Author: এন ই নাও নিউজ, গুৱাহাটী
এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা, মৃতকৰ পৰিয়ালক দিব ১ কোটিকৈ টকা; আৰু কি ক’লে টাটা গ্ৰুপে?
এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপৰ দ্বাৰা পৰিচালিত। সেই এয়াৰ ইণ্ডিয়াৰ বিমান আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছে। এইবাৰ সেই টাটা গ্ৰুপৰ পৰা দিয়া হৈছে এক বিশেষ…
কামিন্সৰ সন্মুখত অসহায় আত্মসমৰ্পণ বাভুমাৰ দলৰ; প্ৰথম ইনিংছৰ শেষত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰথম দিনা অষ্ট্ৰেলিয়াই মাত্ৰ ২১২ ৰানতে ইনিংছ সামৰিছিল। ৱেবষ্টাৰ (৭২) আৰু স্মিথ (৬৬)ৰ বাহিৰে আন কোনো অষ্ট্ৰেলিয়ান বেটছমেনে…
আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ
গুজৰাটৰ মেঘনী নগৰৰ ভয়াবহ বিমান দুৰ্ঘটনা। আহমেদাবাদ বিমানবন্দৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমানখন। জানিব পৰা মতে বিমানখনত ২৪২ জন যাত্ৰী…
আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত আছিল উত্তৰ-পূবৰ ২ গৰাকী যুৱতী
আহমেদাবাদৰ শিহৰণকাৰী দুৰ্ঘটনাত পতিত বিমানখনত আছিল উত্তৰ-পূবৰ আৰু দুগৰাকী যুৱতী। দুৰ্ঘটনা পতিত বিমানখনত আছিল মণিপুৰৰ থৌবালৰ কংব্ৰাইলতপাম ঙান্থোই শৰ্মা নামৰ যুৱতীগৰাকী। কেবিন…
মেডিকেল কলেজৰ হোষ্টেলৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন; ২০ জন কনিষ্ঠ চিকিৎসকৰ মৃত্যুৰ আশংকা
মাত্ৰ ৬ ছেকেণ্ডৰ এক শ্বাসৰুদ্ধকৰ মুহূৰ্ত। সেই সময়ৰ ভিতৰতে আহমেদাবাদৰ মেঘানী নগৰৰ বি জে মেডিকেল কলেজৰ ইউ জি হোষ্টেলৰ মেছৰ চাদত ভাঙি…
বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন
ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তই ২০২৫ চনৰ ১২ জুনত ঘোষণা কৰিছিল যে বিশ্বজুৰি বলপূৰ্বকভাৱে স্থানচ্যুত হোৱা লোকৰ সংখ্যা ১২.২ কোটি অতিক্ৰম কৰিছে। যিটো যোৱা…
আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী? যাত্ৰী তালিকাত নাম!
আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। সূত্ৰ অনুসৰি সেই যাত্ৰীবাহী বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী। জানিব পৰা মতে যাত্ৰী তালিকাত…
মহানগৰীৰ গান্ধীবস্তিত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলিল কেইবাটাও বাসগৃহ !
গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ হয়। জুইত কেইবাটাও বাসগৃহ ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে। ঘটনাৰ…
ৰাজাৰ হত্যাকাৰীক টকা দিয়া হৈছিল জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টৰ পৰা; কোন এইজন ব্যক্তি?
ৰাজা ৰঘুবংশীক হত্যা কৰা মানুহবোৰক সোণমে কাৰ একাউণ্টৰ পৰা ধন দিছিল? তেওঁৰ নাম জিতেন্দ্ৰ ৰঘুবংশী। এতিয়া এই জিতেন্দ্ৰক লৈ নতুনকৈ জল্পনা-কল্পনাৰ সৃষ্টি…
বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও
পৰিৱেশৰ ভাৰসাম্য, বিশ্ব অৰ্থনীতিৰ প্ৰয়োজনীয়তা, আৰ্থ-সামাজিক উন্নয়ন এই সকলোবোৰৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ আটাইতকৈ বেছি প্ৰয়োজনীয়। এই সহজ সত্যটো হয়তো এতিয়াও পৃথিৱীৰ বেছিভাগ…