Author: এন ই নাও নিউজ, গুৱাহাটী
ঢাকাত যুদ্ধ বিমানৰ ভয়ংকৰ দুৰ্ঘটনা: পাইলট সহ বহু ছাত্ৰ-ছাত্ৰী হতাহত হোৱাৰ আশংকা
বাংলাদেশ বায়ুসেনাৰ এখন যুদ্ধ বিমান সোমবাৰে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। FT-7BGI নামৰ এই চীন-নিৰ্মিত ট্ৰেনিং যুদ্ধ বিমানখনে উৰণৰ কিছু সময়ৰ পিছতেই ঢাকাৰ…
জটিল হৈ পৰিছে ভিছা লাভৰ পদ্ধতি! আমেৰিকাৰ বিশ্ববিদ্যালয়ত প্ৰায় ৮০% হ্ৰাস পাইছে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা
ভিছাৰ জটিলতা আৰু অনিশ্চয়তাৰ বাবে আমেৰিকাৰ বিশ্ববিদ্যালয়ত ভৰ্তি হোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাইছে। হায়দৰাবাদৰ কেইবাগৰাকীও শিক্ষা পৰামৰ্শদাতাই কয় যে যোৱা…
এআই টাস্ক ফ’ৰ্চ আৰু লেব নিৰ্মান ভাৰতীয় সেনাৰ! ২০২৬-২৭ৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ ব্যৱহাৰ ত্বৰান্বিত কৰিব
ভাৰতীয় সেনাই সামৰিক ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা (এআই) ভিত্তিক প্ৰযুক্তিৰ ব্যৱহাৰ ত্বৰান্বিত কৰাৰ পৰিকল্পনা হাতত লৈছে। ২০২৬-২৭ চনৰ ভিতৰত এই প্ৰযুক্তিৰ ব্যৱহাৰ বিভিন্ন…
এটা যুগৰ অন্ত! কবি, চিন্তাবিদ আৰু ভাৰতৰ নক্সাল বিদ্ৰোহৰ অন্যতম শীৰ্ষ নেতা আজিজুল হকৰ শেষ নিশ্বাস ত্যাগ
কবি, চিন্তাবিদ আৰু ভাৰতৰ নক্সাল বিদ্ৰোহৰ অন্যতম শীৰ্ষ নেতা আজিজুল হকৰ শেষ নিশ্বাস ত্যাগ। সোমবাৰে কলিকতাৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে…
ইডিক ৰাজনৈতিক যুঁজৰ অহিলাৰ দৰে ব্যৱহাৰ কৰাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়
বলবৎকাৰী সঞ্চালকালয় (ইডি)ক ৰাজনৈতিক যুঁজৰ অহিলাৰ দৰে ব্যৱহাৰৰ কৰাক লৈ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ। শাসক পক্ষৰ এনে কাণ্ডৰ ওপৰত প্ৰশন ত্থাপন কৰি এনে…
অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি
তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডি এম কেৰ সভাপতি এম কে ষ্টেলিনক চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়খনে জাৰি কৰা এক বিবৃতি অনুসৰি…
জিম্মাত অমানৱীয় নিৰ্যাতন: চিবিআই তদন্তৰ লগতে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
জম্মু-কাশ্মীৰৰ কুপৱাৰাত ২০২৩ চনত সংঘটিত জিম্মাত নিৰ্যাতনৰ এক গুৰুতৰ ঘটনাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে চিবিআইক নিৰ্দেশ দিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ…
সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত ২০২৫ চনৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰে। বৰ্ষাকালীন অধিৱেশনলৈ সকলোকে আদৰণি জনাই…
আই আই টি খড়গপুৰ আৰু নয়দাৰ শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত: ন্যায়িক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
আই আই টি খড়গপুৰ আৰু উত্তৰ প্ৰদেশৰ নয়দাৰ এখন বিশ্ববিদ্যালয়ত দুজন ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ ঘটনাৰ বাবে উচ্চতম ন্যায়ালয়ে নিজা কৈ তদন্তৰ সিদ্ধান্ত গ্ৰহণ…
দেশৰ পৰিস্কাৰ চহৰসমূহৰ ভিতৰত অষ্টমবাৰৰ বাবে স্থান লাভ ইন্দোৰৰ : তালিকাত নাম নাই গুৱাহাটীৰ
ইন্দোৰক পুনৰ দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। ইয়াৰ লগে লগে অষ্টমবাৰৰ বাবে মধ্যপ্ৰদেশৰ ইন্দোৰে পৰিস্কাৰ চহৰৰ তালিকাত শীৰ্ষস্থান দখল…