NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ জাৰ্চি পিন্ধি সপোনৰ অভিষেক ঘটায় যুৱ স্পিনাৰ মানৱ সুথাৰে। মুলনপুৰৰ পিটচত বলিঙেৰে তেওঁ নিজৰ দক্ষতা প্ৰদৰ্শন কৰে। সুথাৰৰ…

এন ই নাও নিউজ, গুৱাহাটী · June 8, 2026 1:43 pm
অসম

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

অসমৰ প্ৰাণৰ শিল্পী, কিংবদন্তি জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত হত্যাকাণ্ড আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া আজি (৮ জুন)ৰ পৰা…

এন ই নাও নিউজ, গুৱাহাটী · June 8, 2026 12:46 pm
অসম

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ইউৰো ২০২১ৰ সেই কৰুণ দৃশ্য এতিয়াও ফুটবল অনুৰাগীৰ স্মৃতিত সতেজ হৈ আছে। পাঁচ বছৰৰ পাছত সেই পুৰণি আতংক ঘূৰি আহিল। পুনৰ চেতনা…

এন ই নাও নিউজ, গুৱাহাটী · June 8, 2026 12:07 pm
অসম

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

দক্ষিণ-পূব এছিয়াৰ দেশ ফিলিপাইনছত এক ভয়াৱহ ভূমিকম্পই জোকাৰি গৈছে। সোমবাৰে পুৱা অনুভূত হোৱা ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৮.২। কঁপনিৰ তীব্ৰতা ইমানেই…

এন ই নাও নিউজ, গুৱাহাটী · June 8, 2026 11:08 am
অসম

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

কীটনাশকৰ গুণগত মান সঠিক নহয়। সেয়েহে মাটিত অতিৰিক্ত কীটনাশক প্ৰয়োগ কৰিবলগীয়া হৈছিল। ই কেৱল মাটি বা জৈৱ বৈচিত্ৰ্যৰ ক্ষতি কৰাই নহয়, অতিৰিক্ত…

এন ই নাও নিউজ, গুৱাহাটী · June 8, 2026 10:22 am
অসম

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইজৰাইলক সংযত থকাৰ পৰামৰ্শ দিছিল। ইৰাণৰ সৈতে হোৱা চুক্তি প্ৰায় চূড়ান্ত হোৱা বুলিও তেওঁ কৈছিল। এই পৰিস্থিতিত আক্ৰমণ…

এন ই নাও নিউজ, গুৱাহাটী · June 8, 2026 9:31 am
অসম

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ অতি গুৰুত্বপূৰ্ণ বৈঠকৰ মাত্ৰ এদিন পূৰ্বে দিল্লীত এখন গুৰুত্বপূৰ্ণ ৰাজনৈতিক বৈঠক অনুষ্ঠিত হয়। আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ…

এন ই নাও নিউজ, গুৱাহাটী · June 8, 2026 8:11 am
Popular Stories

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

উত্তপ্ত বাক্য বিনিময় চলি আছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দীৰ্ঘসময় ধৰি নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিছিল। কিন্তু শেষত তেওঁ নোৱাৰিলে। দেওবাৰে এনবিচিৰ জনপ্ৰিয়…

এন ই নাও নিউজ, গুৱাহাটী · June 8, 2026 7:42 am
অসম

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

শিশুৰ পৃথিৱীখনেই যেন মাতৃ নিৰ্ভৰ। এটা সময়লৈকে শিশু এটাই মাকৰ বাহিৰে একো বুজি নাপায়। আৰু মাকে সন্তানৰ বাহিৰে একো ভাবিব নোৱাৰে। সেই…

এন ই নাও নিউজ, গুৱাহাটী · June 8, 2026 7:01 am
Popular Stories

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

বিশ্বকাপ ফুটবল আৰম্ভ হ’বলৈ আৰু মাত্ৰ চাৰি দিন বাকী থকা অৱস্থাত মেক্সিকোত পৰিস্থিতি অতি উত্তপ্ত হৈ পৰিছে। আমেৰিকা আৰু কানাডাৰ লগতে মেক্সিকোতো…

এন ই নাও নিউজ, গুৱাহাটী · June 7, 2026 8:37 pm