Author: এন ই নাও নিউজ, গুৱাহাটী
জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী
তেলেগু ছুপাৰষ্টাৰ তথা ‘বাহুবলী’ৰ পৰিচালক এছ এছ ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবু পুনৰ আইনী সমস্যাত সোমাই পৰিছে। এপ্ৰিল মাহত নিৰ্মাণ প্ৰতিষ্ঠান…
অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ
বিহাৰৰ ব্যৱসায়ী গোপাল খেমকাৰ হত্যাকাণ্ডৰ ৰহস্য এতিয়াও উন্মোচন হোৱা নাই। তাৰমাজতে বিহাৰত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা। দেওবাৰে সন্ধিয়া ৰাজহুৱা স্থানত…
চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা
প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা, চেন্নাই ছুপাৰ কিংছৰ প্ৰিয় ‘চিন্না থালা’ সুৰেশ ৰাইনা এইবাৰ অভিনেতা! এখন তামিল ছবিৰ জৰিয়তে চিনেমা জগতত আত্মপ্ৰকাশ কৰিবলৈ…
দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে
দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে এতিয়াও চৰকাৰী বাসভৱন খালী নকৰাত বিতৰ্কৰ সৃষ্টি হৈছে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু…
বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ
বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বহুতে তেওঁ সুৰ সলনিৰ ইংগিত পাইছিল। এইবাৰ মুকলিকৈ কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানে এন ডি এ ত্যাগ কৰাৰ জল্পনা-কল্পনাত…
বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়
অৰ্থনীতিৰ ভাষাত জনমূৰি জিডিপি (জিডিপি পাৰ কেপিটা)আৰু জিডিপিৰ মাজত ডাঙৰ পাৰ্থক্য আছে। কাৰণ, জিডিপি হৈছে এখন দেশৰ গড় ৰাষ্ট্ৰীয় উৎপাদন। আৰু জনমূৰি…
ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন
এজবাষ্টনত নতুন ইতিহাস ৰচিলে নতুন টিম ইণ্ডিয়াই। শুভমন গিলৰ দলটোৱে প্ৰমাণ কৰিলে যে ভাৰতৰ বিজয় যাত্ৰা চলিছে আৰু ই অব্যাহত থাকিব। ‘এজবাষ্টনত…
টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…
সুস্থ জীৱনৰ বাবে টোপনিৰ গুৰুত্ব অপৰিসীম, কিন্তু সাম্প্ৰতিক সময়ৰ জীৱনশৈলীত টোপনিৰ অভাৱে মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে। গৱেষণাৰ মতে, ভাল টোপনিৰ অভাৱে…
অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি নাগৰিক সমাজৰ শক্তিৰ গুৰুত্বৰ ওপৰত…
পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত
তামিলনাডুৰ এটা ফটকা কাৰখানাত বিস্ফোৰণত এজন লোকৰ মৃত্যু। এই দুৰ্ঘটনাত আৰু পাঁচজন লোক আহত হয়। দেওবাৰে পুৱা তামিলনাডুৰ বিৰুধনগৰ জিলাৰ সত্তুৰ সমীপৰ…