NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ, গুৱাহাটী

Popular Stories

বিজেপি নেতাক ভিভিআইপিৰ প্ৰৱেশৰ পৰা বঞ্চিতঃ ৰাজহুৱাকৈ ক্ষমা খুজিলে ডিএছপি-এ

হাৰিয়ানাৰ এজন উপ-আৰক্ষী অধীক্ষক অমিত দহিয়াই হিছাৰত স্থানীয় অনুষ্ঠানত বিজেপি নেতা মনীষ চিংলাক ভিভিআইপিৰ প্ৰৱেশৰ পৰা বঞ্চিত কৰা ভিডিঅ’ প্ৰকাশ পোৱাৰ পাছতে…

এন ই নাও নিউজ, গুৱাহাটী · April 30, 2025 1:30 pm
অসম

কংগ্ৰেছৰ দিনত মহিলাই বেয়া পথেৰে চাকৰি লোৱা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক তীব্ৰ গৰিহণা সাংসদ অজিত কুমাৰ ভূঞাৰ

পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰি পোৱা মহিলা সকলে সতীত্বৰ বিনিময়ত চাকৰি লোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত…

এন ই নাও নিউজ, গুৱাহাটী · April 30, 2025 1:12 pm
অসম

NCERT ৰ চতুৰ্থ শ্ৰেণীৰ পাঠ্যপুথিত ভাৰতৰ গড় সম্পৰ্কে ভুল তথ্য উস্থাপন!

ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ চতুৰ্থ শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিত ভুল তথ্য প্ৰদান কৰা বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। সৰ্বজনবিদিত যে ভাৰতীয়…

এন ই নাও নিউজ, গুৱাহাটী · April 30, 2025 12:55 pm
দেশ

অন্ধ্ৰ প্ৰদেশত মন্দিৰৰ দেৱাল ভাঙি নিহত ৭ গৰাকী ভক্ত

বুধবাৰে পুৱতি নিশা অন্ধ্ৰপ্ৰদেশৰ সিংহাচলম পাহাৰৰ শিখৰ মন্দিৰৰ সমীপৰ ৰিটেইনিং ৱাল ভাঙি পৰে। এই ঘটনাত তিনিগৰাকী মহিলাকে ধৰি ৭ জন ভক্তই প্ৰাণ…

এন ই নাও নিউজ, গুৱাহাটী · April 30, 2025 11:56 am
দেশ

নিযুক্তি পালে ভাৰতৰ নতুন মুখ্য ন্যায়াধীশে : ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ১৪ মে’ত  শপত ল’ব ভূষণ ৰামকৃষ্ণ গাভাইয়ে

মঙলবাৰে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাইক ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় । ১৪ মে’ত তেওঁ বৰ্তমানৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ…

এন ই নাও নিউজ, গুৱাহাটী · April 30, 2025 11:02 am
শিক্ষা

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল। যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈকে অনুষ্ঠিত হৈছিল এই পৰীক্ষা। লগতে ২৯ জানুৱাৰীৰ…

এন ই নাও নিউজ, গুৱাহাটী · April 30, 2025 9:56 am
আন্ত: ৰাষ্ট্ৰীয়

কট্টৰ ট্ৰাম্প বিৰোধী মাৰ্ক কাৰ্নীৰ জয় : কানাডাত পুনৰ ক্ষমতালৈ উভতি আহিল লিবাৰেল পাৰ্টি

কানাডাৰ নিৰ্বাচনত লিবাৰেল পাৰ্টিয়ে জয়লাভ কৰিছে। ইলেকচনছ কানাডাৰ তথ্য অনুসৰি কানাডাৰ নিৰ্বাচনত ৬৭.১৫ শতাংশ ভোটাৰে ভোটদান কৰিছিল। ২০২১ চনত ৬২.৬ শতাংশ ভোটদান…

এন ই নাও নিউজ, গুৱাহাটী · April 30, 2025 8:33 am
জীৱনশৈলী

চুলিত উফি কিয় হয়? উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি?

চুলিত উফি হোৱাৰ মূল কাৰণ হ’ল Pediculus humanus capitis নামৰ এবিধ পৰজীৱীৰ সংক্ৰমণ। ই এক সংক্ৰামক ৰোগ। অপৰিষ্কাৰ-অপৰিচ্ছন্নতাৰ সৈতে ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক…

এন ই নাও নিউজ, গুৱাহাটী · April 30, 2025 7:00 am
অসম

অসমৰ মহিলা কৰ্মচাৰীসকলক ২৪ ঘন্টাৰ ক্ষমা নুখুজিলে হিমন্ত বিশ্বৰ বিৰুদ্ধে দিয়া হ’ব গোচৰ : ভূপেন বৰা

অসমৰ জীয়ৰী-বোৱাৰী আৰু কংগ্ৰেছৰ আমোলত চাকৰি লাভ কৰা মহিলা কৰ্মচাৰীসকলৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্দেহজনক আৰু অশালীন মন্তব্য কৰাতো অতি গৰ্হিত…

এন ই নাও নিউজ, গুৱাহাটী · April 29, 2025 9:35 pm
অসম

হাফলঙত সেনা-উগ্ৰপন্থীৰ ভয়ানক সংঘৰ্ষ : নিৰাপত্তাৰক্ষীৰ গুলীত এনএছ চিএন (আই এম)ৰ ৩ কেডাৰ নিহত

মঙলবাৰে ডিমা হাচাও জিলাৰ ডিহামলাইত নিৰাপত্তাৰক্ষীৰে উগ্ৰপন্থীৰ ভয়ানক সংঘৰ্ষৰ সৃষ্টি হয়। নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এই গুলীচালনাত নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (ইছাক-মুইভা)…

এন ই নাও নিউজ, গুৱাহাটী · April 29, 2025 8:56 pm