Author: এন ই নাও নিউজ, গুৱাহাটী
‘মছজিদত লাউডস্পীকাৰৰ প্ৰয়োজন নাই’, বম্বে উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা নাই বুলি স্পষ্টকৈ উল্লেখ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। আদালতে কয় যে লাউডস্পীকাৰক কোনো কাৰণতে মৌলিক ধৰ্মীয় অধিকাৰ…
নৰ্থইষ্ট নেটৱৰ্কৰ উদ্যোগত কৰ্মস্থানত মহিলাৰ সুৰক্ষা আৰু মৰ্যাদা বিষয়ক আলোচনা সম্পন্ন
তিনি দশক ধৰি মহিলাৰ অধিকাৰৰ বাবে যুঁজি অহা বেচৰকাৰী সংগঠন নৰ্থইষ্ট নেটৱৰ্কৰ উদ্যোগত আজি গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়স্থিত কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কৰ্মস্থানত…
জুনিয়ৰ মহিলা বিশ্বকাপত জাৰ্মানীৰ হাতত ১-৩ গ’লত পৰাস্ত ভাৰত
বুধবাৰে এফ আই এইচ জুনিয়ৰ মহিলা বিশ্বকাপৰ অভিযানত ভাৰতীয় জুনিয়ৰ মহিলা হকী দলটোৱে দ্বিতীয়খন খেলত জাৰ্মানীৰ বিৰুদ্ধে ১-৩ গ’লত পৰাস্ত হয়। ভাৰতৰ…
ৰাঁচীৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ৯০০ কোটি টকাৰ সম্পত্তি: ৩ খন ৰাজ্যত ইডিৰ তালাচীত বৃহৎ ধনৰ লেনদেন উদ্ধাৰ
এজন চাৰ্টাৰ্ড একাউণ্টেণ্টৰ একাধিক ঠিকনাত ধনৰ পাহাৰ! মঙলবাৰে পুৱা বলৱৎকাৰী সঞ্চালকালয়ে (ED) ৰাঁচীৰ বাসিন্দা চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA) নৰেশকুমাৰ কেজৰিৱালৰ ঘৰত তালাচী চলায়।…
কোন এইগৰাকী ৰাজনৈতিক তাত্বিক নিবেদিতা মেনন? ১৭ বছৰৰ পাছত জে এন ইউৰ পৰা ল’লে অৱসৰ
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে শিক্ষানুষ্ঠানখনৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদগৰাকীক বিদায় দিছে। কিয়নো দশক দশক ধৰি শৈক্ষিক সেৱা আগবঢ়োৱাৰ অন্তত অৱসৰ গ্ৰহণ কৰিছে বিশিষ্ট অধ্যাপক…
কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি: বিটিচি সচিবালয় লণ্ডভণ্ড কৰিলে প্ৰতিবাদকাৰীয়ে
অসমত ছয় জনগোষ্ঠীক (টাই আহোম, চুতীয়া, মৰাণ, মটক, কোচ-ৰাজবংশী, চাহ জনজাতি/আদিবাসী) অনুসূচীত জনজাতি (ST) ৰ মৰ্যাদা প্ৰদানৰ আন্দোলনৰ পাছতে বড়োভূমিত পুনৰ উত্তাল…
সলনি হ’ব মুখ্য ন্যায়াধীশৰ বাসগৃহৰ ঠিকনাঃ কৃষ্ণ মেনন মাৰ্গৰ আৱাসলৈ নাযায় ন্যায়াধীশ সূৰ্যকান্ত
প্ৰায় দুটা দশক ধৰি নতুন দিল্লীৰ লুটিয়েন্স বাংলো জ’নত অৱস্থিত ৫ কৃষ্ণ মেনন মাৰ্গৰ মুখ্য ন্যায়াধীশৰ চৰকাৰী বাসগৃহ। এই বাংলোটোৱে অতি সোনকালে…
পাকিস্তানত ছেনিটেৰী পেডৰ ওপৰত শুল্ক! এগৰাকী পাকিস্তানী যুৱতীৰ অধিকাৰৰ বাবে এক ঐতিহাসিক আইনী যুঁজ
আফগানিস্তান, পাকিস্তানৰ দৰে উগ্ৰ আৰু পিতৃতান্ত্রিক দেশত নাৰীৰ অধিকাৰৰ যুঁজখন অতি কঠিন৷ তাতেই পাকিস্তানী যুৱতী মাহনুৰ ওমৰে নিজৰ কৈশোৰৰ লজ্জা আৰু অসহায়তাক…
দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকক চৰ সোধালে ছাত্ৰ সংগঠনৰ সদস্যই; নিৰ্লিপ্ত উপস্থিত আৰক্ষী
দেশত পুনৰ পোহৰলৈ আহিছে শিক্ষক নিগ্ৰহৰ ঘটনা। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ ড০ ভীম ৰাও আম্বেদকাৰ মহাবিদ্যালয়ৰ অধ্যাপক সুজিত কুমাৰক চৰ সোধালে বিশ্ববিদ্যালয় ছাত্ৰ…
দলীয় সমাবেশত পদপিষ্ট হৈ মৃত্যু হোৱাসকলৰ পৰিয়াললৈ ২০ লাখ টকাৰ সাহাৰ্যৰ ঘোষণা বিজয় থালাপথীৰ
যোৱা ২৭ ছেপ্টেম্বৰত তামিনাডুৰ কাৰুৰত অনুষ্ঠিত দলীয় সমাৱেশৰ সময়ত পদপিষ্ট হৈ মৃত্যু হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ ২০ লাখ টকাৰ সাহাৰ্য ঘোষণা কৰিছে তামিলাগা…