Author: অভিক চক্ৰবৰ্তী
ফ্ল’ৰ মিলৰ কৰ্মচাৰী ওম প্ৰকাশ আগৰৱাল হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ
চাঞ্চল্যকৰ ওম প্ৰকাশ আগৰৱাল হত্যাকাণ্ডৰ মূল অভিযুক্ত ইবাদ আলী ওৰফে আমিন (২০)ক সোমবাৰে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মূল অভিযুক্ত আমিনক আৰক্ষীৰ দলে…
উজনি অসমত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণ সংক্ৰান্তত ১৭ গৰাকী লোকক আটক
২৬ জানুৱাৰি অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনা উজনি অসমৰ বিভিন্ন ঠাইত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটনাৰ সংক্ৰান্তত সোধা পোচাৰ বাবে আৰক্ষীয়ে আজি ১৭…
গণৰাজ্য দিৱসত ব্ৰহ্মপুত্ৰত সাঁতুৰিবলৈ গৈ ডিব্ৰুগড়ত ৩জন যুৱকৰ সলিল সমাধি
ডিব্ৰুগড় জিলাৰ মাইজান অঞ্চলত ব্ৰহ্মপুত্ৰৰ সুঁতিত সাঁতুৰি গণৰাজ্য দিৱস উদযাপন কৰিবলৈ গৈ তিনিজনকৈ যুৱকৰ সলিল সমাধি ঘটিছে। দুৰ্ভাগ্যজনক ঘটনাটোত মৃত্যুক সাৱটি লোৱা…
গণতন্ত্ৰ দিৱসৰ দিনাই ৫টাকৈ বিস্ফোৰণে কঁপালে ৰাজ্য
কটকটীয়া নিৰাপত্তাৰ মাজত গণতন্ত্ৰ দিৱস উদযাপনৰ সময়তে দেওবাৰে পুৱা উজনি অসমৰ কেইবাটাও স্থানত কম ক্ষমতাসম্পন্ন বিস্ফোৰণে কঁপাই তোলে। ডিব্ৰুগড়ত দেওবাৰে ৰাতিপুৱাই আস্থা…
সেনাই আয়োজন কৰা নিয়োগ প্ৰশিক্ষণ সমাৱেশক ৰাইজৰ প্ৰশংসা
ভাৰতীয় সেনাই যোৱা ২০১৯ৰ ১ নৱেম্বৰৰ পৰা উজনি অসমৰ তিনিচুকীয়া জিলাৰ যুৱকসকলৰ বাবে এক প্ৰাক নিযুক্তি প্ৰশিক্ষণৰ আয়োজন কৰিছে। বৰ্তমান তেওঁলোকক তেওঁলোকৰ…
কা বাতিলৰ দাবীত সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত বিশাল প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ। আইনখন বাতিলৰ দাবীত আজি ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মটক চাহ বগিচাৰ খেলপথাৰত হাজাৰ…
ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক গ্ৰেপ্তাৰ
ডিব্ৰুগড়ত নাগৰিকত্ব (সংশোধন) আইনবিৰোধী প্ৰতিবাদত সংঘটিত ধ্বংস আৰু হিংসাত্মক কাণ্ড সংক্ৰান্তত আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতাক গ্ৰেপ্তাৰ কৰিছে। ধৃত বিজু…
পঞ্চাছ সহস্ৰাধিকৰ জন গৰ্জনত মুখৰিত সোণোৱালৰ গৃহ চহৰ
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰায় ৫০ হাজাৰ জনতাৰ নাগৰিকত্ব (সংশোধন) আইন ২০১৯বিৰোধী “গৰ্জন”এ মঙলবাৰে কঁপাই তুলিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ…
ডিব্ৰুগড়ত ৰহস্যজনক পৰিস্থিতিত কেঁচুৱাৰ মৃতদেহ উদ্ধাৰ
ডিব্ৰুগড় চহৰৰ পৰা ১০ কিলোমিটাৰ আঁতৰৰ চাউলখোৱাত শুকুৰবাৰে এক ৰহস্যজনক পৰিস্থিতিত এটি ২৭দিনীয়া কেঁচুৱাৰ মৃতদেহ উদ্ধাৰ হয়। অভিভাৱকে জানিবলৈ দিয়া মতে কন্যা…
কয়লা: সোণোৱাললৈ আঙুলি প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ
অসমত কয়লা চিণ্ডিকেটক লৈ বিৰোধী আৰু বিভিন্ন সংগঠনে চৰকাৰৰ ভূমিকাক প্ৰশ্ন কৰি অহাৰ মাজতে তৰুণ গগৈয়ে এই বিষয়ত মঙলবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ…