Author: এন ই নাও নিউজ, গুৱাহাটী
অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে
বনতাৰাক অপৰাধ মুক্ত কৰিলে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। গুজৰাটৰ জামনগৰত ৰিলায়েন্স ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ বনতাৰাৰ জীৱ-জন্তুৰ স্থানান্তৰ কৰণত সকলো প্ৰাসংগিক…
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে
নেটফ্লিক্সৰ মিনি ছিৰিজ এডোলেচেন্সত অভিনয় কৰি খলকনিৰ সৃষ্টি কৰা ১৫ বছৰীয়া ওৱেন কুপাৰে ইতিহাসৰ সৃষ্টি কৰিছে। এমি বঁটা লাভ কৰা আটাইতকৈ কম…
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ
আজি আয়কৰ ৰিটাৰ্ণ (আই টি আৰ) দাখিল কৰাৰ অন্তিম তাৰিখ। আয়কৰ বিভাগে জনাইছে যে আই টি আৰ দাখিলৰ তাৰিখ বৃদ্ধি কৰা হোৱা…
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ
চৰকাৰৰ দ্বাৰা পৰিচালিত ভিক্ষাৰীসকলৰ আবাস কেৱল দান-বৰঙণি নহয়, চৰকাৰে সংবিধানৰ মূল্যবোধ মানি চলিব লাগিব বুলি মত পোষণ কৰিছে উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে ন্যায়াধীশ…
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
সোমবাৰে উচ্চতম ন্যায়ালয়ে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। কৰ্মক্ষেত্ৰত মহিলা ৰাজনৈতিক কৰ্মীৰ যৌন নিৰ্যাতনৰ বিৰুদ্ধে এটা গোচৰ যথেষ্ট দিন ধৰি চলি আছিল।…
ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা
ঝাৰখণ্ডৰ হাজাৰিবাগত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত তিনিজন মাওবাদী নিহত হৈছে। নিহতসকলৰ ভিতৰত আছে সহদেব ছ’ৰেন, যাৰ মূৰৰ মূল্য আছিল এক কোটি…
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা
ৱাকফ গোচৰত কেন্দ্ৰৰ বাবে এক ডাঙৰ সকাহ। সোমবাৰে গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে সমগ্ৰ ৱাকফ আইনখন স্থগিত ৰখাৰ কোনো…
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে
অনুপ্ৰৱেশ বিৰোধী আন্দোলনত উত্তপ্ত হৈ পৰিছে ব্ৰিটেইন। শনিবাৰে প্ৰায় ১ লাখ ৫০ হাজাৰ ব্ৰিটিছ লোকে অনুপ্ৰৱেশ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰে। ৱেষ্টমিনিষ্টাৰ ব্ৰিজৰ…
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ
শনিবাৰে মণিপুৰৰ চুৰাচান্দপুৰত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আৰু তাৰ পিছদিনা অৰ্থাৎ দেওবাৰে কুকি-জোৰ সংখ্যাগৰিষ্ঠতা থকা চুৰাচান্দপুৰ জিলাৰ সদৰ চুৰাচান্দপুৰ চহৰত পুনৰ…
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’
চিকিৎসা বিজ্ঞানত নতুন দিগন্তৰ সূচনা কৰি চীনৰ বিজ্ঞানীসকলে এক বৈপ্লৱিক আৱিষ্কাৰ কৰিছে—‘হাড়ৰ আঠা’ (Bone Glue) । এই আঠা মাত্ৰ ২ৰ পৰা ৩…