Author: এন ই নাও নিউজ, গুৱাহাটী
৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ
দিল্লীৰ এক বিশেষ আদালতে ৪০০ কোটি টকাৰ দুৰ্নীতিত অভিযুক্ত অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা কৰিছে। এই সিদ্ধান্তটো ইডিয়ে দাখিল কৰা আবেদনৰ…
শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ
শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত অংশগ্ৰহণ কৰাৰ অভিযোগত এজন যুৱকৰ বিৰুদ্ধে আদালতে ছুও মোটু ব্যৱস্থা গ্ৰহণ কৰে। শেহতীয়াকৈ গুজৰাট উচ্চ ন্যায়ালয়ত এক গোচৰৰ…
কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল
দেশৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান আইআইটি, গুৱাহাটীলৈ সুখবৰ কঢ়িয়াই আনিছে এগৰাকী মেধাৱী ছাত্ৰীয়ে। কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত নেটৱৰ্ক চমুকৈ CYPANৰ কাৰ্যবাহী সমিতিৰ…
ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা
ঝাৰখণ্ডৰ ৰামগড় জিলাৰ এটা পৰিত্যক্ত কয়লা খনিত অবৈধ খননৰ সময়ত সংঘটিত ভূমিস্খলনত এজন শ্ৰমিকে প্ৰাণ হেৰুৱাৰ লগতে বহু লোক খনিত আৱদ্ধ হৈ…
ৰাইজক ক্ষমা বিচাৰিলে অভিনেতা বিজয় সেতুপথীয়ে! কিন্তু কিয়?
শেহতীয়াকৈ পুত্ৰ সূৰ্য বিজয় সেতুপথীৰ ভাইৰেল ভিডিঅ’ৰ কথিত বিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেতা বিজয় সেতুপথীয়ে। পুত্ৰৰ প্ৰথম ছবি ‘ফিনিক্স’ৰ প্ৰিমিয়াৰত সূৰ্য্যক…
ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য
বিটিআৰ, ডিমা হাছাও, কাৰ্বি আংলঙৰ দৰে স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিকভাৱে প্ৰদত্ত ক্ষমতা ‘ৰিম’ট কণ্ট্ৰ’ল’ৰ জৰিয়তে এতিয়া দিছপুৰৰ পৰাই নিয়ন্ত্ৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মা…
বড়ো শান্তি চুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত অবহেলা! প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ সদৌ বড়ো ছাত্ৰ সন্থাৰ
২০২০ চনৰ জানুৱাৰীত ভাৰত চৰকাৰ আৰু নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড (এনডিএফবি)ৰ বিভিন্ন গোটৰ সৈতে স্বাক্ষৰিত ঐতিহাসিক শান্তি চুক্তিখনত দিয়া প্ৰতিশ্ৰুতি এতিয়ালৈকে…
গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি
অসম চৰকাৰ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞা আৰোপ কৰা তিনি বছৰ পাৰ হৈ গ’ল যদিও বাস্তৱত এই নিষেধাজ্ঞা কাগজতে সীমাবদ্ধ…
‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন
১৮ বছৰীয়া মতানৈক্যৰ অন্তত ৰাজ থাকৰেৰ সৈতে মঞ্চত একলগ হৈ শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই কয় যে, দুয়ো এতিয়া একেলগে থাকিবলৈ একত্ৰিত হৈছে।…
তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ
অসম আৰু অৰুণাচল সীমান্তৰ সমীপৱৰ্তী পাটকাইৰ পাদদেশত এক গুৰুত্বপূৰ্ণ পোহৰলৈ আহিছে। তিনিচুকীয়া জিলাত অৱস্থিত টিৰাপত আহোমৰ শাসনৰ সময়ত নিৰ্মিত প্ৰায় ৬০০ বছৰ…