Author: দীপজ্যোতি শৰ্মা
ক’ৰ’নাৰ সন্ত্ৰাস শেষ হ’লেই অসমৰ ৰাজপথত চলিব পৰিবহন নিগমৰ ৭০০ খন নতুন বাছ
ৰাজ্যৰ পৰা ক’ৰ’না মহামাৰীৰ সংক্ৰমণ শেষ হ’লেই অসমৰ ৰাজপথত অসম ৰাজ্যিক পৰিবহন নিগমৰ ৭০০ খন নতুন বাছ চলোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে পৰিবহন…
প্ৰাক্তন বিজেপি আৰ পি শৰ্মাই দিলে ২০২১-ৰ নিৰ্বাচনত টিকত বঞ্চিত হ’বলগীয়া বিজেপিৰ প্ৰাৰ্থীৰ তালিকা
প্ৰাক্তন বিজেপি সাংসদ তথা ন কংগ্ৰেছী ৰাম প্ৰসাদ শৰ্মাই আগন্তুকত বিধানসভা নিৰ্বাচনত বিজেপিৰ ১৯ গৰাকী বিধায়ক দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ বিষয়ে…
অসমৰ বিভিন্ন প্ৰান্তত বিজেপিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতাৰণাবিৰোধী দিৱস
আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছে বিজেপি চৰকাৰৰ বানপানী নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি ব্যৰ্থ হোৱাৰ অভিযোগত প্ৰতাৰণাবিৰোধী দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰে। ইফালে, বিজেপি…
ৰিপুণ বৰাক উভটি ধৰিলে ৰঞ্জিত দাসে
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক উভতি ধৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ দাসে৷ bjpstandwithassam ট্ৰেণ্ডে টুইটাৰত খলকনি লগোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ…
সুৰাপায়ীসকল সাৱধান : আৱকাৰী বিভাগলৈ আহিছে অত্যাধুনিক এলক’পেট্ৰ’ল ব্ৰেথ এনালাইজাৰ
আইন ভংগ কৰি সুৰাপান কৰাসকল এতিয়া আগতকৈও সাৱধান হওক। এইবাৰ আৰু আইনৰ চকুত ধূলি দি সাৰি যোৱাতো সম্ভৱ নহ’ব। আৱকাৰী বিভাগলৈ আহিছে অত্যাধুনিক…
অসম ৰাজ্যিক মজদুৰ কংগ্ৰেছত নেতৃত্বকেন্দ্ৰিক সংঘাত
অসম ৰাজ্যিক মজদুৰ কংগ্ৰেছত আৰম্ভ হৈছে নেতৃত্বকেন্দ্ৰিক সংঘাত। ২৯ জুলাই ২০২০ত অনুষ্ঠিত সংবাদমেলক অসাংবিধানিক আখ্যা দিছে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে। ২৯ জুলাই…
লকডাউনৰ ফলাফল পাবলৈ আৰম্ভ কৰিছে গুৱাহাটীয়ে : পিযুষ হাজৰিকা
‘লকডাউনৰ ফলাফল গুৱাহাটীয়ে পাবলৈ আৰম্ভ কৰিছে। পূৰ্বতকৈ কমিছে আক্ৰান্তৰ সংখ্যা। গাঁও অঞ্চলত ক’ভিডৰ সংখ্যা বাঢ়িছে’, লায়নছ ক্লাবৰ বান সাহায্য মুকলি কৰি এই…
গুৱাহাটীৰ চাৰি গৰাকী শিক্ষাৰ্থীৰ প্ৰচেষ্টাত চন্দ্ৰপুৰ-ডিমৰীয়াৰ বানাক্ৰান্তক বান সাহায্য প্ৰদান
গুৱাহাটীৰ চাৰি গৰাকী শিক্ষাৰ্থীৰ প্ৰচেষ্টাত আজি চন্দ্ৰপুৰ আৰু ডিমৰীয়াৰ প্ৰায় ৩৫০ টা বানাক্ৰান্ত পৰিয়ালক বান সাহায্য প্ৰদান কৰা হয়। গুৱাহাটীৰ শিক্ষাৰ্থী ক্ৰমে…
১০ মাহে নিযুক্তিৰ পৰা বঞ্চিত হৈছে বিদেশী ন্যায়ধীকৰণৰ বাবে নিৰ্বাচিত ১৬০০ নিবনুৱা
২০১৯ বৰ্ষৰ ১৩ জুনত ওলোৱা বিজ্ঞাপনৰ ভিত্তিত নৱগঠিত ২০০ খন বিদেশী ন্যায়ধীকৰণৰ বাবে ১৬০০ নিৰ্বাচিত মেধাবী নিবনুৱা ১০ মাহে নিযুক্তিৰ পৰা বঞ্চিত হৈছে…
কংগ্ৰেছৰ পৰা মানুহ গুচি নাযায়, খেদি দিয়ে: কিৰিপ চলিহা
কংগ্ৰেছৰ পৰা কোনোবা মানুহ গুচি নাযায়, কংগ্ৰেছৰ পৰা মানুহ খেদি দিয়ে৷ খেদি দিয়ে সাধাৰণতে দলত থকা মানুহে৷ এক সাক্ষাৎকাৰত এই মন্তব্য কৰে…