NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

অসম

সংকট নামি অহিছে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত! ছমাহ ধৰি দৰমহা লাভ কৰা নাই ঠিকাভিত্তিক শ্ৰমিকে

আহোম যুগৰ গৌৰৱময় ঐতিহ্য বহনকাৰী ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চাৰাইদেউ মৈদামসহ অসমত থকা ১৬৭টা ঐতিহাসিক কীৰ্তিচিহ্ন এতিয়া ৰক্ষণাবেক্ষণ্ৰ ক্ষেত্ৰত সংকটত পৰিছে। এই…

এন ই নাও নিউজ, গুৱাহাটী · June 19, 2025 3:58 pm
অসম

ন্যায়াধীশ যশৱন্ত ভাৰ্মাক অপসাৰণৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তদন্ত কমিটীৰ

উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তদন্ত কমিটীয়েও ‘বিতৰ্কিত’ ন্যায়াধীশ যশৱন্ত ভাৰ্মাক অপসাৰণৰ পৰামৰ্শ আগবঢ়াইছে। সূত্ৰ অনুসৰি এই পৰামৰ্শৰ সমান্তৰালকৈ কমিটীয়ে নিজৰ প্ৰতিবেদনত কিছুমান…

এন ই নাও নিউজ, নতুন দিল্লী · June 19, 2025 3:21 pm
আন্ত: ৰাষ্ট্ৰীয়

ইৰাণৰ সৈতে ৰাছিয়াৰ পাৰমাণৱিক সহযোগিতা: পুটিনৰ ঘোষণাই বিশ্ব ৰাজনীতিত নতুন উত্তেজনাৰ সূচনা কৰিছে!

বিশ্ব ৰাজনীতিত পুনৰ উত্তেজনাময় পৰিস্থিতিৰ সূচনা হৈছে। শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ঘোষণা কৰিছে যে মস্কোৱে ইৰাণক ইউৰেনিয়াম সমৃদ্ধিৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে…

এন ই নাও নিউজ, গুৱাহাটী · June 19, 2025 3:01 pm
অসম

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

গুৱাহাটীৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ তৃতীয় বৰ্ষৰ এজন ছাত্ৰ ১৮ জুনৰ পুৱা হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। ছাত্ৰজনক হোষ্টেলৰ…

এন ই নাও নিউজ, গুৱাহাটী · June 19, 2025 2:23 pm
Popular Stories

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ ঔদ্যোগিক প্ৰকল্পৰ পাইপলাইনত বিত্তৰ অভাৱৰ সন্মুখীন হৈছে। কাৰণ বিগত ছমাহত মাত্ৰ এটা প্ৰকল্পইহে চূড়ান্ত বিনিয়োগৰ সিদ্ধান্তত উপনীত…

এন ই নাও নিউজ, গুৱাহাটী · June 19, 2025 1:33 pm
দেশ

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে মিলানৰ আপীল আদালতত “দেশক আৰ্থ-সামাজিক ন্যায় প্ৰদানত সংবিধানৰ ভূমিকা: ভাৰতীয় সংবিধানৰ ৭৫ বছৰৰ প্ৰতিফলন” শীৰ্ষক বিষয়ত…

এন ই নাও নিউজ, গুৱাহাটী · June 19, 2025 1:02 pm
Popular Stories

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত বিমান অভিযানত যথেষ্ট সাৱধানতা অৱলম্বন কৰা হৈছে। বৃহস্পতিবাৰে হায়দৰাবাদ-তিৰুপতি স্পাইচজেট কিউ৪০০ বিমানখন উৰণৰ স্থানলৈ পুনৰ উভতি আহিবলগীয়া হয়।…

এন ই নাও নিউজ, গুৱাহাটী · June 19, 2025 12:49 pm
Popular Stories

‘অসমীয়া বোৱাৰীৰ গোপন কথা’ নামৰ ফেচবুক গ্ৰুপত ভেটাপাৰাৰ মহিলাৰ ফটো আপলোড দি অপপ্ৰচাৰ চাইবাৰ অপৰাধীৰ

চাইবাৰ অপৰাধীৰ সহজ লক্ষ্য হৈ পৰিছে গুৱাহাটী মহানগৰীৰ একাংশ যুৱতী-মহিলা। ফেচবুকত গ্ৰুপ খুলি অসৎ চক্ৰই লক্ষ্য কৰি লৈছে একাংশ মহিলা-যুৱতীক। এই চক্ৰটোৱে…

এন ই নাও নিউজ, গুৱাহাটী · June 19, 2025 12:34 pm

So you want to be a startup investor? Here are things you should know

Dropcap the popularization of the “ideal measure” has led to advice such as “Increase font size for large screens and reduce font…

· June 19, 2025 12:16 pm
Popular Stories

প্ৰধানমন্ত্ৰীৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেলঃ ৰাজনৈতিক সংকটৰ মাজতে বিচাৰিলে ক্ষমা প্ৰাৰ্থনা

কম্বোডিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হুন চেনৰ সৈতে হোৱা ব্যক্তিগত ফোন কথোপকথন ফাদিল হোৱাৰ পাছতে ১৯ ​​জুনত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰাই ৰাজহুৱাভাৱে ক্ষমা বিচাৰে।…

এন ই নাও নিউজ, গুৱাহাটী · June 19, 2025 12:11 pm