Author: অভীক চক্ৰবৰ্তী
পুনৰ ৪৮ ঘণ্টীয়া বন্ধ, বাতিলৰ আহ্বান অ’ এন জি চিৰ
শেহতীয়া কেইটামান সংগঠনে “অসম বন্ধ” দিছিল। তাৰ পিছতে আন কিছুৱে ১৯ ছেপ্তেম্বৰৰ পৰা ঘোষণা কৰা “অ’ এন জি চি বন্ধ” উঠাই ল’বলৈ…
“আমিও খিলঞ্জীয়া”: ডিব্ৰুগড় বিশ্ব.বি. আছুৰ বিৰুদ্ধে প্ৰতিবাদত এ বি ভি পি
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটৰ “গুণ্ডা”ৰ শাস্তিৰ দাবীত শনিবাৰে প্ৰতিবাদী সমদল বাহিৰ কৰিছে। হিন্দুত্ববাদী সংগঠনটোৱে তেওঁলোকৰ…
নাজিৰাৰ পৰা যোৰহাটলৈ কাৰ্য্যালয় স্থানান্তৰণ: অ’ এন জি চিৰ বিবৃতি
অ’ এন জি চিৰ বিবৃতি মতে, শিৱসাগৰৰ নাজিৰাৰ পৰা যোৰহাটলৈ কাৰ্য্যালয় উঠাই নিয়াৰ কোনো পৰিকল্পনা প্ৰতিষ্ঠানটোৰ নাই। প্ৰতিষ্ঠানটোৰ অসম সম্পদৰ কাৰ্য্যবাহী সঞ্চালক…
ছাত্ৰ সন্থা- এ বি ভি পিৰ সংঘাত; পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে দিলে এজাহাৰ
সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদৰ বাহিৰত সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(এ বি ভি পি)ৰ মাজত হোৱা এক সংঘাতে…
ডিব্ৰুগড়ত ব্ৰাউন ছুগাৰসহ এজনক গ্ৰেপ্তাৰ
ডিব্ৰুগড় আৰক্ষীয়ে আজি ৪৭৫ গ্ৰাম ব্ৰাউন ছুগাৰসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ধৃত ব্যক্তিজনক ডিব্ৰুগড় নগৰৰ কালিবাৰিৰ মহম্মদ ছফিকুল আলী বুলি চিনাক্ত কৰা…
চীনত চুৰিত লিপ্ত অসমৰ বিশিষ্ট শিক্ষাবিদ: ডিব্ৰুগড় বিশ্ববি.ৰ উপাচাৰ্য্যৰ প্ৰতিক্ৰিয়া
অসমৰ বিশিষ্ট শিক্ষাবিদৰ দল এটা শেহতীয়া চীন ভ্ৰমণত চুৰিত লিপ্ত হোৱা বুলি প্ৰকাশিত এক বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ৰঞ্জিত…
বৰবৰুৱা হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ; একপক্ষীয় প্ৰেমেই মৃত্যু মাতিলে যুৱতীৰ
ডিব্ৰুগড় জিলাৰ বৰবৰুৱা চাহ বাগিচাত যোৱা ১৭ আগষ্টত সংঘটিত হত্যাকাণ্ডৰ সৈতে জড়িত মূল দোষীক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজনক বিশাল কৰ্মকাৰ…
বৰবৰুৱাৰ ধৰ্ষণ আৰু হত্যাকাণ্ড; ২৪ ঘণ্টাৰ পিছতো গ্ৰেপ্তাৰ হোৱা নাই অপৰাধী
ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত যোৱা শনিবাৰে সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধীক এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। উল্লেখযোগ্য যে কালি বৰবৰুৱা…
পতিৰ সন্মুখতে ডিব্রুগড়ত মহিলাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, তিনিজনক গ্ৰেপ্তাৰ
ডিব্ৰুগড় জিলাৰ লাহোৱালৰ বকপাৰা ঘৰবন্দীচুক গাঁৱত আজি পুৱতি নিশা এগৰাকী ৪০ বছৰীয়া মহিলাক দলবদ্ধ ধৰ্ষণ চলোৱাৰ অভিযোগত আৰক্ষীয়ে ৩জন লোকক গ্ৰেপ্তাৰ কৰিছে।…
আলফা (স্বা)ৰ হৈ কাম কৰি অহা শিক্ষয়িত্ৰী, ছাত্ৰীসহ চাৰিজনক গ্ৰেপ্তাৰ
আলফা (স্বা)ৰ হৈ কাম কৰি অহাৰ অভিযোগত উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা আজি আৰক্ষীয়ে এগৰাকী শিক্ষয়িত্ৰী, হস্পিটালৰ কৰ্মচাৰী, ছাত্রীকে ধৰি চাৰি গৰাকীকৈ ব্যক্তিক…