Author: এন ই নাও নিউজ, গুৱাহাটী
ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ
নেপালতো শ্ৰীলংকাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে। প্ৰতিবাদৰ জুই জ্বলিছে ৰাজধানী কাঠমাণ্ডুত। ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ নিষেধাজ্ঞা উঠাই লোৱাৰ পিছতো নেপাল এতিয়াও অগ্নিগৰ্ভ হৈ…
যৌন নিৰ্যাতনকাৰী এপষ্টেইনৰ জন্মদিনত লিখা অশ্লীল চিঠিখন ট্ৰাম্পৰেই? কি ফাদিল কৰিলে ডেম’ক্ৰেটে?
২০০৩ চনত কুখ্যাত শিশু যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ জন্মদিনত বিভিন্নজনৰ শুভেচ্ছা থকা এখন কিতাপ প্ৰকাশ কৰিছে আমেৰিকাৰ ডেম’ক্ৰেটিক দলৰ সাংসদসকলে। তেওঁলোকে দাবী…
পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ
দেশত নিৰ্মিত পিষ্টল লৈ খেলি থকা অৱস্থাত অসাৱধানতাৰ বাবে মৃত্যু হয় এটি পাঁচ বছৰীয়া শিশুৰ। দেওবাৰে নিশা ৰাজস্থানৰ কোটপুতলী-বেৰুৰ জিলাৰ চিতোলি গাঁৱত…
ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ
হিমাচল প্ৰদেশে সম্পূৰ্ণ সাক্ষৰতা অৰ্জন কৰিছে, ত্ৰিপুৰা, মিজোৰাম, গোৱা, আৰু লাডাখৰ পিছত এই মাইলৰ খুঁটিত উপনীত হোৱা ভাৰতৰ পঞ্চম ৰাজ্য হিচাপে পৰিগণিত…
টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো
সাম্প্ৰতিক সময়ত বহুতে ঘৰে-অফিচে এচি-ত অভ্যস্ত হৈ পৰিছে। দিনটোৰ ক্লান্তিৰ অন্তত পৰিয়ালটোৱে এচি লগাই শুইছিল। কিন্তু ইয়াৰ পৰিণাম যে এনেকুৱা হ’ব পাৰে…
বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই
১৬ বছৰীয়া আমেৰিকাৰ দবা প্ৰডিজি অভিমন্যু মিশ্ৰই ফিডে(FIDE) গ্ৰেণ্ড ছুইছৰ পঞ্চম ৰাউণ্ডত বৰ্তমানৰ বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি নতুন ইতিহাস গঢ়িলে।…
CAA বাতিল কৰাৰ দাবীত ব্যাপক প্ৰতিবাদ অসম জাতীয় পৰিষদৰ
ৰাজ্যত শেহতীয়াকৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নাগৰিকত্ব (সংশোধনী) আইন (চিএএ)ৰ অধীনত শৰণাৰ্থী আৰু নিৰ্দিষ্ট গোটৰ বাবে ৰেহাইৰ সময়সীমা ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পৰা…
ভোট নিদিয়ে ৩ টা দলে, আজি কোন হ’ব নতুন উপ-ৰাষ্ট্ৰপতি? ৰাধাকৃষ্ণন-ৰেড্ডীৰ যুঁজত কি কয় সংখ্যাই?
আজি (৯ ছেপ্টেম্বৰ মঙলবাৰ) অনুষ্ঠিত হ’ব নতুন উপ-ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন। প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হ’ব শাসকীয় এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণন…
ৰক্তক্ষয়ী সংঘৰ্ষ, ১৯ জনৰ মৃত্যু! চাপত ছচিয়েল মিডিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ নেপাল চৰকাৰৰ
তীব্ৰ গণবিক্ষোভ, ৰক্তাক্ত সংঘৰ্ষ আৰু ব্যাপক চাপৰ পিছত অৱশেষত কে পি শৰ্মা অলি নেতৃত্বাধীন নেপাল চৰকাৰে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা উঠাই দিলে। সোমবাৰে…
চৰম বৰ্বৰতা! যোগী ৰাজ্যত ঔষধ আনিবলৈ যোৱাৰ পথত মহিলাক জীৱন্ত জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে
যোগীৰ ৰাজ্য উত্তৰ প্ৰদেশত এক চৰম বৰ্বৰতাৰ ঘটনা সংঘটিত হৈছে। ঔষধ আনিবলৈ যোৱা এগৰাকী মহিলাক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যখনৰ…