NORTHEAST NOW (Assamese)

Author: নৰ্থ-ইষ্ট নাও, গুৱাহাটী

অসম

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

বিত্তীয় অন্তৰ্ভুক্তি আঁচনি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ বাবে চলি থকা তিনিমহীয়া অভিযানৰ অগ্ৰগতি আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰিবলৈ আজি গুৱাহাটীস্থিত এছবিআইৰ স্থানীয় মুখ্য…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · July 18, 2025 8:27 pm
চলচ্চিত্ৰ

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰাজ্যৰ ছবিগৃহত ১ আগষ্ট মুক্তিৰ বাবে সাজু হৈছে নতুন অসমীয়া ছবি “কলাজ”। অমৰদীপ গগৈৰ পৰিচালনা আৰু চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনৰ কাহিনী আৰু…

এন ই নাও নিউজ, গুৱাহাটী · July 18, 2025 8:11 pm
Popular Stories

ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া এতিয়াও ভাৰততে আছেঃ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ে ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া বাসুক বিচাৰি উলিয়াবলৈ আগতীয়াকৈ লুকাউট নোটিচ জাৰি কৰাৰ নিৰ্দেশ দিছে। শুকুৰবাৰে গোচৰৰ শুনানিৰ সময়ত কেন্দ্ৰই জনাইছে যে…

এন ই নাও নিউজ, গুৱাহাটী · July 18, 2025 8:09 pm
দেশ

জাতিৰ ভিত্তিত মন্দিৰত প্ৰৱেশ নিষিদ্ধ কৰিব নোৱাৰি : মাদ্ৰাজ উচ্চ ন্যায়ালয়

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এক গোচৰৰ শুনানিত কয় যে সকলো জাতিৰ লোকক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিব লাগিব। ১৭ জুলাই বৃহস্পতিবাৰে আৰিয়ালুৰ জিলা প্ৰশাসনক…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · July 18, 2025 8:08 pm
দেশ

পশ্চিম বংগত ৰে’লৰ খুন্দাত তিনিটা হাতীৰ কৰুণ মৃত্যু!

পশ্চিমবংগৰ বস্তোলা ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। ৰে’লৰ খুন্দাত নিহত তিনিটাককৈ হাতী। খৰগপুৰ-টাটানগৰ পথত চলি থকা এখন ৰে’লে খুন্দা…

এন ই নাও নিউজ, গুৱাহাটী · July 18, 2025 6:50 pm
অসম

সৰুসজাইত ৮০০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হ’ব অত্যাধুনিক মেডান্টা চিকিৎসালয়, কাষতে নিৰ্মাণ হ’ব পঞ্চতাৰকা হোটেল : ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট। এই কেবিনেটে কেইবাটাও সিদ্ধান্তত অনুমোদন জনায়। মুখ্যমন্ত্ৰী এটি কলি, দুটি পাত আঁচনি…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · July 18, 2025 6:16 pm
অসম

উচ্ছেদ অভিযানক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য: মুখ্যমন্ত্ৰীৰ সৈতে বুলড’জাৰত উঠি ঘৰ ভাঙিবলৈ সাজু অখিল গগৈ

ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে শিৱসাগৰত এক সংবাদমেল যোগে ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক…

এন ই নাও নিউজ, গুৱাহাটী · July 18, 2025 6:05 pm
দেশ

এতিয়াৰে পৰা মোবাইল কিনিবলৈ ৫০ হাজাৰৰ সলনি ১.৫ লাখ টকা লাভ কৰিব মন্ত্ৰীয়ে : ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰীৰ

দিল্লীত মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ ব্যয়ৰ সীমা বৃদ্ধি কৰা হৈছে। ইয়াৰ ভিতৰত মোবাইল ফোন ক্ৰয় কৰাটোও অন্তৰ্ভুক্ত হৈছে। এতিয়াৰে পৰা দিল্লীৰ মুখ্যমন্ত্ৰী…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · July 18, 2025 5:57 pm
আন্ত: ৰাষ্ট্ৰীয়

পাকিস্তানৰ আশাত চেঁচাপানী ঢালিলে আমেৰিকাই! দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট চমুকৈ টিআৰএফক সন্ত্ৰাসবাদী সংগঠন আখ্যা

পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড খ্যাত টিআৰএফক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে আমেৰিকাই। বৃহস্পতিবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই কয় যে দ্য ৰেজিষ্টেন্স ফ্ৰণ্টক…

এন ই নাও নিউজ, গুৱাহাটী · July 18, 2025 5:41 pm
Popular Stories

লখিমপুৰৰ উচ্ছেদিত ১১টা খিলঞ্জীয়া পৰিয়ালক ৩১ জুলাইৰ ভিতৰত প্ৰদান কৰা হ’ব ভূমিঃ কেবিনেটত সিদ্ধান্ত অসম চৰকাৰৰ

আজি অসম কেবিনেট অনুষ্ঠিত হয়। কেবিনেটৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰে। মুখ্যমন্ত্ৰী ড°…

এন ই নাও নিউজ, গুৱাহাটী · July 18, 2025 5:25 pm