Author: এন ই নাও নিউজ, গুৱাহাটী
সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা: অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে
অসামৰিক বিমানবন্দৰসমূহ পহৰা দি থকা বিমান নিৰাপত্তা গোটৰ (এ এছ জি) অংশ হিচাপে বৰ্তমান সমগ্ৰ দেশতে নিয়োজিত হৈ থকা ১০০ গৰাকী মহিলা…
‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’
ধৰ্মীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে এক বৃহৎ অভিযানত উত্তৰাখণ্ড কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নিৰ্দেশত যোৱা মাহত আৰম্ভ কৰা ‘অপাৰেচন কালানেমী’ৰ অধীনত সাধুৰ ৰূপ…
বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ে গুজৰাটৰ জামনগৰত ৰিলায়েন্স ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত গ্ৰীণছ জুলজিকেল ৰেচকিউ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ বনতৰাৰ কাৰ্য্যকলাপৰ ওপৰত উত্থাপিত গুৰুতৰ অভিযোগৰ তদন্তৰ বাবে…
প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়
এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই নিজৰ ইচ্ছামতে জীয়াই থকাৰ স্বাধীনতা তেওঁৰ মৌলিক অধিকাৰ বুলি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে। আদালতে স্পষ্ট কৰি দিছে…
আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?
আপুনি আপোনাৰ ব্যস্ত দৈনন্দিন জীৱনত সময় উলিয়াই জিমত ৱৰ্কআউট কৰিবলৈ আৰম্ভ কৰিছেনে? যদি কৰিছে সেইটো ভাল কথা। কিন্তু মনত ৰাখিব, আপোনাৰ আঙুলিৰ…
ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ছায়েদা হামিদৰ বক্তব্যক অসমৰ জাতীয় স্বার্থ বিৰোধী বুলি অভিহিত কৰিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত তেওঁ…
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ
২১ জুলাইত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আকস্মিকভাৱে পদত্যাগে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখন জুকাৰি গৈছিল। ধনখড়ৰ পদত্যাগৰ আঁৰৰ কাৰণক লৈ সৃষ্টি হোৱা বিভিন্ন জল্পনা-কল্পনাৰ মাজতে…
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!
ওড়িশাৰ কোৰাটপুৰ জিলাৰ ডুডুমা জলপ্ৰপাতলৈ গৈ ৰিল বনাই মৃত্যুক আকোঁৱালি লয় এগৰাকী ইউটিউবাৰে। কিন্তু সেয়া দুঃস্বপ্ন হৈ পৰিল। প্ৰচণ্ড সোঁতত উটি গ’ল…
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ
দ্ৰুতগতিত শগুনৰ সংখ্যা হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে সংৰক্ষণবিদসকলে। মৃত প্ৰাণীৰ দেহত ৰাসায়নিক দ্ৰব্যৰ বিষক্ৰিয়াৰ ফলত অসমত শগুনৰ সংখ্যা তীব্ৰভাৱে হ্ৰাস…
ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ
অসমত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন (এছআৰআই)ৰ কাম আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনআৰচি)ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি চূড়ান্ত কৰাৰ দাবী জনাইছে…