Author: এন ই নাও নিউজ, গুৱাহাটী
তুৰ্কীৰ ওপৰত অৰ্থনৈতিক অবৰোধৰ দাবী! ভাৰতীয় পৰ্যটকক ভ্ৰমণ বৰ্জনৰ আহ্বান
ভাৰত-পাকিস্তান সংঘাতৰ সময়ত পাকিস্তানক প্ৰকাশ্যে সমৰ্থন কৰাৰ লগতে সামৰিক সা-সৰঞ্জাম যোগান ধৰাৰ অভিযোগত স্বদেশী জাগৰণ মঞ্চই তুৰ্কীৰ বিৰুদ্ধে অৰ্থনৈতিক অবৰোধৰ দাবী জনাইছে।…
‘মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত’! বিতৰ্ক আৰু সংকটকালৰ মাজতে ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ কাটাৰলৈ গ’ল মুকেশ আম্বানী
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ ভাৰতীয় ধনাঢ্য মুকেশ আম্বানীয়ে ১৪ মে’ত ডোহাৰ লুছাইল পেলেচত কাটাৰৰ আমিৰে আয়োজন কৰা ৰাতিৰ আহাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক…
দেশ প্ৰথম, পাকিস্তানক সমৰ্থন কৰা বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি বাতিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ
ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সামৰিক সংঘাতত প্ৰতাৰণা সংঘটিত কৰিছে তুৰ্কিয়ে। তেওঁলোকে ভাৰতক আক্ৰমণ কৰিবলৈ ড্ৰ’ন সহায় আগবঢ়োৱাই নহয়, পাকিস্তানলৈও সৈন্য…
অসমৰ কেবিনেটৰ বাতৰি পৰিবেশনৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে AI এংকৰ অংকিতা
শেহতীয়া কেবিনেট বৈঠকৰ খবৰ প্ৰচাৰৰ বাবে AI-চালিত ভাৰ্চুৱেল নিউজ এংকৰ অংকিতাক চিনাকি কৰাই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক্সত প্ৰকাশিত এটা ভিডিঅ’ত…
অনলাইনত পাকিস্তানী পতাকা বিক্ৰী! আমাজন, ফ্লিপকাৰ্টক কঠোৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ
ধৰ্মৰ ভিত্তিত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হৈছিল ২৬জন নিৰীহ লোক।তাৰ পাছত ভাৰতীয় সেনাৰ সঁহাৰি আছিল অপাৰেচন সিন্দুৰ।কিন্তু এই বিষয়ে ই-কমাৰ্চ কোম্পানীবোৰ…
মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত
মণিপুৰৰ চাণ্ডেল জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৰ ওচৰৰ খেংজয় তহচিলৰ নিউ সামতাল গাঁৱৰ সমীপত বুধবাৰে অসম ৰাইফলছৰ এটা ইউনিটৰ সৈতে গুলিয়াগুলীত কমেও ১০ জন…
‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!
পেহেলগাম আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে চলোৱা অপাৰেচন সিন্দূৰ সফলতাৰ পিছতে ৰজনৈতিক মহলত চলিছে সৰৱ চৰ্চা। শেহতীয়া কৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ জয়ৰাম…
ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা
ষ্ট্ৰবেৰী, ৰসাল মিঠা গুণৰ বাবে প্ৰিয় স্পন্দনশীল ফল, কেৱল সুস্বাদু খাদ্যতকৈও অধিক; স্বাস্থ্য উপকাৰিতাৰে ভৰপূৰ এক পুষ্টি শক্তি। ভিটামিন, এন্টিঅক্সিডেন্ট, আৰু আঁহেৰে…
অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে (ASSEB) উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিটা নতুন ঐচ্ছিক বিষয়—কৃত্ৰিম বুদ্ধিমত্তা (AI), বিত্তীয় সাক্ষৰতা আৰু সাংকেতিক ভাষা—প্ৰৱৰ্তনৰ কথা…
দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য
ৰাজ্যৰ লোকনিৰ্মাণ বিভাগে নিৰ্মাণৰত দীঘলীপুখুৰী-নুনমাটি উৰণ সেতুৰ বাবে ভূমি পৰিষ্কাৰ কৰিবলৈ গছ স্থানান্তৰ কৰি আছে। আমবাৰীত অৱস্থিত অসম বস্ত্ৰ প্ৰতিষ্ঠান চৌহদৰ পৰা…