Author: এন ই নাও নিউজ, গুৱাহাটী
ৰক্তক্ষয়ী সংঘৰ্ষ, ১৯ জনৰ মৃত্যু! চাপত ছচিয়েল মিডিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ নেপাল চৰকাৰৰ
তীব্ৰ গণবিক্ষোভ, ৰক্তাক্ত সংঘৰ্ষ আৰু ব্যাপক চাপৰ পিছত অৱশেষত কে পি শৰ্মা অলি নেতৃত্বাধীন নেপাল চৰকাৰে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা উঠাই দিলে। সোমবাৰে…
চৰম বৰ্বৰতা! যোগী ৰাজ্যত ঔষধ আনিবলৈ যোৱাৰ পথত মহিলাক জীৱন্ত জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে
যোগীৰ ৰাজ্য উত্তৰ প্ৰদেশত এক চৰম বৰ্বৰতাৰ ঘটনা সংঘটিত হৈছে। ঔষধ আনিবলৈ যোৱা এগৰাকী মহিলাক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যখনৰ…
৫২ কোটি বছৰ পুৰণি জীৱাশ্মৰ আৱিষ্কাৰ: অক্ষত কেঁকোৰা আৰু মকৰাৰ পূৰ্বপুৰুষৰ মগজু আৰু অন্ত্ৰ…
চীনত পোৱা ৫২ কোটি বছৰ পুৰণি এটা আৰ্থ্ৰপড জীৱাশ্মই বিজ্ঞানীসকলক আচৰিত কৰি তুলিছে। কেম্ব্ৰিয়ান যুগৰ এই জীৱাশ্মৰ গৱেষণাত দেখা গৈছে যে ইয়াৰ…
আওকাণ নকৰিব! ছালত দেখা দিয়া তেজৰ কৰ্কট ৰোগৰ ৫টা লক্ষণ…
তেজৰ কৰ্কট ৰোগৰ কিছুমান গুৰুত্বপূৰ্ণ লক্ষণ ছালত দেখা দিয়ে, ইয়াৰ দ্বাৰা এই বিপদজনক ৰোগ আগতীয়াকৈ ধৰা পেলাব পাৰি। ছাল শৰীৰৰ স্বাস্থ্যৰ দাপোনৰ…
নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ
অসমৰ বিজেপি চৰকাৰে এতিয়া আৰু সাধাৰণ ৰাইজ, খাটিখোৱা জনতা, ক্ষুদ্ৰ ব্যৱসায়ী, শ্ৰমিক, কৃষকৰ বাবে কাম নকৰে। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ…
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে
জন্মগত জটিলতাৰ বাবে এটি নৱজাতকক এম ৱাই হাস্পতালৰ আই চি ইউ (এন আই চি ইউ)ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু তাতেই নৱজাতকটিৰ মৃত্যু…
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১৩ ছেপ্টেম্বৰত অসমৰ নুমলীগড় শোধনাগাৰ লিমিটেড (এনআৰএল)ত বায়’-ইথানল প্লাণ্ট উদ্বোধনৰ বাবে উত্তৰ-পূৰ্ব ভ্ৰমণৰ প্ৰস্তুতিৰ মাজত গোলাঘাট জিলাৰ স্থানীয় ৰাইজে…
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক
অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া উচ্চতম ন্যায়ালয়ে এৰিন পেটাৰছন নামৰ এগৰাকী মহিলাক শহুৰেক, শাহুৱেক আৰু ভনীয়েকক বিষাক্ত কাঠফুলা খুৱাই হত্যা কৰাৰ অপৰাধত তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ…
অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৫ চনৰ ৮ ছেপ্টেম্বৰ সোমবাৰে ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠোৱাৰ কথা ঘোষণা কৰি কয় যে অবৈধ অনুপ্ৰৱেশকাৰীক…
নেপাল: ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ১৪ জন নিহত, ৫০তকৈ অধিক আহত
নেপালৰ ৰাজধানী কাঠমাণ্ডুত ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ওপৰত চৰকাৰৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে সোমবাৰে হোৱা প্ৰতিবাদ হিংসাত্মক হৈ পৰাৰ ফলত কমেও ১৪ জন নিহত আৰু…