Author: এন ই নাও নিউজ, গুৱাহাটী
ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
ভাৰতীয় সেনাৰ নায়ক কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মীয় পৰিচয় সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে মধ্যপ্ৰদেশ উচ্চ…
অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!
অসম চৰকাৰে ঘোষণা কৰিছে যে ১৫ আগষ্টৰ পৰা ১০খন নতুন সহ-জিলা কাৰ্যকৰী হ’ব। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা অধিসূচনা (নং ৩৭৫০৩৭/৪৯৬)…
অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান
বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ, অধ্যাপক উদয়াদিত্য ভৰালীলৈ আগবঢ়োৱা হৈছে এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ৷ ১৮ মে’ দেওবাৰে দিনৰ ১১:৩০ বজাত…
জয়পুৰ ষ্টেডিয়ামত পুনৰ বোমা বিস্ফোৰণৰ ভাবুকি! চিন্তিত বি চি চি আই
এবাৰ দুবাৰ নহয়, একেৰাহে তিনিবাৰ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়াম বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে। সংশোধিত আই পি এলৰ সূচীত এই ষ্টেডিয়ামত…
আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ
আজি বিআৰ গাভাই মুখ্য ন্যায়াধীশ হোৱা দ্বিতীয়জন দলিত হিচাপে পৰিগণিত হয়। বুধবাৰে তেওঁ শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে তেওঁক…
সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন
পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰসংঘৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী তথা জইছ-ই-মহম্মদৰ (জেএম) মুৰব্বী মাছুদ আজহাৰৰ বাবে ১৪ কোটি টকাৰ ক্ষতিপূৰণৰ পেকেজ ঘোষণা কৰাৰ…
মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ পাব ভাৰতে
বুধবাৰে দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ বি আৰ গাভাইয়ে।২০২৫ বৰ্ষৰ ২৩ নৱেম্বৰত কাৰ্যকাল অন্ত পৰিব ন্যায়াধীশ গাভাইৰ।…
এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?
বিশ্ববিশ্ৰুত চাৰ্চ ইঞ্জিন গুগলে নিজৰ আইকনিক ‘জি’ ল’গ’ আপডেট কৰাৰ পৰিকল্পনা কৰাৰ পৰিকল্পনা কৰিছে। ২০১৫ চনত শেষবাৰৰ বাবে পুনৰ নিৰ্মাণৰ পাছত এটা…
বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ
ভাৰতীয় ন্যায়পালিকাৰ ইতিহাসত নতুন অধ্যায় সংযোজিত কৰি ভূষণ ৰামকৃষ্ণ গাভাই দেশৰ ৫২তম মুখ্য ন্যায়াধীশ (Chief Justice of India) হিচাপে শপত গ্ৰহণ কৰিছে।…
অপাৰেশ্যন সিন্দুৰ সম্পৰ্কে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে চীনৰ দুটাকৈ এক্স হেণ্ডেল নিষিদ্ধ কৰিলে ভাৰতে
ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ মাজতে ভাৰতীয় সেনা আৰু ‘অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগত ভাৰতে চীনৰ দুটা চৰকাৰী সংবাদ…