Author: এন ই নাও নিউজ, গুৱাহাটী
মহাবিদ্যালয় আৰু প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সুৰক্ষাৰ বাবে নতুন নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ
অধ্যয়ন আৰু পঢ়াৰ হেঁচা সহ্য কৰিব নোৱাৰা যুৱ প্ৰজন্মৰ মাজত আত্মহত্যাৰ ধাৰা দিনক দিনে বাঢ়িছে। এফালে ঘৰৰ মানুহৰ উচ্চাকাংক্ষা। আনহাতে, অত্যধিক ভাল…
২০৩৩ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা : ভৱিষ্যদ্বাণী বিটিআৰৰ শিক্ষা উপদেষ্টাৰ
২০৩৩ চনৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন (বিটিআৰ)ৰ শৈক্ষিক উপদেষ্টা সমিতিৰ মুখ্য উপদেষ্টা আৰ এন সিনহাই…
যৌন নিৰ্যাতন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ : বিজেপি সাংসদৰ বদনামী পুত্ৰক আইনী পদত নিযুক্তি!
হাৰিয়ানা চৰকাৰে আই এ এছ বিষয়াৰ কন্যাক ষ্টকিং আৰু অপহৰণৰ চেষ্টা কৰাৰ অভিযোগত অভিযুক্ত অধিবক্তা বিকাশ বৰালাক সহকাৰী মহাধিবক্তা হিচাপে নিযুক্তি দিছে।…
কিদৰে দূৰ কৰিব উফিৰ সমস্যা! জানিবলৈ পঢ়ক…
মূৰৰ ছাল শুকান বা তেলীয়া হৈ পৰাৰ ফলত ছালৰ মৃত কোষবোৰ ছিঙি যায় আৰু তেতিয়াই উফিৰ সমস্যাই গা কৰি উঠে। বিশেষকৈ শীতকালত…
৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই
২০২১ চনৰ পৰা ২০২৪ চনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিদেশ ভ্ৰমণৰ মুঠ খৰচ ২৯৫ কোটি টকা। ২০২৫ চনত এতিয়ালৈকে আমেৰিকা আৰু ফ্ৰান্সকে ধৰি…
ইমাম সংগঠনৰ সৈতে বৈঠক মোহন ভাগৱতৰ! ৰাজনৈতিক মহলত নতুন জল্পনা-কল্পনা
বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে মুছলমান সম্প্ৰদায়ৰ শীৰ্ষ ধৰ্মীয় নেতৃত্বৰ সৈতে সাক্ষাৎ কৰে। জানিব পৰা মতে, এই বৈঠকৰ উদ্দেশ্য হৈছে…
মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ
মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ সময়সীমা আৰু ছয় মাহৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱত লোকসভাই অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে লোকসভাত উত্থাপন কৰা…
পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ ঘোষণা কৰা পিছতে আন্তৰ্জাতিক মঞ্চত তীব্ৰ সমলোচনাৰ সন্মুখীন হৈছে। ২০২৫ চনৰ ২৫ জুলাইত…
লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা
আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি সাধাৰণ সম্পাদক ৰাছেল হুছেইন, তথ্য আৰু প্ৰচাৰ বিভাগৰ তত্বাৱধায়ক দেবাংগ সৌৰভ গগৈ…
প্রান্তীয় খণ্ডসমূহৰ পৰা ২০২৫-২৬ বৰ্ষৰ বৃত্তিৰ বাবে আবেদন আহ্বান কৰিছে শ্ৰম কল্যাণ আয়ুক্তই
ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনত থকা কল্যাণ উপকৰ আয়ুক্তৰ কাৰ্যালয়ে শ্ৰমিকসকলৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ বৃত্তিকে ধৰি বিভিন্ন কল্যাণমূলক…