Author: এন ই নাও নিউজ, গুৱাহাটী
মুখ্যমন্ত্ৰীৰ ভুৱা পৰিচয়েৰে কোটি কোটি টকাৰ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত ঋষিৰাজ বৰকটকী আৰু পত্নী শ্ৰুতি বৰকটকী
অসমৰ এহাল স্বামী-স্ত্ৰী শেহতীয়াকৈ এক বৃহৎ ধন আত্মসাৎ আৰু প্ৰৱঞ্চনাৰ গোচৰত অৰুণাচল প্ৰদেশ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে। ঋষিৰাজ বৰকটকী আৰু তেওঁৰ পত্নী…
মুকলিকৈ চলিছে অবৈধ তীৰৰ ঘাটি! ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাত ক্ষোভিত ৰাইজ
অসমৰ ধুবুৰী জিলাত অবৈধ তীৰ খেলৰ অবাধ প্ৰচলন আৰু এই ক্ষেত্ৰত আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ অভিযোগ তুলি স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।…
আৰ্জেণ্টিনাৰ মেচৰ আগতে বিপৰ্যয়! কেপ ভাৰ্ডেৰ অধিনায়কৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, কি ক’লে ফিফাই?
চলিত বিশ্বকাপত কেপ ভাৰ্ডে ইতিহাস ৰচনা কৰি নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। কিন্তু ৪ জুলাইৰ পুৱা লিয়নেল মেছিৰ আৰ্জেণ্টিনাৰ বিৰুদ্ধে অন্তিম ৩২ৰ হাই…
ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে
ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰে এক উচ্চস্তৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিব। চৰকাৰী সূত্ৰৰ পৰা লাভ…
ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন
ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ কৰাৰ অভিযোগৰ সন্দৰ্ভত ডিজিটেল প্ৰমাণসমূহ নষ্ট হোৱাৰ পূৰ্বে সুৰক্ষিত কৰিবলৈ উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন জনোৱা হৈছে। গ্ৰীষ্মকালীন…
অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু
এসপ্তাহ নৌহওঁতেই পুনৰ ডাৱৰ বিস্ফোৰণ আৰু অত্যন্ত ধাৰাসাৰ বৰষুণৰ ফলত বিপৰ্যস্ত হৈছে অৰুণাচল প্ৰদেশ। ধাৰাবাহিক বৰষুণৰ বাবে অৰুণাচলৰ বিস্তৃত অঞ্চল ডুব গৈছে।…
ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা পি চিদাম্বৰমে যোৱা ১২ বছৰ ধৰি ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত এক্ৰছ দ্য আইল শীৰ্ষক এক নিয়মীয়া…
বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ
প্ৰকৃতিৰ ৰোষে কাকো ৰেহাই নিদিয়ে। এবাৰ নিজৰ শক্তি দেখুৱাবলৈ আৰম্ভ কৰিলেই নিৰ্বিশেষে সকলো কাঢ়ি নিয়ে। ভেনিজুৱেলাই পুনৰবাৰ প্ৰত্যক্ষ কৰিছে ইয়াৰ নিষ্ঠুৰ ৰূপ।…
ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই
চিকিৎসকৰ ভুলৰ বাবেই ১৯ মহীয়া এটি শিশুৱে দৃষ্টিশক্তি হেৰুৱাই পেলালে। পৰিয়ালৰ অভিযোগ যে চিকিৎসকে অজানিতে শিশুটিৰ চকুত নাকৰ ড্ৰপ লগাইছিল, যাৰ ফলত…
পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক
দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক আৰ ৰাজাগোপালে কলকাতা পাছপ’ৰ্ট অফিচত বায়’মেট্ৰিক্স সম্পূৰ্ণ কৰাৰ ১০১ দিন পাৰ হ’ল, কিন্তু এতিয়াও পাছপ’ৰ্ট পোৱাৰ কোনো উমঘাম…