Author: এন ই নাও নিউজ, গুৱাহাটী
মেঘালয়ত সন্ধানহীন দম্পতীক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য! উদ্ধাৰ স্বামীৰ উৱলি যোৱা মৃতদেহ
মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোণম যোৱা ২৩ মে’ৰ পৰা সন্ধানহীন হৈ আছিল। নৱবিবাহিত দম্পতীহালে মধুচন্দ্ৰিকাৰ বাবে মেঘালয়লৈ আহিছিল।…
ইৰাণৰ পৰা গোপনে তেল আমদানি! নতুন অভিযোগত আদানীৰ বিৰুদ্ধে তদন্ত আৰম্ভ আমেৰিকাৰ
গৌতম আদানীৰ কোম্পানী আদানী এণ্টাৰপ্ৰাইজে গোপনে ইৰাণৰ পৰা তেল আমদানি কৰিছিল! এই নতুন অভিযোগ পোহৰলৈ অহাৰ পিছতে সষ্টম হৈ পৰিছে আমেৰিকা। ইতিমধ্যে…
১৫ আগষ্টৰ ভিতৰত ৫টা বিবাদিত অঞ্চলত চাৰিসীমাৰ খুঁটা স্থাপন কৰিব অসম আৰু মেঘালয়ে
সোমবাৰে অসম আৰু মেঘালয় চৰকাৰে ভাৰতৰ স্বাধীনতা দিৱস অৰ্থাৎ ১৫ আগষ্ট, ২০২৫ৰ ভিতৰত ছয়টা বিবাদিত অঞ্চলৰ ভিতৰত ৫টা অঞ্চলত চাৰিসীমাৰ খঁটা স্থাপনৰ…
গৌৰী লংকেশ হত্যাকাণ্ডৰ মূল সাক্ষীক ভাবুকি! ন্যায় পাবনে এই নিৰ্ভীক সত্তাই?
সাংবাদ-কৰ্মী গৌৰী লংকেশৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰটোৰ এগৰাকী মূল সাক্ষীলৈ ভাবুকি। ডেকান হেৰাল্ডৰ বাতৰি অনুসৰি বেলাগাভিৰ বাসিন্দা সাক্ষীজনে ২৮ মে’ত ফোন কলৰ…
পুৱা উঠাৰ লগে লগে মূৰৰ বিষ! সম্ভাৱ্য কাৰণ আৰু নিৰাময় সন্দৰ্ভত কি কয় বিশেষজ্ঞই?
কেতিয়াবা ৰাতিপুৱা শুই উঠাৰ লগে লগে মূৰত তীব্ৰ বিষ অনুভূত হয়। বহুতে ইয়াক সৰু কথা বুলি ভাবলেও, বিশেষজ্ঞৰ মতে এই উপসর্গ আঁৰত…
মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ
চলিত বৰ্ষৰ মে’ মাহত ভাৰতত ইউনিফাইড পেমেন্টছ ইন্টাৰফেচ (ইউপিআই)ৰ লেনদেনে নতুন অভিলেখ স্থাপন কৰিছে। নেচনেল পেমেন্টছ কৰ্পৰেশ্যন অৱ ইণ্ডিয়া (এনপিচিআই)ৰ তথ্য অনুসৰি…
আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!
আই পি এল ২০২৫-ৰ ১৮ সংখ্যক সংস্কৰণৰ যাত্ৰা এতিয়া অন্ত পৰাৰ দিশে। প্ৰায় আঢ়ৈ মাহজোৰা ৰোমাঞ্চকৰ যাত্ৰাৰ অন্তত কাইলৈ অনুষ্ঠিত হ’ব এই…
আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন
বিশ্ব চেম্পিয়ন ডি গুকেশেৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন। ১৯ বছৰীয়া ভাৰতীয় দবা খেলুৱৈগৰাকীয়ে ধ্ৰুপদী দবাত এই কৃতিত্ব…
কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ
কেৰালাৰ সাগৰীয় উপকূলত ডুব গৈছে এখন বিদেশী কণ্টেইনাৰ জাহাজ। এই ঘটনাক ৰাজ্যিক দুৰ্যোগ বুলি ঘোষণা কৰিছে কেৰালা চৰকাৰে। জানিব পৰা মতে, জাহাজখনৰ…
অসম চৰকাৰৰ ‘পুছ বেক’ নীতিৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়
শেহতীয়াকৈ অসম চৰকাৰে সন্দেহযুক্ত বিদেশীক আটক কৰি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বাদী পক্ষই অভিযোগ কৰিছে যে সন্দেহযুক্ত বিদেশীক নাগৰিকত্ব নিশ্চিত নকৰাকৈ আৰু…