Author: এন ই নাও নিউজ, গুৱাহাটী
ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?
চলিত বৰ্ষৰ শেষত পুনৰ প্ৰকাশ পাব ADREৰ বিজ্ঞাপন। নৱেম্বৰ-ডিচেম্বৰত প্ৰকাশ পাব ADREৰ বিজ্ঞাপন। জানিব পৰা মতে অহা বৰ্ষত অনুষ্ঠিত হ’ব Assam Direct…
ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ
ভাৰত আৰু পাকিস্তানে ১ জুলাই তাৰিখে দুই দেশৰ কাৰাগাৰত থকা নাগৰিকৰ তালিকা কূটনৈতিক মাধ্যমেৰে পৰস্পৰে আদান-প্ৰদান কৰিছে। ২০০৮ চনত স্বাক্ষৰিত এখন চুক্তি…
চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং
চীনত নিৰ্মাণাধীন ৬০,০০০ মেগাৱাট ক্ষমতাসম্পন্ন মেডগ জলবিদ্যুৎ প্ৰকল্প, অসম আৰু বাংলাদেশৰ বাবে গভীৰ পৰিৱেশগত আৰু আন্তঃগাঁথনিক বিপদৰ সংকেত বহন কৰিছে। এই বিষয়টিক…
প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ
সম্প্ৰতি সময়ত ৰাজ্যত চৰ্চাত আছে গৰু । সাংসদ, বিধায়ক, মন্ত্রীপত্নী, নেতা-পালিনেতা, মন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰ, পশু চিকিৎসক আদিয়ে গো-পালনৰ বিবিধ চৰকাৰী সা-সুবিধা, ৰাজসাহায্য…
ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড
চলিত বৰ্ষৰ ১৭ জুনত অতি সংগোপনে মংগালুৰুৰ এজন ২২ বছৰীয়া ছাত্ৰ বিলাল আহমদ তেলি নামৰ যুৱকে জাল নথি-পত্ৰ ব্যৱহাৰ কৰি পিএইচডি ছাত্ৰৰ…
কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে
ৰে’লৰ ভাড়া বৃদ্ধিৰ কথা ঘোষণা কৰিছে ভাৰতীয় ৰে’লৱেই। সোমবাৰে ভাৰতীয় ৰে’ল মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কয় যে ১ জুলাই মঙলবাৰৰ পৰা…
কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!
থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বিত কৰিছে দেশখনৰ সাংবিধানিক আদালতে। কম্বোডিয়াৰ প্ৰাক্তন নেতা হুন সেনৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপ ফাদিল হোৱাৰ পিছতে পদত্যাগ…
প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে
আইন অধ্যয়নৰ বাবে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰিয়দৰ্শিনী মাট্টুক বিশ্ববিদ্যালয়ৰ এজন ছিনিয়ৰৰ প্ৰেমত পৰিছিল। এই প্ৰেমৰ পৰিমাণ ভয়াৱহ আছিল। প্ৰিয়দৰ্শিনীক ধৰ্ষণ কৰি…
সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত
সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সাংসদ পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই দাখিল কৰা অভিযোগনামা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যখনৰ কেইগৰাকীমান…
লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ
লিভ ইন পাৰ্টনাৰক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰেমিকৰ বিৰুদ্ধে। মধ্য প্ৰদেশৰ ভোপালৰ বাজাৰিয়াৰ কাৰাৰিয়া অঞ্চলত সংঘটিত হৈছে এই ঘটনা।…