NORTHEAST NOW (Assamese)

Author: দুলাল মিশ্ৰ

অভিমত

আহিছে হিমন্ত…নিবনুৱাৰ বাবে পুনৰ টেঙা আমৰ মোনাখন লৈ!

বিগত পাঁচটা বছৰত বিজেপিয়ে অসমবাসীক দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহৰ গৰিষ্ঠসংখ্যক প্ৰতিশ্ৰুতিয়েই পূৰণ কৰা নাই। বিশেষকৈ বান-গৰাখহনীয়াৰ সমস্যা, বিদেশীৰ সমস্যাকে ধৰি আন বহু গুৰুতৰ…

দুলাল মিশ্ৰ · March 24, 2021 7:31 pm
অভিমত

কিয় জবাবদিহি নহ’ব স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? ৰাজনীতিকে পতা মৃত্যুৰ ফান্দত ভৰি থৈছে নিৰীহ জনতাই

‘ৰজা’ হোৱাৰ বাসনাৰে  নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰাজনীতিকসকল সাধাৰণ মানুহৰ জীৱনকলৈ কিমান সজাগ সেই কথাৰ প্ৰমাণ এতিয়া জলজলপটপটকৈ পোৱা গৈছে। বিজেপি, কংগ্ৰেছ কিম্বা…

দুলাল মিশ্ৰ · March 20, 2021 12:31 pm
অসম

সন্দেহৰ কলীয়া ডাৱৰ: এই সমষ্টিটোত দুৰ্গ ৰক্ষা কৰিব পাৰিবনে বিজেপিয়ে?

ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি দলে ২০২১ৰ বিধানসভা নিৰ্বাচনত ১০০+ আসন লাভ কৰিব বুলি কৈ আহিছে যদিও বহু কেইটা সমষ্টি এইবাৰ গেৰুৱা দলটোৰ হাতৰ…

দুলাল মিশ্ৰ · March 14, 2021 5:52 pm
অসম

চৰকাৰ ক’ত? গৃহ নিৰ্মাণ সামগ্ৰী, ইন্ধনৰ মূল্যবৃদ্ধিত কোঙা জনতা, সীতাৰমণে কথা নাৰাখিলে নেকি?

বনিয়াক সন্তুষ্ট কৰাতে ব্যস্ত থকা বিজেপি চৰকাৰ খনে দেশত মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ কৰা  নাই। ৰাজ্যই ৰাজ্যই কেৱল কিছুসংখ্যক…

দুলাল মিশ্ৰ · February 20, 2021 3:19 pm
অসম

কংগ্ৰেছ-এআইইউডিএফৰ সৈতে AJP ক মিত্ৰতাত আৱদ্ধ কৰোৱাত কিমান সফল হ’ব সাংসদ অজিত কুমাৰ ভূঞা?

পৰিবৰ্তনৰ সপোন দেখুৱাই ৰাজ্যৰ শাসনৰ বাঘজৰী হাতত লোৱা বিজেপিৰ ৰাজনৈতিক অংগীকাৰ সমূহ এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। ২৬ লাখ নিৱনুৱাৰ নিযুক্তি, বান…

দুলাল মিশ্ৰ · October 4, 2020 3:44 pm
অসম

জাতীয় স্বাৰ্থত জাতীয় সংগঠন সমূহ কিয় একত্ৰিত হ’ব পৰা নাই? শিল্পী মহেন্দ্ৰ হাজৰিকাৰ ক্ষোভ

১৯৮০ চনৰে পৰা স্বদেশ আৰু স্বজাতিৰ গীত গাই মানুহক জগাই অহা শিল্পী মহেন্দ্ৰ হাজৰিকা আজি ব্যথিত, আশাহত। ভাবিছিল কিবা এটা পৰিৱৰ্তন হব,…

দুলাল মিশ্ৰ · September 27, 2020 3:27 pm
অসম

আশাহীন আশা কৰ্মী: বিজেপিৰ নিৰ্বাচনী অংকত আউল লগাব হিমন্তৰ ৩২ হাজাৰ কোভিড যোদ্ধাই!

যি কোভিড যোদ্ধাক সাৰথি কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিডৰ  বিৰুদ্ধে যুদ্ধ কৰিছে সেই সকল কোভিড যোদ্ধাৰ মাজৰে ৩২ হাজাৰ যোদ্ধাই…

দুলাল মিশ্ৰ · September 25, 2020 2:34 pm
অসম

বিজেপি চৰকাৰৰ নিবনুৱাক ললিপপ: চাকৰি প্ৰাৰ্থীৰ বয়স বঢ়াওক চাৰি ৪ বছৰ কমালেহে!

বিগত বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ২৬ লাখ নিবনুৱাক চাকৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল বৰ্তমানৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ এই…

দুলাল মিশ্ৰ · September 5, 2020 7:32 pm
অসম

মন্ত্রী-বিধায়কৰ কথা নুশুনে ৰাইজে; চেলিব্ৰেটি ব্ৰেণ্ড এম্বেছাডৰৰ ওপৰতেই ভৰসা চৰকাৰৰ!

বহুতৰে বাবে গা বেজ বেজাই যোৱা কথা যেন লাগিলেও এয়া সঁচা যে বহু মন্ত্ৰী-বিধায়কৰ কথা এতিয়া বিশ্বাসত নোলোৱা হৈছে ৰাইজে। কালান্তক বানৰ…

দুলাল মিশ্ৰ · August 9, 2020 9:33 am
অসম

স্বাস্থ্য মন্ত্ৰী হিমন্তৰ অত্যধিক আত্মপ্ৰচাৰে উৎসাহিত কৰিব পৰা নাই নেকি কোভিড যোদ্ধাক?

বিশ্বৰ লগতে অসমতো চলিছে কাল ক’ৰ’ণাৰ সংহাৰ। ক’ৰ’ণাৰ বিৰুদ্ধে ঘোষিত যুদ্ধখনত আগভাগ লৈছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মন্ত্ৰী হিচাবে এয়া তেওঁৰ দায়িত্ব, সেয়া…

দুলাল মিশ্ৰ · July 27, 2020 3:01 pm