Author: অনিৰ্বাণ পাঠক
Cabinet Decisions অসমৰ শিক্ষা ব্যৱস্থাত হ’ব আমূল পৰিৱৰ্তন, কেনে পৰিৱৰ্তনৰ সিদ্ধান্ত ল’লে কেবিনেট বৈঠকে?
অসমৰ শিক্ষা ব্যৱস্থাত যথেষ্ঠ পৰিৱৰ্তন সাধন হ’ব। দেশৰ নতুন শিক্ষা নীতিৰ আধাৰত অসমত শিক্ষা ব্যৱস্থাৰ এই পৰিৱৰ্তন সাধন কৰা হ’ব। বুধবাৰে বঙাইগাঁৱত…
গৰুখুটিত মুকলি আকাশৰ তলত কণ কণ শিশু; ভয়-ভোকৰ মাজেৰে উচ্ছেদিত জনতাৰ হাহাকাৰ
ধলপুৰ-গৰুখুটিত মানৱতাৰ অপমৃত্যু ঘটিছে। গৰুখুটিত এতিয়া কেৱল হাহাকাৰ, হুমুনিয়াহ আৰু চকুপানীৰে ভৰা পৰিবেশ দেখা গৈছে। কণ কণ শিশুসহ উচ্ছেদিত জনতাই এতিয়া মুকলি…
আজিও ঘোষণা নহ’ল ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰশিক্ষণপ্ৰাপ্ত ‘লাট মণ্ডল’ৰ পৰীক্ষাৰ ফলাফল, নিৰাশ প্ৰাৰ্থী
অসমত বিজেপিয়ে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰি ৰাজ্যখনৰ ১ লাখ নিবনুৱাক চাকৰি প্ৰদানৰ আশ্বাস দিছে। কিন্তু একে সময়তে চৰকাৰৰ এটা বিভাগৰ হেমাহিৰ বাবে…
অখিল গগৈৰ বিস্ফোৰক মন্তব্য—বেছিদিনলৈ হয়তো বিধায়ক হৈ নাথাকিম
শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এক বিস্ফোৰক মন্তব্যই এতিয়া ৰাজ্যজুৰি তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিৱসাগৰৰ বিধায়কগৰাকীয়ে…
অসমীয়াৰ বিড়ম্বনা! কা-বিৰোধী গণ আন্দোলনৰ প্ৰথম শ্বহীদ দ্বীপাঞ্জল দাসৰ নাম নাই চৰকাৰী তথ্যত
২০১৯ চনৰ ডিচেম্বৰ মাহ। অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰৱল গণ আন্দোলন চলিছিল। ১২ ডিচেম্বৰৰ সন্ধিয়া গুাৱাহাটীৰ লাচিত নগৰত সেই CAA বিৰোধী…
লক্ষ্য মুখ্যমন্ত্রী! বিধান সভাৰ অধিবেশনৰ প্ৰথমটো দিনতেই সদনৰ বাহিৰত বিৰোধীৰ প্ৰতিবাদ
সোমবাৰে অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিধায়কৰ ক্ষমতাক লৈ কৰা শেহতীয়া মন্তব্যৰ বিৰুদ্ধে সদনৰ বাহিৰত বিৰোধী বিধায়কসকলে প্ৰতিবাদ…
পঞ্চভূতত বিলীন প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ; ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন
পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন মুখ্য মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ। মঙলবাৰে জন্মস্থান নলবাৰী জিলাৰ বেলশৰৰ শিঙিমাৰীত বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ শেষকৃত্য সম্পন্ন…
দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ
ৰঙালী বিহুৰ বতৰতে অসমবাসীৰ বাবে আহিছে এটা ভাল খবৰ। একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱ, ২০২১ৰ বাবে মনোনয়ন লাভ কৰিছে অসমীয়া চুটি…
বিধান সভাত গৃহীত হ’ল অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক, ২০২০
কোভিডৰ সংক্ৰমণৰ মাজতে অনুষ্ঠিত হোৱা অসম বিধান সভাৰ অধিৱেশনত আজি গৃহীত হ’ল অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক, ২০২০। ধ্বনি ভোটত গৃহীত কৰা…
নিশ্চিত অজন্তা-ৰাজদ্বীপৰ স্থিতি; কি হ’ব বিজেপি-কংগ্ৰেছ উভয়ৰে প্ৰাক্তন ৰুমী নাথৰ ভৱিষ্যত?
অৱশেষত নিশ্চিত হ’ল অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাৰ স্থিতি। মঙলবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব দুয়োগৰাকী প্ৰাক্তন কংগ্ৰেছীয়ে। মঙলবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য…