Author: এন ই নাও নিউজ, গুৱাহাটী
অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
উচ্চতম ন্যায়ালয়ে হাৰিয়ানাৰ অশোকা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী মুৰব্বী অধ্যাপক তথা আলী খান মাহমুদাবাদে অপাৰেচন সিন্দূৰ সম্পৰ্কীয় ছ’চিয়েল মিডিয়া পোষ্টৰ বাবে…
কৰ্ণেল ছ’ফিয়া কুৰেশীক লৈ কুমন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ : বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ মন্ত্ৰী বিজয় শ্বাহে কৰ্ণেল ছফিয়া কুৰেশীক লৈ দিয়া বক্তব্যৰ গোচৰত উচ্চতম ন্যায়ালয়ে বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ দিছে। ন্যায়াধীশ…
অনিশ্চয়তাত এছিয়া কাপ ২০২৫: প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বিচিচিআইৰ
ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাই ৰাজনৈতিক, অৰ্থনীতিৰ লগতে ক্ৰীড়াক্ষেত্ৰতো প্ৰভাৱিত কৰিছে। প্ৰাপ্ত খাবৰ অনুসৰি, বিচিচিআই এছিয়া কাপ ২০২৫ৰ পৰা আঁতৰি…
মৰ্মান্তিক! বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ চাৰিটা শিশুৰ কৰুণ মৃত্যু
অন্ধ্ৰ প্ৰদেশত মৰ্মান্তিক ঘটনা। এখন গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু হয় চাৰিটা শিশুৰ। চাৰিজনেই আহিছিল গাঁৱৰ এখন বিয়াৰ অনুষ্ঠানলৈ। তাতে গাড়ী এখনত…
ঋণ জালিয়াতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ইউকো বেংকৰ প্ৰাক্তন কাৰ্যবাহী সুবোধ গোৱেলক
ইউকো বেংকৰ প্ৰাক্তন অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুবোধ কুমাৰ গোৱেলক গ্ৰেপ্তাৰ কৰিছে বলবৎকাৰী সঞ্চালকালয়ে (ইডি)। বেংকৰ ঋণ জালিয়াতিৰ গোচৰৰ সৈতে জড়িত বিত্তীয়…
‘জীৱিত মহিলা’ক হত্যা কৰাৰ অপৰাধত ৭ বছৰৰ কাৰাদণ্ডৰ অন্তত মুকলি হ’ল এজন ব্যক্তি
ঘটনাৰ আৰম্ভণি হৈছিল দিল্লীৰ পৰাই। পশ্চিম দিল্লীৰ পীৰা গড়ীৰ সমীপৰ মিয়ানৱলী নগৰত কিশোৰীৰ এটা কটা মূৰ খাৱৈত ওপঙি থকাৰ কথা আৰক্ষীক জনাই…
কৰ্কট ৰোগত আক্ৰান্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন; বৰ্তমান কেনে আছে তেওঁৰ স্বাস্থ্য?
প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন। ইতিমধ্যে সেয়া তেওঁৰ হাড়লৈ বিয়পি পৰিছে। দেওবাৰে তেওঁৰ কাৰ্যালয়ে এক বিবৃতিত এই খবৰ…
সুন্দৰী ইউটিউবাৰৰ পিছত এইবাৰ ব্যৱসায়ী; উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ আন এক ‘পাকিস্তানী গুপ্তচৰ’
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ ব্যৱসায়ী শ্বাহজাদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি…
মহাৰাষ্ট্ৰৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; অগ্নিদগ্ধ হৈ ৮ জনৰ মৃত্যু, দিল্লী-কোঝিকোডতো অগ্নিকাণ্ড
মহাৰাষ্ট্ৰৰ এটা কাৰখানা জ্বলি ছাৰখাৰ হৈ পৰিল। এই বিধ্বংসী অগ্নিকাণ্ডত ৮ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে তিনিগৰাকী মহিলা। দেওবাৰে মহাৰাষ্ট্ৰৰ…
দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই
খোজকঢ়াটো স্বাস্থ্যৰ বাবে অতি উত্তম ব্যায়াম বুলি আমি সকলোৱেই জানো। কিন্তু খোজ কঢ়া সম্পৰ্কে এটা বিশেষ দাবী কৰিছে বিশেষজ্ঞ সকলে। খোজ কঢ়াৰ…