পূৰ্বেই বিদ্যালয়ৰ পাঠ্যক্ৰমত যৌনশিক্ষা অন্তৰ্ভুক্ত কৰিব লাগে। এই পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ। নাবালিকাক যৌন…
কানুৰ দীঘল হাত! কেৱল আৰ্য বিদ্যাপীঠ কলেজেই নহয়, JISTৰ গভৰ্নিং বডিতো আছিল শ্যামকানু
জুবিন গাৰ্গৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ পৰা অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ৰাজহুৱাভাৱে দূৰত্ব বজাই…
ট্ৰাম্পৰ আশাত চেঁচা পানী! শান্তিৰ নোবেল বঁটা পালে ভেনিজুৱেলাৰ ৰাজনীতিবিদ মাৰিয়া ক’ৰিনা মাচাডোৱে
শুকুৰবাৰে ঘোষণা কৰা হ’ল ২০২৫ চনৰ শান্তিৰ নোবেল বঁটা। ভেনিজুৱেলাৰ ৰাজনীতিবিদ মাৰিয়া ক’ৰিনা মাচাডোক প্ৰদান কৰা হৈছে এই বঁটা। নোবেল কমিটীয়ে সামাজিক…
অসম চৰকাৰে ঘোষণা কৰিলে ADRE ৰ তৃতীয় বৰ্গৰ ৭,৬৫০ টা পদৰ ফলাফল
শুকুৰবাৰে পুৱা ১০:৩০ বজাত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ (ADRE) অন্তৰ্গত তৃতীয় বৰ্গৰ ৭,৬৫০ টা পদৰ ফলাফল ঘোষণা কৰা হৈছে। পৰীক্ষাত অৱতীৰ্ণ হোৱা…
১ কোটি টকাৰ লেনদেন ধৰা পৰাৰ পিছত নিলম্বিত জুবিন গাৰ্গৰ দুই ব্যক্তিগত নিৰাপত্তাৰক্ষীকো গ্ৰেপ্তাৰ
কিংবদন্তি কণ্ঠশিল্পী জুবিন গাৰ্গৰ একাউণ্টৰ পৰা মুঠ ১.১ কোটিৰো অধিক ধনৰ আৰ্থিক লেনদেন ধৰা পৰাৰ পিছত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই ব্যক্তিগত…