Author: এন ই নাও নিউজ, গুৱাহাটী
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা
দেশৰ নিৰ্বাচন আয়োগে ইলেক্ট্ৰনিক ভোটিং মেচিন (EVM) সন্দৰ্ভত গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আগন্তুক বিহাৰ নিৰ্বাচনৰ পৰা প্ৰথমবাৰৰ বাবে EVM বেলট পেপাৰত…
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ
কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বুধবাৰে (১৭ ছেপ্টেম্বৰ, ২০২৫) আদানী গ্ৰুপৰ ধীৰৌলী কয়লা খনন প্ৰকল্পৰ অনুমোদন প্ৰক্ৰিয়াত “স্পষ্ট অনিয়ম”ৰ অভিযোগ পুনৰবাৰ উল্লেখ কৰি…
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই
এক ভয়ংকৰ প্ৰতাৰণাৰ শিকাৰ হোৱাৰ পিছত হাৰ্ট এটেকত প্ৰাণ হেৰুৱাই আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই। মহিলাগৰাকীৰ পৰা প্ৰায় ৬.৬০ লাখ টকা অজ্ঞাত…
কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ প্ৰাক্তন সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা এক স্মাৰক বক্তৃতাত বিশিষ্ট ইতিহাসবিদ অধ্যাপক ইৰফান…
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ! শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ
ইজৰাইলৰ সেনা বাহিনীয়ে মঙলবাৰৰ পৰা গাজা ষ্ট্ৰিপত তীব্ৰ আক্রমণ আৰম্ভ কৰিআতংকৰ সৃষ্টি কৰিছে। বিমান আৰু স্থল বাহিনীৰ আক্ৰমণত গাজাৰ আকাশ-বতাহ কঁপাই তুলিছে।…
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ
বন্ধহোৱাৰ দিশত টাটা কনছালটেন্সি চাৰ্ভিচেছ (TCS)ৰ মধ্যপ্ৰদেশৰ ভূপালস্থিত কাৰ্যালয়। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চলিত বৰ্ষৰ জুন মাহৰ পৰা এই শাখাত কাৰ্যপ্ৰণালী…
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ
২০১৮ চনত যেতিয়া সাহিত্য অকাডেমীৰ সম্পাদক ড° কে শ্ৰীনিবাস ৰাওৰ বিৰুদ্ধে এগৰাকী মহিলা সহকৰ্মীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল, আৰু মহিলাগৰাকীয়ে…
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী
অসমত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী দিনে দিনে অধিক তীব্ৰ হৈ পৰিছে। ডিব্ৰুগড়, তিনিচুকীয়া আৰু ধুবুৰীৰ পাছত মঙলবাৰে নিশা যোৰহাটত কঁপিল ৰাজপথ। হাতে…
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…
‘আপুনি আনক নিজৰ ধৰ্ম শিকাই’ – কিন্তু ‘চোৰে ধৰ্মীয় কাহিনী নুশুনে’। বিপৰীত বাটেৰে খোজ কাঢ়ি যাব। বিজেপি শাসিত দিল্লীৰ বৰ্তমান পৰিস্থিতি সেয়াই।…
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন
বুধবাৰে (১৭ ছেপ্টেম্বৰ, ২০২৫) দেশৰ উচ্চতম ন্যায়ালয়ে ২০০১ চনত হোটেল মালিক জয়া শ্বেট্টীৰ হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা ‘ছোটা ৰাজন’ নামেৰে…