Author: এন ই নাও নিউজ, গুৱাহাটী
ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?
পুনেৰ ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ছিয়া গোৱেল আৰু চেতন চৌধুৰীৰ ক্ৰিকেটৰ সৈতে গভীৰ সম্পৰ্ক আছে। তদন্তকাৰীয়ে দাবী কৰিছে যে অভিযুক্ত…
শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে
জন্মদিনতো নিট বিতৰ্কৰ পৰা সাৰি যাব পৰা নাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। শিক্ষামন্ত্ৰীগৰাকীৰ জন্মদিনত শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ পদত্যাগ দাবী কৰিছে ককৰোচ…
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?
অসমৰ প্ৰাণৰ শিল্পী, কিংবদন্তি কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীত মানুহৰ মুখে মুখে। তেওঁ অসমীয়াৰ উপৰিও বাংলা, হিন্দীকে ধৰি বিভিন্ন ভাষাত অজস্ৰ গান গাইছে।…
ইছলামাবাদত মুকলিকৈ ঘূৰিছে কুখ্যাত সন্ত্ৰাসবাদী চাইফুল্লা কাচুৰী: শ্বোয়েব আখতাৰৰ ভাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত লস্কৰৰ নেতা
পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বোয়েব আখতাৰৰ ভাতৃৰ জানাজাৰ অনুষ্ঠানত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ উপ-প্ৰধান চাইফুল্লা কাচুৰী আৰু আন বহু কেইজন সন্ত্ৰাসবাদীক দেখা পোৱাৰ…
সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!
একেৰাহে কান্দি আছিল শিশুটিয়ে। কান্দোনত অতিষ্ঠ হৈ পৰিছিল মাতৃ। তাৰ পিছতেই এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে মাতৃয়ে। ধাৰালো অস্ত্ৰৰে ৬ মহীয়া কন্যা…
তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য
চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলা এক বৃহৎ বিদ্ৰোহ বিৰোধী অভিযানত অসম আৰক্ষীয়ে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ জাগুনত নিষিদ্ধ আলফা-স্বাধীনৰ দুজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰি…
নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কঠোৰ সকীয়নি দিছে যে যদি ইউৰোপীয় দেশসমূহে আমেৰিকাৰ প্ৰযুক্তি কোম্পানীসমূহৰ ওপৰত ডিজিটেল সেৱা কৰ আৰোপ কৰে তেন্তে সংশ্লিষ্ট…
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়
বিশ্বকাপত অভিষেক ঘটোৱাৰ সময়তে কেপ ভাৰ্ডেই লিখিছে নতুন কাহিনী। প্ৰথম দুখন মেচত স্পেইন আৰু উৰুগুৱেক স্তব্ধ কৰি তেওঁলোকে আচৰিত কৰি তুলিছিল। এটা…
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ
বিশ্বকাপৰ মাজতেই দুটা দলৰ শিবিৰত অশান্তিৰ সৃষ্টি হৈছে। প্ৰশিক্ষকৰ সৈতে খেলুৱৈসকলৰ মতৰ মিল হোৱা নাই। প্ৰশিক্ষকৰ পৰিকল্পনা খেলুৱৈসকলৰ পছন্দ হোৱা নাই আৰু…
শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ যেন অন্ত নপৰিব। শুকুৰবাৰে হৰমুজ প্ৰণালীত ইৰাণে এখন মালবাহী জাহাজত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আমেৰিকাৰ সেনাই ৰণংদেহি ৰূপ…