Author: এন ই নাও নিউজ, গুৱাহাটী
২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ
এছিয়া কাপত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে পাকিস্তানৰ মুখামুখি হ’ব ভাৰত। মেচখন ওচৰ চাপি অহাৰ লগে লগে বৰ্জনৰ আহ্বান অধিক প্ৰবল হৈ পৰিছে। এই…
চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন
অসম স্পিৰিচুৱেল ছ’চাইটী, চেন্নাইয়ে অহা ২৮ ছেপ্তেম্বৰ পৰা ২ অক্টোবৰলৈ পল্লীকৰণৈৰ ওড়িশা ভবনত (অসম ভবনৰ সন্মুখত) দূৰ্গা পূজা ২০২৫ আয়োজন কৰিব। পাঁচ…
‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’
আইভৰি কোষ্টত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন ফাৰ্ষ্ট লেডী ছিমিয়নে বাগবোৱে। ‘লৌহ মানৱী’ (আইৰন লেডী) নামেৰে পৰিচিত এই ৭৬ বছৰীয়া বিতৰ্কিত…
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ক লৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে বৃহস্পতিবাৰে (১১ ছেপ্টেম্বৰ) সামাজিক বিষয় আৰু ৰাজনীতিৰ ওপৰত ভিডিঅ’ প্ৰস্তুত কৰা ইউটিউবাৰ…
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি
পুৰুষ শৰীৰত নাৰীৰ আত্মা। ২০ বছৰীয়া যুৱকজনে দীৰ্ঘদিন ধৰি নিজৰ লিংগ সলনি কৰাৰ কথা চিন্তা কৰি আছিল। কিন্তু পাৰিবাৰিক বাধা আৰু সামাজিক…
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য
শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত এলাহাবাদ উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে দীৰ্ঘম্যাদী সহমতৰ প্ৰেমৰ সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি।…
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়
পাকিস্তান সন্ত্ৰাসবাদৰ প্ৰত্যক্ষ পৃষ্ঠপোষক বুলি পুনৰ এবাৰ প্ৰমাণ পোৱা গৈছে। অপাৰেচন সিন্দুৰত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তানৰ দখলত থকা কাশ্মীৰৰ কেইবাটাও সন্ত্ৰাসবাদী…
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয়। এগৰাকী ভাৰতীয় কন্যাৰ সৌজন্যতে আহিল এই সোণৰ পদক। ভাৰতৰ জেচমিন লেম্বৰিয়াই পোলেণ্ডৰ জুলিয়া জেৰেমেটাক…
বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী
কিম জং উনৰ একনায়কত্ববাদৰ বিষয়ে সকলোৰে পৰিচিত। উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী গৰাকীৰ নতুন ‘খ্যাতি’ৰ বিষয়ে ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদনত দাবী কৰা…
প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা
কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চ। কৃত্ৰিম বুদ্ধিমত্তাৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়িছে। এইবাৰ আলবেনিয়াই AI ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। দেশৰ…