Author: এন ই নাও নিউজ, গুৱাহাটী
এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা
ৰে’লযোগে যাত্ৰাৰ সময়ত কেতিয়াবা যাত্ৰীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। এনে ক্ষেত্ৰত তেওঁলোকে জি আৰ পি বা ৰে’লৱে আৰক্ষীৰ সহায় বিচাৰে। কিন্তু যদি…
উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন
কিছু দিনৰ পৰা এটা নামে সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰি আহিছে। সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত খলকনি তুলা অৰ্চিতা ফুকনৰ বিষয়ে…
নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম
খবৰ অনুসৰি ১৩ জুলাই তাৰিখে পুৱাই আলফা(স্বাঃ)ৰ শিবিৰলৈ ভাৰতীয় সেনাই ১০০ ৰো অধিক ড্ৰোণ নিক্ষেপ কৰে। এক সূত্ৰৰ পৰা জানিব পৰা মতে,…
ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?
ভাৰতৰ সৈতে সংঘাতৰ সময়ত ইছলামাবাদে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ কোনো পৰিকল্পনা কৰিছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এই প্ৰশ্নৰ…
কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ
ৰাজস্থানত পুনৰ আৰম্ভ হৈছে পাঠ্যপুথিৰ বিতৰ্ক। ৰাজ্যৰ শিক্ষামন্ত্ৰী মদন দিলাৱাৰে ঘোষণা কৰিছে যে দ্বাদশ শ্ৰেণীৰ ইতিহাস গ্ৰন্থ ‘আজাদি কে বাদ কা স্বৰ্ণিম…
মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ
তেতিয়া মাজনিশা। গোটেই দিনটো কাম কৰি ক্লান্ত ৰাজস্থানৰ পাঁচজন শ্ৰমিকে দিল্লীৰ ৰাজপথত জিৰণি লৈছিল। গোটেই দিনটো ভাগৰুৱা হোৱাৰ পিছত সিহঁতে ফুটপাথতে শুই…
ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ
ৰাষ্ট্ৰসভাৰ বাবে চাৰিজন লোকক মনোনীত কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। গৃহ মন্ত্ৰণালয়ৰ অধিসূচনাত উল্লেখ কৰা হৈছে যে ৰাজ্যসভাৰ বাবে উজ্জ্বল দেৱৰাজ নিকাম, চি…
নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী
ভাৰতীয় নিৰ্বাচন আয়োগে ২০২৫ চনৰ ২৫ জুনত আৰম্ভ কৰা বিহাৰত চলি থকা নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR)ৰ সময়ত বুথ পৰ্যায়ৰ বিষয়াসকলে (BLO)…
প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন
প্ৰসিদ্ধ তেলেগু অভিনেতা কোটা শ্ৰীনিবাস ৰাওৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। দেওবাৰে হায়দৰাবাদৰ জুবিলী হিলছৰ নিজৰ বাসগৃহত তেওঁ…
ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!
সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন) চমুকৈ আলফা(স্বাঃ)ৰ বিৰুদ্ধে হঠাৎ আক্ৰমণাত্মক হৈ উঠিছে ভাৰতীয় সেনা। ভাৰতৰ মাটিৰ পৰাই ম্যানমাৰস্থিত আলফা(স্বাঃৰ) শিবিৰত আক্ৰমণ কৰে ভাৰতীয়…