NORTHEAST NOW (Assamese)

Author: মিটু খাটনিয়াৰ

অসম

সাত সাগৰ তেৰ নদী পাৰ হৈ আমেৰিকাৰ বাণিজ্য মেলালৈ মাজুলীৰ এৰী বস্ত্ৰ

অচিৰেই  বিশ্ববাসীৰ আগত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী এৰী বস্ত্ৰ শিল্পৰ দ্বীপ হিচাপে চিনাকী লাভ কৰিব । ব্ৰহ্মপুত্ৰৰ বুকুৰ নদীদ্বীপক এৰী শিল্পজাত সামগ্ৰী…

মিটু খাটনিয়াৰ · April 26, 2019 2:22 pm
অসম

শ্ৰীলংকাৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমতো সতৰ্কতা

ভাৰতৰ চুবুৰীয়া ৰাজ্য শ্ৰীলংকাত ইছলামিক সন্ত্ৰাসবাদী সংগঠনে ধৰ্মীয় উপাসনা স্থল গীৰ্জাত ধাৰাবাহিক বিস্ফোৰণেৰে প্ৰায় তিনি শতাধিক লোকক হত্যা কৰাৰ পাছত একেধৰণৰ কূটাঘাতৰ…

এন ই নাও নিউজ · April 26, 2019 1:18 pm
অসম

বিৰাট কোহলি, ক্ৰিছ গেইলৰ খেল চাবলৈ সাজু তেজপুৰৰ ৮ হাজাৰ ক্ৰিকেট প্ৰেমী

তেজপুৰত একেলগে ৮ হাজাৰ ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিব আই পি এলৰ খেল। ক্ৰিকেট ষ্টেডিয়ামৰ দৰে একেই অনুভুতিৰে ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব আই পি…

এন ই নাও নিউজ · April 26, 2019 11:00 am
অসম

ৰঞ্জন গগৈৰ বিৰুদ্ধে চলা চক্ৰান্তৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে নিয়োগ কৰিলে প্ৰাক্তন ন্যায়াধীশক

ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিচাৰৰ বাবে উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰাক্তন ন্যায়াধীশ এ কে পাটনায়কক নিয়োগ কৰে। এটা শক্তিশালী…

এন ই নাও নিউজ · April 26, 2019 9:49 am
অসম

পুৱতি নিশা কলিয়াবৰত বাগৰিল তেল পৰিবাহী টেংকাৰ

বৃহস্পতিবাৰে পুৱতি নিশা ৩.১০ বজাত কলিয়াবৰৰ দাৰিগজিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন পেট্ৰল আৰু ডিজেল ভৰ্তি টেংকাৰ বাগৰি পৰে। তথ্যৰ পৰা…

ৰিদিপ শৰ্মা · April 26, 2019 7:45 am
অসম

আৰক্ষীয়ে বিচৰা ধন নিদিয়াৰ বাবে হাফলঙত স্বদেশীক বিদেশী সজাই অকথ্য হাৰাশাস্তি

হাফলঙৰ সীমা আৰক্ষী শাখাৰ বিষয়ববীয়াই দাবী কৰা ধন আদায় নিদিয়াৰ অপৰাধত বিদেশী সজোৱা হ’ল ল’ৱাৰ হাফলঙৰ দুখীয়া পৰিয়ালৰ ৰত্না মালাকাৰ নামৰ এগৰাকী…

পংকজ কুমাৰ দেব · April 25, 2019 9:14 pm
অসম

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল শিৱ থাপাৰ

বেংককত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি ব্ৰঞ্জৰ পদক দখল কৰে অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই। আজি অনুষ্ঠিত প্ৰতিযোগিতাখনৰ…

এন ই নাও নিউজ · April 25, 2019 7:51 pm
অসম

বিশ্বনাথত সংখ্যালঘু লোকক মাৰপিট কৰি জেল হাজোতত বিজেপি নেতা তপন হাজৰিকা

বিশ্বনাথ কাণ্ডৰ উত্তেজনা মাৰ নৌযাওতে পুনৰ বিশ্বনাথত বিজেপি নেতাৰ গুণ্ডাৰ আক্ৰমনৰ বলি হল নিৰীহ খাটি খোৱা ধৰ্মীয় সংখালঘু লোক। বিশ্বনাথ কাণ্ডৰ দৰে…

কাজি জেইদুল ইছলাম · April 25, 2019 6:47 pm
অসম

মাজুলীত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল মিচিং সাহিত্য সভাৰ ২৩ সংখ্যক অধিবেশন

আজিৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে মাজুলীত আৰম্ভ হৈছে সাহিত্য সভাৰ ২৩ সংখ্যক কেন্দ্ৰীয় অধিবেশন। মাজুলীৰ নতুন বজাৰৰ তৰুণ চন্দ্ৰ পামেগাম ক্ষেত্ৰত অনুষ্ঠিত হোৱা…

মিটু খাটনিয়াৰ · April 25, 2019 3:24 pm
অসম

কাৰ্বি আংলঙত অনুষ্ঠিত হোৱা পুনৰ ভোটগ্ৰহণত ৭০.৭৮ শতাংশ ভোটদান

স্বায়ত্ত শাসিত জিলা লোকসভা সমষ্টিৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ ১৩৬নং উজনি দিলাজী প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত বুধবাৰে সফলতাৰে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়।…

এন ই নাও নিউজ · April 24, 2019 9:16 pm