Author: নৰ্থ-ইষ্ট নাও
‘দ্য কেৰেলা ষ্ট’ৰী’ক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ বিৰুদ্ধে প্ৰতিবাদ এফ টি আই আইৰ শিক্ষাৰ্থীৰ
পুনেস্থিত ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ ছাত্ৰ-ছাত্ৰীসকলে ‘দ্য কেৰেলা ষ্ট’ৰী’ক প্ৰদান কৰা ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তীব্ৰ বিৰোধিতা কৰিছে। ‘দ্য কেৰালা…
শিক্ষাৰ্থীক উৰ্দু পঢ়িবলৈ বাধ্য কৰি নিলম্বিত হ’ল শিক্ষক
উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ চৰকাৰী কম্পোজিট স্কুলৰ সহকাৰী শিক্ষক ছালাউদ্দিনক শিশুক উৰ্দু পাঠদান কৰিবলৈ বাধ্য কৰাৰ বাবে নিলম্বন কৰা হৈছে। ছ’চিয়েল মিডিয়াত…
অসাৰ হ’ল ট্ৰাম্পৰ ভাবুকি! ইৰাণৰ সৈতে ১২খন কৈ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিলে পাকিস্তানে
পাকিস্তানে আমেৰিকাৰ শত্ৰু দেশ ইৰাণৰ সৈতে ১২ খন কৈ বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰি দ্বিপাক্ষিক বাণিজ্য ৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ…
ৰাছিয়াত সুদীৰ্ঘ ৫০০ বছৰৰ মূৰত আগ্নেয়গিৰি উদগিৰণ : ভূইকঁপে জোকাৰিছে দেশ
ৰাছিয়াৰ হৈছে বৃহৎ আগ্নেয়গিৰি উদগিৰণ। ৰাছিয়া পূৱ অঞ্চলত ৫০০ বছৰৰ মূৰত হৈছে আগ্নেয়গিৰি উদগিৰণ। বিগত সপ্তাহত সংঘটিত হোৱা প্ৰচণ্ড ভূমিকম্পৰ সৈতে ইয়াৰ…
স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটীৰ পদ পথত উচ্ছেদ অভিযান
সম্প্ৰতি ৰাজ্য জুৰি চলি আছে অবৈধ বেদখলৰ বিৰুদ্ধে ব্যাপক উচ্ছেদ অভিযান চলি আছে। অগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী পৌৰ নিগমে অকৰ্তৃত্বশীল পথৰ…
ডকাইতে নহয়, কন্যা আৰু পত্নীয়ে হত্যা কৰিছিল উত্তম গগৈক : নৱম শ্ৰেণীৰ কন্যাৰ প্ৰেমিক জড়িত আছিল হত্যাকাণ্ডত
ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত দেওবাৰে শংকাই নামেৰে খ্যাত ব্যৱসায়ী উত্তম গগৈৰ হত্যাকাণ্ডৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ধৃত ব্যক্তিকেইজন হৈছে উত্তম…
ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক যৌন নিৰ্যাতন একাদশ শ্ৰেণীৰ ছাত্ৰৰ : জৱাহৰ নৱোদয় বিদ্যালয়ত ভয়ংকৰ কাণ্ড
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হৈছে ভয়ানক কাণ্ড। বিগত তিনিমাহ ধৰি ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰক একাদশ শ্ৰেণীৰ কেইজনমান ছাত্ৰই যৌন নিৰ্যাতন চলাই…
দিল্লীত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত আক্ৰমণ! তিনিজনক আটক
দেশৰ ৰাজধানী চহৰ দিল্লীত বিভিন্ন সময়ত উত্তৰ্পূবৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত শাৰিৰীক বা মানসিক ভাৱে অপদস্থ কৰাৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ…
অতিৰিক্ত মাচুল লোৱাৰ ক্ষোভ! বিমান সংস্থাৰ কৰ্মচাৰীৰ থুঁতৰি আৰু ৰাজহাড় ভাঙিলে সেনা বিষয়াই
দেওবাৰে বিমান সংস্থা স্পাইছজেটে প্ৰকাশ কৰা অনুসৰি শ্ৰীনগৰ বিমানবন্দৰত অতিৰিক্ত কেবিন বেগেজক লৈ হোৱা বিবাদৰ পাছত সেনাবাহিনীৰ এজন জ্যেষ্ঠ বিষয়াই স্পাইচজেটৰ চাৰিজন…
নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন গৌৰৱ গগৈৰ! ভোটাৰ তালিকা পুনৰীক্ষণ সন্দৰ্ভত সংসদীয় আলোচনাৰ দাবী
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ বিৰোধী নেতা গৌৰৱ গগৈয়ে দেওবাৰে ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। সাংসদ গৰাকীয়ে…