Author: এন ই নাও নিউজ, গুৱাহাটী
বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…
উচ্চতম ন্যায়ালয়ত চলিথকা বিধেয়কৰ সন্মতি সম্পৰ্কীয় গোচৰৰ শুনানিত পোহৰলৈ আহিছে কেতবোৰ নতুন দিশ। বিধেয়কৰ সন্মতিৰ সময়সীমা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰি ৰাষ্ট্ৰপতি…
নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য
প্ৰতি ছেপ্টেম্বৰ মাহত ষ্টিভ জবছৰ এপলে মুকলি কৰে এটা নতুন আইফোন মডেল। যাৰ বাবে চাৰিওফালে আইফোন প্ৰেমীৰ মাজত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি…
কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান
নেপালৰ অশান্ত পৰিস্থিতিৰ বাবে কাঠমাণ্ডু বিমানবন্দৰত আবদ্ধ হৈ আছে ৪০০ৰো অধিক ভাৰতীয় নাগৰিক। এইবাৰ ভাৰতে তেওঁলোকক নিজৰ দেশলৈ ঘূৰাই অনাৰ বাবে বিশেষ…
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক
উত্তৰ প্ৰদেশৰ মোৰাদাবাদত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। কুৰলা অঞ্চলৰ এগৰাকী মাতৃয়ে নিজৰ ১৫ দিনীয়া কেঁচুৱাটো ফ্ৰীজত থৈ দিলে। পাকঘৰৰ পৰা কান্দোনৰ…
নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা
বৰ্তমান কাঠমাণ্ডুৰ ৰাজপথত কাৰ্ফিউৰ দৰে নিস্তব্ধতা। ইফালে নেপালৰ জেন-জি প্ৰতিবাদকাৰীয়ে এটা ডাঙৰ সিদ্ধান্ত লৈছে। চাৰি ঘণ্টীয়া ভাৰ্চুৱেল বৈঠকৰ অন্তত তেওঁলোকে দেশৰ অন্তৱৰ্তীকালীন…
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই
ৰাষ্ট্ৰপতিৰ ৰেফাৰেন্স কেছৰ শুনানিৰ সময়ত নেপালৰ উদ্ধৃতি দি ভাৰতীয় সংবিধানৰ প্ৰশংসা কৰে মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে। গাভাইয়ে কয়, ‘আমি আমাৰ সংবিধানক…
আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত
হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন নাই, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পাছত সিদ্ধান্ত সলনি হ’ল। বিতৰ্কৰ বাবে তিনি সপ্তাহ ধৰি বাতৰিৰ শিৰোনাম দখল…
ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন
বলীউডৰ অভিনেতা অভিষেক বচ্চনে বুধবাৰে (১০ ছেপ্টেম্বৰ, ২০২৫) দিল্লী উচ্চ ন্যায়ালয়ক তেওঁৰ প্ৰচাৰ আৰু ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। আৰু বিভিন্ন…
নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ
নেপালত অশান্তিৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মঙলবাৰে (৯ ছেপ্টেম্বৰ, ২০২৫) নেপালত বাস কৰা ভাৰতীয়সকলৰ বাবে হেল্পলাইন নম্বৰৰ সৈতে এখন ভ্ৰমণ পৰামৰ্শৱলী প্ৰকাশ…
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক
অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতৰ মাটিত কেইবাজনো দেশদ্ৰোহীয়ে চোৰাংচোৱাগিৰি কৰিছিল। সেই ঘটনাৰ তদন্তৰ ফলত এতিয়া দিল্লীৰ পৰা এজন নেপালী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে।…