NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

CAA-ৰ অধীনত অসমত ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে ৩ জন বিদেশীয়েঃ হিমন্ত বিশ্ব শৰ্মা

বুধবাৰে (৩ ছেপ্টেম্বৰ, ২০২৫) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে CAAৰ অধীনত মাত্ৰ তিনিজন বিদেশীয়েহে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে। সাংবাদিকৰ সৈতে হোৱা…

এন ই নাও নিউজ, গুৱাহাটী · September 3, 2025 2:24 pm
Popular Stories

CAA-ৰ সময়সীমা বৃদ্ধিঃ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা ‘নিৰ্যাতিত সংখ্যালঘুসকল’ থাকিব পাৰিব ভাৰতত

আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়-হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান – ধৰ্মীয় নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে…

এন ই নাও নিউজ, গুৱাহাটী · September 3, 2025 2:03 pm
অসম

মাৰ্ঘেৰিটাত নিখোজ দুগৰাকী কিশোৰী! সহায়ৰ আবেদন পৰিয়ালৰ

মাৰ্ঘেৰিটাত দুগৰাকী কিশোৰী যোৱা ১ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছে। নিখোজ কিশোৰী দুগৰাকীৰ নাম ক্ৰামে আইছা খাতুন (লাজুম ১ নং) আৰু শুভা…

এন ই নাও নিউজ, গুৱাহাটী · September 3, 2025 1:53 pm
অসম

ডিমা হাছাও ভূমি বিবাদ: ভূমি আবণ্টনৰ বিৰোধিতা কৰা বাবে ৬ জনকৈ গাঁওবাসীক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৩ হাজাৰ বিঘা জনজাতীয় ভূমি আবণ্টনৰ বিৰোধিতা কৰা বাবে ৬ জনকৈ গাঁওবাসীক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোহাৰলে আাহিছে। এই ঘটনাৰ পিছতে…

এন ই নাও নিউজ, গুৱাহাটী · September 3, 2025 1:20 pm
অসম

কেন্দ্ৰই শক্তিশালী কৰিলে বিদেশী ন্যায়াধিকৰণক! লাভ কাৰিলে পোনপটীয়াকৈ আটক কৰাৰ ক্ষমতা

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমৰ বিদেশী ন্যায়াধিকৰণক সন্দেহযুক্ত অবৈধ প্ৰব্ৰজনকাৰীক নিৰ্দিষ্ট শিবিৰত পোনপটীয়াকৈ আটক কৰাৰ ক্ষমতা প্ৰদান কৰিছে। ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ অৰ্ডাৰ, ২০২৫…

এন ই নাও নিউজ, গুৱাহাটী · September 3, 2025 12:15 pm
অসম

ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰৰ দাবী : তামুলপুৰত বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে মঙলবাৰে তামুলপুৰৰ গুৱাবাৰীত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।…

এন ই নাও নিউজ, গুৱাহাটী · September 3, 2025 11:59 am
আন্ত: ৰাষ্ট্ৰীয়

ভয়াবহ! বেলুচিস্তানত ৰাজনৈতিক সমাৱেশত আত্মঘাতী বোমা বিস্ফোৰণত ১১ জন নিহত

মঙলবাৰে সন্ধিয়া পাকিস্তানৰ বেলুচিস্তানৰ ৰাজধানী কুৱেটত এক ৰাজনৈতিক সমাৱেশত ভয়াবহ আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাত এতিয়ালৈকে কমেও ১১ জন লোক…

এন ই নাও নিউজ, গুৱাহাটী · September 3, 2025 10:58 am
চীন

চীনে কাৰো ৰঙা চকুলৈ ভয় নকৰে : বিজয় দিৱসত ছি জিনপিং

চীনৰ বিজয় দিৱসৰ পেৰেডত ৰাষ্ট্ৰপতি ছি জিনপিঙে কয় যে ‘চীনে কেতিয়াও কাৰো ভাবুকিক ভয় নকৰে’। জি জিনপিঙে ভাষণৰ আৰম্ভণিতে কয় যে, “সতীৰ্থ…

এন ই নাও নিউজ, গুৱাহাটী · September 3, 2025 10:08 am
অসম

বিতৰ্কত বনতাৰাৰ তদন্তকাৰী কমিটি: SIT-এ সাংবাদিকৰ ভাষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকিল অনন্ত আম্বানীৰ অধিবক্তা

আম্বানীৰ মালিকানাধীন বনতাৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰা বিশেষ তদন্তকাৰী দল (SIT)ৰ শুনানি মঙলবাৰে দিল্লীৰ তাজ পেলেচ হোটেলত…

এন ই নাও নিউজ, গুৱাহাটী · September 3, 2025 9:12 am
দেশ

শুকাই আহিছে সেউজীয়া পৃথিৱী : এছিয়াৰ হিমবাহ বছৰি গলিছে ২ কোটি ২০ লাখ কিলোগ্ৰাম বৰফ

গোলকীয় উষ্ণতা বৃদ্ধিৰ অভূতপূৰ্ব প্ৰভাৱ পৰিছে হিমবাহৰ ওপৰত। আই ই ই ই জাৰ্নেল অৱ চেলেক্টেড টপিকছ ইন এপ্লাইড আৰ্থ অবজাৰ্ভেচন এণ্ড ৰিম’ট…

এন ই নাও নিউজ, গুৱাহাটী · September 3, 2025 8:42 am