NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

ৰাজস্থানত বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটসহ ২ জন নিহত

ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমান। বুধবাৰে বিয়লি ৰাজ্যখনৰ চুৰু জিলাত দুৰ্ঘটনাগ্ৰস্ত হয় এখন জাগুয়াৰ যুঁজাৰু বিমান। খবৰ অনুসৰি এই দুৰ্ঘটনাত পাইলটসহ মুঠ ২…

এন ই নাও নিউজ, গুৱাহাটী · July 9, 2025 4:20 pm
Popular Stories

ঘৈণীয়েকক লাঠিৰে কোবাই ভতিজাকৰ সৈতে বিয়া পাতি দিলে পত্নীৰ! ভাইৰেল ভিডিঅ’

বিহাৰৰ নাটকীয় ঘটনা। খুড়াকেই পত্নীৰ লগত ভতিজাকক পাতি দিলে বিয়া! দৰাচলতে ভতিজাৰ সৈতে পত্নীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ সন্দেহ কৰি ভতিজাকক নিজৰ…

এন ই নাও নিউজ, গুৱাহাটী · July 9, 2025 4:10 pm
অসম

দেশজোৰা শ্ৰমিক ধৰ্মঘটৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গ’ল অসমৰ বিভিন্ন প্ৰান্তত

সমগ্ৰ ভাৰতবৰ্ষৰ দহটা ট্ৰেড ইউনিয়নে ৯ জুলাইত আহ্বান কৰা দেশজোৰা শ্ৰমিক ধৰ্মঘটে অসমৰ বিভিন্ন অঞ্চলতো ব্যাপক প্ৰভাৱ পেলায় হয়। চৰকাৰৰ শ্ৰম আৰু…

এন ই নাও নিউজ, গুৱাহাটী · July 9, 2025 4:06 pm
Popular Stories

‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি’ প্ৰদানত পক্ষপাতিত্বৰ অভিযোগঃ দুসপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ

‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি’ সন্দৰ্ভত পক্ষপাতিত্বৰ গুৰুতৰ অভিযোগত দুসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। উল্লেখ্য যে, দাখিল কৰা…

এন ই নাও নিউজ, গুৱাহাটী · July 9, 2025 3:50 pm
দেশ

গুজৰাটত ভাঙি পৰিল আনন্দ আৰু পাদ্ৰা সংযোগী দলং : মাহী নদীত ৩ জনৰ সলিল সমাধি

বদোদৰা জিলাৰ উপকণ্ঠ অঞ্চলত মাহী নদীৰ ওপৰত নিৰ্মিত এই দলংখন ভাঙি যায়। ইয়াৰ বাবে বহু যান-বাহন নদীত বাগৰি পৰে। ঘটনা সন্দৰ্ভত তথ্য…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · July 9, 2025 1:40 pm
দেশ

এমাজনৰ পৰা ক্ৰয় কৰা হৈছিল পুলৱামা আক্ৰমণৰ বিস্ফোৰক : পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

২০১৯ চনত পুলৱামা আৰু ২০২২ চনত গোৰখপুৰ মন্দিৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি ভাৰতৰ মাটিত হোৱা কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণত ব্যৱহৃত বিস্ফোৰক সামগ্ৰী ক্ৰয়…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · July 9, 2025 12:30 pm
দেশ

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

দেশত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। অভিযোগ অনুসৰি, পিতৃ সমাজক লজ্জানত কৰা এজন ব্যক্তিয়ে তেওঁৰ নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ কৰে। যাৰ ফলত…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · July 9, 2025 11:30 am
Popular Stories

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

অসমৰ ছ’চিয়েল মিডিয়া জগতৰ নৱতম ইনফ্লুৱেঞ্চাৰ অৰ্চিতা ফুকনে দুটা সমাজকল্যাণমূলক কাম- পশু কল্যাণ আৰু নিপীড়িত শিশুৰ উত্তৰণৰ বাবে মুঠ ৭৫,০০০ টকা আগবঢ়াইছে।…

এন ই নাও নিউজ, গুৱাহাটী · July 9, 2025 11:25 am
আন্ত: ৰাষ্ট্ৰীয়

বানত উটি গ’ল নেপাল আৰু চীন সংযোগী দলং : ৮ জন নিহত আৰু ১৮ জন নিৰুদ্দেশ

নেপাল-চীন সীমান্তৰ এখন দলং বানপানীৰ বাবে উটুৱাই নিয়াৰ ফলত কমেও ৮ জন লোকৰ মৃত্যু হৈছে আৰু ১৮ জন নিৰুদ্দেশ হৈছে।  নেপালৰ বিষয়াসকলে…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · July 9, 2025 10:30 am
দেশ

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

ছত্তীশগড়ৰ মাওবাদী প্ৰভাৱিত বিজাপুৰত সন্দেহযুক্ত মাওবাদীয়ে ৰোপণ কৰা আই ই ডিত ৩ নিৰাপত্তাৰক্ষী আহত হৈছে। আৰক্ষীয়ে জনোৱা মতে, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ…

নৰ্থ-ইষ্ট নাও, গুৱাহাটী · July 9, 2025 9:20 am