Author: এন ই নাও নিউজ, গুৱাহাটী
সঞ্জু ছেমচনক লৈ মন্তব্যঃ কৰ্ণাটক ক্ৰিকেট সন্থাৰ পৰা নিলম্বিত হ’ল এছ শ্ৰীসান্থ
কেৰালা ক্ৰিকেট এছ’চিয়েশ্যনে সঞ্জু ছেমচনক সমালোচনা কৰা বাবে প্ৰাক্তন ক্ৰিকেট খেলুৱৈ এছ শ্ৰীসান্থক ক্ৰিকেট সম্পৰ্কীয় সকলো কামৰ পৰা তিনি বছৰৰ বাবে নিলম্বন…
নতুন প্ৰেমৰ কথা ‘আনুষ্ঠানিকভাৱে’ ঘোষণা কৰিলে শিখৰ ধাৱানে!
যোৱা মাৰ্চ মাহত সমাপ্ত হোৱা আই চি চি চেম্পিয়নছ ট্ৰফীৰ সময়ত ষ্টেডিয়ামৰ গেলেৰীত এগৰাকী মহিলাৰ সৈতে দেখা গৈছিল প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ…
পাকিস্তানৰ আকাশমাৰ্গ বন্ধ কৰাৰ বাবে ৫ হাজাৰ কোটি টকাৰো অধিক লোকচানৰ সম্ভাৱনা! তীব্ৰ চাপত এয়াৰ ইণ্ডিয়া
২৪ এপ্ৰিলত পাকিস্তানে ভাৰতীয় বিমান সংস্থাক নিজৰ আকাশমাৰ্গ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত এয়াৰ ইণ্ডিয়াই ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে। ২৩ মে’লৈকে…
প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত বিপৰ্যস্ত দিল্লী-এনচিআৰ; ৪জনৰ মৃত্যু, ব্যাহত বিমান আৰু ৰে’লসেৱা
প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহা বতাহ। ব’হাগতে বিপৰ্যস্ত ৰাজধানী দিল্লী আৰু ৰাজধানীৰ আশে-পাশে থকা অঞ্চলসমূহ। যোৱা ২৪ ঘন্টাত দিল্লী-এনচিআৰত বতৰৰ দুৰ্যোগৰ বাবে ৪জন…
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ: ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আমেৰিকাৰ সমৰ্থন লাভ
যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত ২৬ জন পৰ্যটকৰ মৃত্যু হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আমেৰিকাৰ পৰা তীব্ৰ…
পুনৰ নেপালী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ! ভুৱনেশ্বৰৰ KIITত ৯০ দিনৰ ভিতৰত দ্বিতীয়টো মৃত্যুৰ ঘটনা
কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজিৰ মহিলা হোষ্টেলৰ পৰা উদ্ধাৰ হৈছে এগৰাকী নেপালী ছাত্ৰীৰ ওলমি থকা মৃতদেহ। আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে পুৱা ছাত্ৰীগৰাকীক…
সন্ত্ৰাসবাদী তাহাউৰ ৰাণাৰ কণ্ঠ আৰু হস্তলিপি পৰীক্ষা কৰিবলৈ NIA-ক অনুমতি প্ৰদান আদালতৰ
২৬/১১ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ মূল অভিযুক্ত তাহাউৰ হুছেইন ৰাণাৰ কণ্ঠ আৰু হাতৰ আখৰৰ নমুনা সংগ্ৰহ কৰিবলৈ দিল্লীৰ আদালতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক…
অভিলেখ ভংগ কৰিও চৰকাৰী সমৰ্থনৰ অভাৱত নীৰৱতা ভংগ কৰিলে এথলেট অম্লান বৰগোহাঁইয়ে
আনকি ১০০ মিটাৰ ৰিলেত চমক দেখুৱাই ৩৮.৬৯ ছেকেণ্ডৰ নতুন ৰাষ্ট্ৰীয় কীৰ্তি স্থাপন কৰি অভিলেখত নিজৰ নাম খোদিত কৰাৰ সময়তো অসম এথলেটিকছ এছ’চিয়েশ্যনৰ…
পঞ্জাব চৰকাৰৰ অংশগ্ৰহণক লৈ মতানৈক্যঃ কৃষকৰ সৈতে হ’বলগীয়া বৈঠক পিছুৱালে কেন্দ্ৰীয় চৰকাৰে
পঞ্জাব চৰকাৰৰ অংশগ্ৰহণক লৈ মতানৈক্যৰ বাবে কেন্দ্ৰই চণ্ডীগড়ত কৃষক নেতাসকলৰ সৈতে ৪ মে’ত অনুষ্ঠিত হ’বলগীয়া বৈঠক পিছুৱাই দিছে। সংযুক্ত কিষাণ মৰ্চা (এছ…
আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ; পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান
আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। বিয়লি ৪ বজালৈ চলিব ভোটগ্ৰহণ।…