Author: এন ই নাও নিউজ, গুৱাহাটী
ঋষভ পন্টে কিয় ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা? পঢ়ক সবিশেষ…
আই পি এল ২০২৫ত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পন্টে মুঠ ৬৬ লাখ টকা জৰিমনা ভৰিবলগীয়া হৈছে। আই পি এল কৰ্তৃপক্ষই তেওঁৰ…
হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ভিত্তিত উত্থাপিত দুৰ্নীতিৰ অভিযোগত ক্লিন ছিট পালে ছেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী বুসে
২০২৫ চনৰ ২৮ মে’ত লোকপালে হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগ খাৰিজ কৰি ছেবিৰ প্ৰাক্তন অধ্যক্ষ মাধাবী পুৰী বুসক ক্লিন চিট…
বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ
অসম চৰকাৰৰ কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। খিলঞ্জীয়া সুৰক্ষাৰ বাবে ধুবুৰী, নগাঁও, বৰপেটাত বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা সকলক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত…
ইন্দিৰা গান্ধীৰ নামত থকা ষ্টেডিয়ামৰ নাম সলনি! সংবাদমেলত ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত। ইন্দিৰা গান্ধীৰ নামত থকা ষ্টেডিয়ামৰ নাম সলনি। অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে হ’ব সৰুসজাই ক্রীড়া প্রকল্প। ৰাজ্যিক…
কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক লৈ তীৰ্যক মন্তব্যঃ মন্ত্ৰী বিজয় শ্বাহৰ গ্ৰেপ্তাৰৰ নিৰ্দেশত স্থগিতাদেশ বাহাল ছুপ্ৰীম কোৰ্টৰ
আজি উচ্চতম ন্যায়ালয়ে ১৯ মে’ৰ পৰা পূৰ্বৰ নিৰ্দেশনা অব্যাহত ৰাখি মধ্যপ্ৰদেশৰ মন্ত্ৰী কুঁৱৰ বিজয় শ্বাহক গ্ৰেপ্তাৰৰ পৰা ৰক্ষা কৰা অন্তৱৰ্তীকালীন আদেশ বৃদ্ধি…
ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত ১.৫ ফুটৰ নগদ ধনৰ দ’ম উদ্ধাৰৰ তদন্ত: অভিযোগনামা দাখিলৰ পৰামৰ্শ
২০২৫ চনৰ ১৪ মাৰ্চত অগ্নিকাণ্ডৰ সময়ত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ দিল্লীৰ বাসগৃহত ১.৫ ফুট দৈৰ্ঘ্যৰ অৰ্ধ জ্বলি যোৱা নগদ ধনৰ দ’ম উদ্ধাৰ হোৱাৰ…
বিজেপিৰ আমোলত উত্তৰ-পূবত অবৈধ কয়লা খনি আৰু ড্ৰাগছৰ মুকলি বেহা চলিছে, অভিযোগ গৌৰৱ গগৈৰ
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে বিজেপি চৰকাৰে উত্তৰ-পূবক অবৈধ কয়লা খনন আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ৰ কেন্দ্ৰ হ’বলৈ অনুমতি দিয়াৰ…
এটা বিবাদিত সাহায্য শিবিৰৰ বেৰিকেড ভাঙিলে ভোকাতুৰ জনতাই! ইজৰাইলী সৈন্যৰ গুলীচালনা
গাজাৰ বিতৰ্কিত সাহায্য শিবিৰত বিশৃংখলতা। কাজিয়া, লুণ্ঠন, গুলীচালনাৰে ক্ষন্তেকতে যুদ্ধক্ষেত্ৰলৈ পৰিণত হ’ল সাহায্য শিবিৰটো। মঙলবাৰে ‘গাজা হিউমেনিটেৰিয়ান ফাউণ্ডেশ্যন’ (জি এইচ এফ) নামৰ…
পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে
পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। আজি সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে কয়, ‘‘২০১৩ চনত মই এবাৰ পাকিস্তানলৈ গৈছিলো।’’…
ইপিএফঅ’ আৰু ফিক্সড ডিপ’জিট হাৰৰ পৰিৱৰ্তন: কাৰ্যকৰী হ’ব ১ জুনৰ পৰা
ভাৰতত ২০২৫ চনৰ ১ জুনৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ আৰ্থিক পৰিৱৰ্তন কাৰ্যকৰী হ’ব, যাৰ ফলত সঞ্চয়, ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ আৰু প্ৰভিডেণ্ট ফাণ্ডত সম্ভাৱ্য…