Author: এন ই নাও নিউজ, গুৱাহাটী
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সাক্ষী দিবলৈ ছিংগাপুৰৰ পৰা আহি CIDৰ কাৰ্যালয়ত উপস্থিত ৰূপকমল কলিতা
ছিংগাপুৰত অন্তিম মুহূৰ্তত শিল্পী জুবিন গাৰ্গৰ সৈতে থকা আঠজন ব্যক্তিৰ ভিতৰত অন্যতম ৰূপকমল কলিতা আজি অসম চি আই ডিৰ সন্মুখত হাজিৰ হৈছে।…
গৱেষণাৰ বাবে দান কৰা মৃতদেহ চুৰিৰ ঘটনাত বিচাৰৰ সন্মুখীন হ’ব লাগিব হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মেডিকেল স্কুলত গৱেষণাৰ বাবে দান কৰা মৃতদেহ চুৰি কৰি ক’লা বজাৰত বিক্ৰী কৰাৰ ফলত বলি হোৱা লোকৰ পৰিয়ালে বিশ্ববিদ্যালয়খনৰ…
প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত সংযুক্ত আৰব আমিৰশ্বাহীৰ যুৱতী
সংযুক্ত আৰব আমিৰশ্বাহীৰ এগৰাকী যুৱতীয়ে প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলাইছে। ২৬ বছৰীয়া যুৱতীগৰাকীৰ নাম মৰিয়ম মহম্মদ। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ…
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপৰ অভিযোগত অধিবক্তাক নিলম্বন বাৰ কাউন্সিলৰ
সোমবাৰে পুৱা উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ ওপৰত জোতা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হয়। উচচতম ন্যায়ালয়ৰ…
গৰিমা গাৰ্গৰ ডাঙৰ প্ৰশ্ন ‘মোক উত্তৰ লাগে’,- জুবিনৰ ভগ্নী পামী বৰঠাকুৰেও বিচাৰিলে ৰাইজৰ সমৰ্থন
অসমৰ অতি মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ শোকে এতিয়াও অসমবাসীৰ মন গধূৰ কৰি ৰাখিছে। একেসময়তে শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ সৰৱো…
কেৱল পাঠ্যপুথিৰ জ্ঞান নহয়, সন্তানৰ সুন্দৰ ভৱিষ্যত গঢ়াত মন দিব লাগে এই কেইটামান কথাত
পিতৃ-মাতৃয়ে প্ৰায়ে সন্তানক পঢ়া-শুনাত ভাল ফলাফল দেখুৱাবলৈ উৎসাহিত কৰে। কিন্তু শিশুৰ সফলতা কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নহয়। তেওঁলোকক সুস্থ, সক্ৰিয় আৰু স্বাৱলম্বী…
জুবিন গাৰ্গৰ মৃত্যু তদন্তত মুখ্যমন্ত্ৰীক অদৰকাৰী মন্তব্য বন্ধ কৰিবলৈ গৌৰৱ গগৈৰ সকীয়নি
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ আইটি চেলৰ প্ৰচাৰক লৈ সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ…
সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শক কালিমা সানি পৃথ্বিৰাজ ৰাভাই চৰম ৰাজনৈতিক সুবিধাবাদৰ আশ্ৰয় লৈছেঃ সোনেশ্বৰ নৰহ, ভাৰতীয় গণনাট্য সংঘ
অসমৰ অপোচহীন আদৰ্শৰ প্ৰতীক সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক উদ্দেশ্যেপ্ৰনোদিত ভাৱে ব্যক্তিগত তথা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ স্বাৰ্থ সিদ্ধিৰ বাবে যি কালিমা সানি নিৰ্বাচনী…
২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা: তিনিগৰাকী বিজ্ঞানীলৈ এই সন্মান
আজি অৰ্থাৎ ৬ অক্টোবৰ পৰা আৰম্ভ হৈছে ঘোষণা ২০২৫ বৰ্ষৰ ন’বেল বঁটা ঘোষণাৰ কাৰ্যসূচী। ন’বেল কমিটীয়ে সোমবাৰে ঘোষণা কৰিলে চিকিৎসা বিজ্ঞানৰ ন’বেল…
ঘোষণা হ’ল বিহাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ…দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন
অৱশেষত ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে বিহাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ। দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। প্ৰথম পৰ্যায়ত ৬ নৱেম্বৰত ১২১খন আসনৰ বাবে…