Author: এন ই নাও নিউজ, গুৱাহাটী
ডo পংকজ গোস্বামীৰ ভ্ৰাম্যমাণ থিয়েটাৰ শীৰ্ষক গ্ৰন্থ উন্মোচন
সম্প্ৰতি অসম বিভিন্ন প্ৰান্তত ভ্ৰাম্যমাণ থিয়েটাৰ নাট্যদল সমূহৰ নাট্যযাত্ৰা আৰম্ভ হোৱাৰ সময়তে গুৱাহাটীৰ পূৰ্বায়ণ প্ৰকাশনৰ প্ৰেক্ষাগৃহত লেখক- নিবন্ধকাৰ, যোৰহাটৰ কাকজান মহাবিদ্যালয়ৰ ইংৰাজী…
সমগ্ৰ দেশতে ভোটাৰ তালিকা পুনৰীক্ষণৰ ইংগিত, ১০ ছেপ্তেম্বৰত বৈঠকৰ আহ্বান নিৰ্বাচন আয়োগৰ
বিহাৰত বিশেষ ভোটাৰ তালিকা পুনৰীক্ষণক লৈ বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে এটা ডাঙৰ সিদ্ধান্ত লৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। আয়োগৰ সূত্ৰ অনুসৰি বিহাৰ…
নাম সলনি কৰাৰ বাবে পুনৰ উত্তেজনা শ্ৰীভূমিত! ১১০ জনক আটক…
কৰিমগঞ্জৰ নাম সলনি কৰি শ্ৰীভূমিলৈ পৰিৱৰ্তনৰ প্ৰতিবাদত শনিবাৰে শ্ৰীভূমিত বৃহৎ উত্তেজনাৰ সৃষ্টি হয়। বদৰপুৰৰ এন চি কলেজত আৰম্ভ হোৱা এই প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী…
ক’ভিডৰ কৰ্তব্যত মৃত্যু হোৱা শিক্ষকৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ
Covid-19ৰ সময়ত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা এগৰাকী বিদ্যালয়ৰ অধ্যক্ষৰ পৰিয়াললৈ ১ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ। মুখ্য ন্যায়াধীশ…
ভাৰতত কোনো হিন্দু বিদেশী নহয়! দিলীপ শইকীয়াৰ মন্তব্যই তুলপাৰ লগাইছে ৰাজ্যত
অসমত পুনৰ উত্তপ্ত হৈ উঠিছে নাগৰিকত্বৰ প্ৰসংগত। কেন্দ্ৰীয় চৰকাৰে ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ এক্ট, ২০২৫ কাৰ্যকৰী কৰাৰ পিছতে ৰাজ্যত ব্যাপক চৰ্চা আৰু প্ৰতিবাদী…
ভাৰত-আমেৰিকাৰ বন্ধুত্বঃ পুনৰ ইতিবাচক দিশত আগবাঢ়িছে দুই দেশ…
ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক সম্পৰ্কত কিছু অৱনতি হোৱাৰ পিছতো শেহতীয়াকৈ দুয়োখন দেশৰ নেতাসকলে ইতিবাচক ইংগিত প্ৰদান কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড‘নাল্ড ট্ৰাম্পে…
‘বিড়ি আৰু বিহাৰ’ বিতৰ্কৰ পৰা হাত সাৰিবলৈ হাহাকাৰ কংগ্ৰেছৰ! কেৰালাৰ ছ’চিয়েল মিডিয়া চেলৰ মুৰব্বীৰ পদত্যাগ
‘বিড়ি আৰু বিহাৰ’ বিতৰ্কই সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে। হেঁচাত বিতৰ্কৰ পৰা হাত সাৰিবলৈ হতাশ হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। কেৰালাৰ ছ’চিয়েল মিডিয়া…
ধৰ্মীয় অনুষ্ঠানৰ পৰা চুৰি ১ কোটি টকাৰ ‘কলহ’! কি এনে বিশেষ আছিল?
শনিবাৰে নতুন দিল্লীৰ লালকিল্লা কমপ্লেক্সৰ সমীপত জৈন ধৰ্মীয় অনুষ্ঠানৰ পৰা ৭৬০ গ্ৰাম সোণেৰে নিৰ্মিত আৰু বহুমূলীয়া ৰত্ন সন্নিৱিষ্ট কৰা এটা ‘কলহ’ চুৰি…
গুৱাহাটীৰ ৰাজভৱনৰ ৫ কিমি ব্যাসাৰ্ধত প্ৰতিৰোধমূলক নিৰ্দেশনা! জাৰি কৰা হৈছে ১৬৩ নং ধাৰা
গুৱাহাটীৰ ৰাজভৱনৰ পৰা ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ)ৰ ১৬৩ নং ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। উপ-আৰক্ষী আয়ুক্ত…
জালিয়াতিৰে বীমাৰ ধন আত্মসাৎ আৰু বিকৃত যৌন ইচ্ছাৰ বাবে নিজৰ ভৰি কাটি গ্ৰেপ্তাৰ ব্ৰিটিছ চিকিৎসক
ৰয়েল কৰ্ণৱাল হাস্পতালৰ প্ৰাক্তন চিকিৎসক নীল হপাৰ (৪৯)ৰ বিৰুদ্ধে বীমাৰ ধন জালিয়াতিৰে আত্মসাৎ কৰা আৰু বিকৃত যৌন কামনা পূৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা…