Author: অভিক চক্ৰৱৰ্তী
তিনিচুকীয়াৰ জাগুণত গ্ৰেনেড বিস্ফোৰণত নিহত ১২ বছৰীয়া কিশোৰ
মঙলবাৰে পুৱা তিনিচুকীয়া জিলাৰ জাগুণত এক গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত এজন কিশোৰ নিহত হৈছে। তিনিচুকীয়াৰ কাথাকাঠিনিত সংঘটিত হৈছে এই গ্ৰেনেড বিস্ফোৰণৰ ঘটনা। নিহত…
তিনিচুকীয়া উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক
তিনিচুকীয়াত আজি উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই এজন আবকাৰী অধীক্ষকৰ লগতে আবকাৰী কাৰ্যালয়ৰ এজন পিয়নক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।…
উজনিৰ চাহ বাগিচাতো প্ৰৱেশ কৰোনাৰ : শ্ৰমিকসহ ৯০ গৰাকীৰ শৰীৰত কৰোনাৰ অৱস্থিতি
কেৱল চহৰাঞ্চলতে আৱদ্ধ থকা নাই কৰোনা ভাইৰাছৰ সংক্ৰমণ। ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি কৰোনাই এইবাৰ প্ৰৱেশ কৰিছে চাহ বাগিচাত। ইতিমধ্যে উজনি অসমৰ…
অপ্ৰতিৰোধ্য কৰোনা : যোৱা দুটা দিনত ডিব্ৰুগড়ত ৬৯৭ গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত
প্ৰতিদিনে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অপ্ৰতিৰোধ্য গতিত কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে। যোৱা দুটা দিনত কেৱল ডিব্ৰুগড়তে প্ৰায় ৭০০ গৰাকী লোক কৰোনা…
অসম চিকিৎসা মহাবিদ্যালয়ত দুটা অক্সিজেন উৎপাদন প্ৰকল্প উদ্বোধন
কৰোনাৰ আতংকময় দ্বিতীয় ঢৌৱে দেশত মেডিকেল অক্সিজেনৰ নাটনি কৰাৰ সনয়তে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত দুটা অক্সিজেন উৎপাদন প্ৰকল্প উদ্বোধন কৰা হৈছে। বুধবাৰে…
তিনি দশকৰ পিছত ওভতিল আলফা(স্বা)ৰ শীৰ্ষ নেতা জীৱন মৰাণ, বৰ্তমান সেনাৰ জিম্মাত মৰাণ
আলফা(স্বা) সংগঠনৰ পৰা অব্যাহতি দিয়া শীৰ্ষ নেতা জীৱন মৰাণ অৱশেষত তিনিটা দশকৰ পিছত ওভতি আহিল মূলসুঁতিলৈ। এক বিশেষ সূত্ৰই কৰা দাবী অনুসৰি…
অ’এনজিচি কৰ্মচাৰী অপহৰণ কাণ্ডত জড়িত অসম আৰক্ষী : এজন কনিষ্টবলক গ্ৰেপ্তাৰ
অ’এনজিচিৰ তিনিগৰাকী কৰ্মচাৰী অপহৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অসম আৰক্ষীৰ এগৰাকী কনিষ্টবলক। সোমবাৰে শদিয়া আৰক্ষীয়ে অ’এনজিচিৰ কৰ্মচাৰী অপৰহণ…
ভ্ৰষ্ট লক্ষ্য! পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জাল কৰি গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ
স্নাতকোত্তৰ শ্ৰেণীৰ সকলো পৰীক্ষা বাতিল কৰাৰ বাবে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ পি কে কাকতিৰ চহী জাল কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰক গ্ৰেপ্তাৰ…
কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত
ৰাজ্যত মহামাৰী কোভিড১৯ৰ ক্ৰমবৰ্ধান সংক্ৰমণৰ পৰিপ্ৰেক্ষিত চৰকাৰে জিলা প্ৰশাসনক নতুন নিৰ্দেশনা আদি জাৰি কৰাৰ কৰ্তৃত্ব দিয়াৰ সমান্তৰালভাৱে উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান…
ডিব্ৰুগড়ত কোভিডত আক্ৰান্ত হৈ মৃত্যু অএনজিচিৰ অভিযন্তাৰ
কালান্তক কোভিডে প্ৰাণ কাঢ়ি নিলে অসমৰ এগৰাকী অভিযন্তাৰ। অএনজিচিৰ অভিযন্তা ৰাজীৱ হাজৰিকাই দেওবাৰে পুৱা ৯.২০ বজাত কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়।…