NORTHEAST NOW (Assamese)

Author: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

অসম

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

গুৱাহাটীত চলি থকা ব্ৰিকাশৰ প্ৰকল্পসমূহৰ পৰিবেশগত আৰু সুৰক্ষাৰ প্ৰভাৱক লৈ বহু নিবাসীয়ে উদ্বেগ প্রকাশ কৰিছে। এটি চিন্তিত স্বেচ্ছাসেৱী বাসিন্দাৰ দল, যি যোৱা…

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী · May 19, 2025 9:07 pm
দেশ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

 বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অপাৰেচন সিন্দুৰৰ প্ৰচাৰৰ বাবে এটা অভিনৱ পন্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ভাৰতীয় ৰেলৱেৰ ই-টিকটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

এন ই নাও নিউজ, গুৱাহাটী · May 19, 2025 8:49 pm
দেশ

দেশত অন্ত পৰিব নে বৰ্ণ বৈষম্য! তিৰুপতিৰ কলেজত দলিত ছাত্ৰৰ ওপৰত নৃশংস নিৰ্যাতন

অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাৰ শ্ৰীবিদ্যা নিকেতন মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ অভিযান্ত্ৰিকৰ এগৰাকী দলিত ছাত্ৰৰ ওপৰত হোৱা নৃশংস নিৰ্যাতনৰ ঘটনাই চককু কপালত তুলিছে সচেতন মহলৰ।…

এন ই নাও নিউজ, গুৱাহাটী · May 19, 2025 8:15 pm
দেশ

সম্ভল জামা মছজিদৰ জৰীপ গোচৰ : মুছলমান পক্ষৰ পুনৰীক্ষণ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

উত্তৰ প্ৰদেশৰ সম্ভলৰ জামা মছজিদ সন্দৰ্ভত বিবাদ গোচৰত মুছলমান পক্ষৰ পুনৰীক্ষণ আবেদন নাকচ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। দেৱানী আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই…

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী · May 19, 2025 8:00 pm
দেশ

এছ বি আইৰ ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ পুনৰ হ্ৰাস: এতিয়া সৰ্বোচ্চ হাৰ ৬.৭০%

ভাৰতীয় ষ্টেট বেংক (এছ বি আই)য়ে একেৰাহে দ্বিতীয় মাহৰ বাবে ফিক্সড ডিপ’জিট (এফ ডি)ৰ সুতৰ হাৰ ২০ বেছিছ পইণ্ট পৰ্যন্ত হ্ৰাস কৰিছে।…

এন ই নাও নিউজ, গুৱাহাটী · May 19, 2025 7:30 pm
আন্ত: ৰাষ্ট্ৰীয়

পেলেষ্টাইনীসকলক খান ইউনিছ খালী কৰিবলৈ নিৰ্দেশ ইজৰাইলৰ সেনাৰ

ইজৰাইলৰ সেনাই খান ইউনিছ, বানি ছুহেইলা আৰু আবাছানত বসবাস কৰা পেলেষ্টাইনীসকলক সেই স্থানৰ পৰা তৎকালীনভাৱে ওলাই যাবলৈ কৈছে। ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ…

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী · May 19, 2025 7:02 pm
দেশ

অপাৰেচন সিন্দুৰত আমেৰিকাৰ কোনো ভূমিকা নাছিল! সংসদীয় সমিতিক প্ৰদান কৰিলে সবিশেষ তথ্য

অপাৰেচন সিন্দুৰৰ পাছত দুয়োখন দেশৰ মাজত হোৱা আক্ৰমণ প্ৰত্যাক্ৰমণ ৰোধ কৰা অৰ্থাত যুদ্ধ বিৰতি ঘোষণা কৰাত আমেৰিকাৰ ভূমিকা অস্বীকাৰ কৰিছে ভাৰতে। অপাৰেচন…

এন ই নাও নিউজ, গুৱাহাটী · May 19, 2025 7:00 pm
অসম

স্থায়ী বন্দোবস্তিৰ বাবে চক্ৰ বিষয়াক ৫ নং আৰু ৬ নং ৰায়তী প্ৰপত্ৰ প্ৰদান বৰদুৱাৰ বাগানৰ বাসিন্দাৰ

আজি ১৯/০৫/২০২৫ ইংৰাজী তাৰিখত বৰদুৱাৰ বাগান ৰাজহ গাঁৱৰ এক নং, দুই নং আৰু তিনি নং ৰাজহ গাঁৱৰ ৰায়তী আইন ১৯৭১ চনৰ আইনৰ…

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী · May 19, 2025 6:00 pm
দেশ

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

উচ্চতম ন্যায়ালয়ে শ্ৰীলংকাৰ এজন নাগৰিকৰ ভাৰতত আশ্ৰয় প্ৰদানৰ বাবে কৰা আবেদন নাকচ কৰি স্পষ্ট কৰিছে যে ভাৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ শৰণাৰ্থীৰ বাবে…

এন ই নাও নিউজ, গুৱাহাটী · May 19, 2025 5:35 pm
দেশ

“পাকিস্তানক আক্ৰমণৰ আগতীয়া খবৰ দি দেশৰ কিমান ক্ষতি হ’ল?” : বৈদেশিক মন্ত্ৰীক প্ৰশ্ন ৰাহুল গান্ধীৰ

ৰাহুল গান্ধীয়ে তেওঁৰ শনিবাৰে সামাজিক মাধ্যমত লিখিছিল যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ মৌনতা গৰিহণাযোগ্য। তেওঁ লিখিছে, “গতিকে মই আকৌ সুধিম: পাকিস্তানে…

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী · May 19, 2025 4:56 pm