Author: অনিৰ্বাণ পাঠক
হাগ্ৰামক মোক্ষম আঘাত : বিপিএফ এৰি বিজেপিত যোগ দিব ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে
নতুন মোৰ ল’ব নেকি বড়ো ৰাজনীতিয়ে? বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে ইয়াৰ পূৰ্ৱাভাস দি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফৰ কাৰ্যকৰী সভাপতিৰ পদৰ পৰা আজি পদত্যাগ…
বিটিচিত উন্নয়ণ হ’ব বুলি হাগ্ৰামা শংকিত হৈছে; গুৱাহাটীত য়ু পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ সংবাদমেল
য়ু পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে আজি গুৱাহাটীৰ হোটেল ব্লু মুনত এখন সংবাদমেল সম্বোধন কৰি শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান…
‘উন্নয়নেই প্ৰথম আৰু শেষ কথা’: সংবিধানৰ খচৰা ৰাজহুৱা কৰিলে ৰাইজৰ দলে
শনিবাৰে দীঘলীপুখুৰীপাৰৰ গৌৰী সদনত ৰাইজৰ দলৰ এখন সংবাদমেল অনুষ্ঠিত হয়। দলৰ আহ্বায়ক ভাস্ক’ ডি শইকীয়াই এই সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দলটোৱে ইয়াৰ…
ডিঙিৰ শিৰ ফুলাই দিয়া ভাষণতে সীমাবদ্ধ বিজেপিৰ সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ আশ্বাস
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হ’বলৈ মাত্ৰ কেইটামান মাহ বাকী আছে। ‘পৰিবৰ্তন’ৰ শ্ল’গান দিয়া বিজেপিয়ে শাসনলৈ অহাৰ…
সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাত উজলিল দুগৰাকী অসম সন্তান; ৫৯সংখ্যক স্থানত আৰণ্যক শইকীয়া
আজি ঘোষণা কৰা হৈছে UPSC ৰ অসামৰিক সেৱাৰ পৰীক্ষা ২০১৯ৰ চূড়ান্ত ফলাফল। এই পৰীক্ষাত দেশৰ মুঠ ৮২৯ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। ইয়াৰে…
ক’ৰ’নাৰ আলম লৈ অসমত বিয়াগোম কেলেংকাৰি
মহামাৰী ক’ৰ’না ভাইৰাছে সমগ্ৰ অসমতে ভয়াৱহতাৰ সৃষ্টি কৰি থকাৰ সময়তে ইয়াৰ নাম লৈ ৰাজ্যখনত এটা বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ সন্দেহ ঘণীভূত হৈছে। এটা চৰকাৰী নিৰ্দেশনাৰ…
দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীসকলক জলপানি প্ৰদানৰ বাবে ‘সমিধানে’ আগবঢ়াইছে ‘স্কলাৰ এচিষ্ট’ প্ৰকল্প
এটা দশক ধৰি শিক্ষাৰ্থী সমাজক কেৰিয়াৰ সম্বন্ধীয় সমাধান আগবঢ়াই অহা স্বেচ্ছাসেৱী অনুষ্ঠান সমিধান-এ মেধাৱী শিক্ষাৰ্থীসকলক জলপানি প্ৰদানৰ বাবে স্কলাৰ এচিষ্ট নামেৰে এক বিশেষ…
লকডাউনত স্তব্ধ FCI : ভয়াৱহ খাদ্য সংকটত ভূগিব নেকি অসম তথা উত্তৰ-পূব?
গুৱাহাটী মহানগৰীত হোৱা মহামাৰী কৰ’না ভাইৰাছৰ ভয়াৱহ গণসংক্ৰমণৰ বাবে এতিয়া চলি আছে ১৪ দিনীয়া সম্পূৰ্ণ লকডাউন। উত্তৰ-পূবৰ ‘হৃদপিণ্ড’ স্বৰূপ গুৱাহাটীৰ এই লকডাউনৰ…
ছাৰ্জিল ইমামক জেললৈ প্ৰেৰণ, গুৱাহাটীৰ আদালত চৌহদত উত্তাল প্ৰতিবাদ
শুকুৰবাৰে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ল ৰাষ্ট্ৰদ্ৰোহত অভিযুক্ত ছাৰ্জিল ইমামক। আঠদিনৰ আৰক্ষীৰ জিম্মাৰ পিছত আদালতে ছাৰ্জিলক কাৰাগাৰলৈ প্ৰেৰণ কৰে।…
বড়োলেণ্ডত নতুন ৰাজনৈতিক অংক; শক্তিশালী হ’ব য়ু পি পি এল!
কেন্দ্ৰীয় চৰকাৰৰ সৈতে বড়ো বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ আটাইকেইটা গোট, নিখিল বড়ো ছাত্ৰ সন্থা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নতুন বড়ো…