Author: এন ই নাও নিউজ, গুৱাহাটী
ফেটি লিভাৰৰ সমস্যা হ’লে ফলমূল খাওক, কিন্তু অতিমাত্ৰা ফল নাখাব! নহ’লে বাঢ়িব পাৰে সমস্যা!
আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হ’ল যকৃত (লিভাৰ)। ই তেজ পৰিষ্কাৰ কৰা, পাচনত সহায় কৰা, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা, হৰম’ন…
যোৱা তিনিদিনত পোন্ধৰজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে : জনাইছে মণিপুৰ আৰক্ষীয়ে
মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, ৰাজ্যৰ কেইবাখনো জিলাত অভিযান চলাই থকা নিৰাপত্তা বাহিনীয়ে বিগত তিনিদিনত প্ৰায় পোন্ধৰ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে,…
২০২৬ চনৰ মাৰ্চ মাহত ভাৰতত নিঃশেষ হ’ব মাওবাদ : ঘোষণা অমিত শ্বাহৰ
চত্তীশগড়ৰ বাষ্টাৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাওবাদী সদস্য সকলক অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰি বুজাবুজিলৈ আাহিবলৈ আহ্বান জনাইছে। অমিত শ্বাহে…
বোৰ্খা পিন্ধি ভোট দিবলৈ অহা মহিলাৰ হ’ব লাগে তদন্তঃ নিৰ্বাচন আয়োগক দাবী বিহাৰ বিজেপিৰ
বিহাৰৰ বিজেপিৰ সভাপতি দিলীপ জয়ছোৱালে শনিবাৰে আগন্তুক বিধানসভা নিৰ্বাচন এটা বা দুটা পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনায়। লগতে ভোটকেন্দ্ৰলৈ বোৰ্খা…
পদপিষ্ট হোৱা ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ বাবে অভিনেতা বিজয়ক ভৰ্ৎসনা উচ্চ ন্যায়ালয়ৰ
তিনি অক্টোবৰ, শুকুৰবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তামিলনাডুৰ কাৰুৰত অনুষ্ঠিত হোৱা তামিলাগা ভেট্ৰি কাঝাগামৰ সমদলত হোৱা পদপিষ্ট কাণ্ডৰ ঘটনাস্থলীৰ পৰা অভিনেতা বিজয়ক পলায়ন…
ৰক্ষণশীল দল এলডিপিৰ নতুন নেত্ৰী হ’ব ছানাই টাকাইচিঃ জাপানৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা!
জাপানৰ শাসকীয় দল লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টীয়ে শনিবাৰে প্ৰাক্তন অৰ্থনৈতিক নিৰাপত্তা মন্ত্ৰী ছানাই টাকাইচিক দলটোৰ নতুন নেত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। যাৰ ফলত তাকাইচি…
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাঃ অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ স্থলাভিষিক্ত শুভমন গীল
শনিবাৰে ভাৰতীয় টেষ্ট দলৰ অধিনায়ক শুভমন গীলক ৰোহিত শৰ্মাৰ ঠাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় অধিনায়ক হিচাপে দায়িত্ব দিয়া হয়।…
প্ৰেছক্ৰিপচনত স্পষ্টকৈ লিখক হাতৰ আখৰ, অন্যথা টাইপ কৰক : চিকিৎসকলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
চিকিৎসকৰ প্ৰেছক্ৰিপচন পঢ়িব নোৱাৰাৰ বাবে সমস্যাৰ সন্মুখীন নোহোৱা লোক কমেইহে আছে। অৱশ্যে এই বিষয়টোত হস্তক্ষেপ কৰিছে উচ্চ ন্যায়ালয়ে। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ…
ঘৰৰ মাটিত ‘আধিপত্য’ গিল বাহিনীৰ; ৱেষ্ট ইণ্ডিজক হৰুৱাই আঢ়ৈ দিনতে টেষ্ট জয় টীম ইণ্ডিয়াৰ
টীম ইণ্ডিয়াই বিদেশত কঠিন যুঁজ দি আহিছে। তাৰ তুলনাত ঘৰুৱা খেলপথাৰত ৱেষ্ট ইণ্ডিজ বহুত সহজ প্ৰতিদ্বন্দ্বী। কেৰিবিয়ান এতিয়া আগৰ দৰে দুৰ্দান্ত দল…
উৎকট গোন্ধত অতীষ্ঠ ৰঙাগড়াবাসী! বোকাখাতৰ ৰঙাগড়াৰ গেলাবিল নৈত আৱদ্ধ আৱৰ্জনা
দুৰ্গন্ধময় পৰিৱেশে তীব্ৰ অস্বস্তিত পেলাইছে বোকাখাত বিধান সভা সমষ্টিৰ অধীনৰ ৰঙাগড়া অঞ্চলৰ ৰাইজক। জানিব পৰা মতে, ৰঙামাটি মৌজাৰ অন্তৰ্গত বোকাখাতৰ ৰঙাগড়াৰ গেলাবিল…