Author: এন ই নাও নিউজ, গুৱাহাটী
অসম আৰক্ষীৰ ‘নিৰ্যাতন’: আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী অধীক্ষকৰ নাম অভিযোগনামাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ হাইকোৰ্টৰ
অসম আৰক্ষীৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ পাছত ২০২৩ চনত আত্মহত্যাৰ পথ বাছি লোৱা দীপাংকৰ গগৈৰ পৰিয়ালক গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ আৰক্ষী সঞ্চালক…
ছয় মাহত আমেৰিকাৰ পৰা তেলৰ আমদানি ৫১ শতাংশ বৃদ্ধি! ট্ৰাম্পৰ ঠেহ ভাঙিবলৈ ভাৰতৰ নতুন কৌশল?
ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি পদলৈ ঘূৰি অহাৰ পাছত ভাৰতে আমেৰিকাৰ তেল আমদানি ৫১ শতাংশ বৃদ্ধি কৰিছে। সূত্ৰৰ জৰিয়তে লাভ কৰা পৰিসংখ্যা অনুসৰি…
১৫ বছৰত ৮ জন পুৰুষক প্ৰথমে বিয়া, তাৰ পিছত শকত অংকৰ ধন দাবী; গ্ৰেপ্তাৰ অভিযুক্ত মহিলা
শেহতীয়াকৈ নাগপুৰৰ এগৰাকী মহিলাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। তেওঁ এজন এজনকৈ পুৰুষক প্ৰতাৰণা কৰা ঘটনা পোহৰলৈ অহাৰ লগে লগে গোটেই অঞ্চলটোত…
আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?
আয়াৰলেণ্ডত ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰমণৰ ক্ৰমবৰ্ধমান ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় দূতাবাসে এক গুৰুত্বপূৰ্ণ নিৰাপত্তা পৰামৰ্শ জাৰি কৰিছে। দূতাবাসে ভাৰতীয় নাগৰিকসকলক নিজৰ ব্যক্তিগত…
অৱশেষত আৰক্ষীৰ জালত বৰপথাৰ নিগ্ৰহ ঘটনাৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠ
অৱশেষত গ্ৰেপ্তাৰ হ’ল বৰপথাৰৰ মৰেল পুলিচিং কাণ্ডৰ মূল অভিযুক্ত। মূল অভিযুক্ত পলাতক ৰাজু শ্ৰেষ্ঠক অৱশেষত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৰ্তমানো পলাতক অৱস্থাতত আছে…
ভঙা বিয়া জোৰা লগোৱাৰ চেষ্টা চাইনা-কাশ্যপৰ; বিচ্ছেদ ঘোষণাৰ ১৯ দিনৰ ভিতৰতে মন সলনি
বৰ বেছিদিন আগৰ কথা নহয়। ১৩ জুলাইত খবৰ ওলাইছিল যে তেওঁলোকৰ পথ পৃথক হৈছে। চাইনা নেহৱাল আৰু পাৰুপল্লী কাশ্যপৰ বিবাহ বিচ্ছেদ ৰাজহুৱা…
IIT দিল্লীত জিলিকিল গহপুৰৰ পংকজ বৰাঃ মধ্যাকৰ্ষণিক তৰংগৰ গৱেষণাৰ বাবে লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ,দিল্লীৰ (Indian Institute of Technology, Delhi) পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ পংকজ বৰাই তেওঁৰ গৱেষণা গ্ৰন্থ “Cosmic Phase Transitions…
পৰ্ণ জগতৰ অভিনেতা হৈ পৰিল এখন দেশৰ মন্ত্ৰী, কিন্তু ক’ত?
শুকুৰবাৰে এএফপিক জনোৱা মতে, এজন প্ৰাক্তন পৰ্ণ অভিনেতা তথা সমকামী অধিকাৰ কৰ্মীক কলম্বিয়াৰ নতুন সমতা হিচাপে নিযুক্তি মন্ত্ৰী হ’ব। কেথলিক দেশখনৰ এজন…
ধৰ্ষণৰ গোচৰত জামিনত জে’লৰ পৰা ওলাই আহি নিৰ্যাতিতাক প্ৰকাশ্যে গুলীচালনা
ধৰ্ষণৰ গোচৰত জামিনত মুকলি কৰি দিয়াৰ পাছত অভিযুক্তই গুলীয়াই হত্যা কৰাৰ চেষ্টা চলায়। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দিল্লীৰ বসন্ত বিহাৰ অঞ্চলত।…
কেৱল ৰাস্তাৰ পৰাই দৈনিক ১৬৮.২৪ কোটি টকা উপাৰ্জন কৰে মোডী চৰকাৰে, কিন্তু…
ভাৰতত ৰাষ্ট্ৰীয় ঘাইপথৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু ডিজিটেল ব্যৱস্থাৰ উন্নতিৰ লগে লগে টোলৰ ৰাজহৰ পৰিমাণ বৃহৎ পৰিমানে বাঢ়িছে। চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ প্ৰথম…