NORTHEAST NOW (Assamese)

Author: দুৰ্লভ গগৈ

অসম

ধুমুহা-বৰষুণতো কৰ্তব্য পালন কৰা জোৱান মিঠুন দাসক সম্বৰ্ধনা আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ

ধুমুহা-বৰষুণ সত্ত্বেও উন্মুক্ত প’ডিয়ামত থিয় হৈ অবিচলভাৱে কৰ্তব্য পালন কৰি সকলোৰে দৃষ্টি কঢ়া যান-বাহন আৰক্ষীৰ জোৱান মিঠুন দাসক আজি সম্বৰ্ধনা জনায় গুৱাহাটীৰ…

দুৰ্লভ গগৈ · April 2, 2019 6:09 pm
অসম

কংগ্ৰেছ-বিজেপিৰ সৈতে সম্পৰ্ক থকা ৭০০-ৰো অধিক পেইজ, একাউণ্ট ডিলিট কৰিলে ফেইচবুকে

আগন্তুক নিৰ্বাচনৰ পৃষ্ঠভূমিত ভাৰতৰ ৰাজনীতিক প্ৰভাৱিত কৰাৰ পৰা ফেইচবুক প্লেটফ’ৰ্মক যথাসম্ভৱ দূৰত ৰখাৰ পন্থা হিচাপে ভাৰতৰ পৰা চালিত ৭০০ –ৰো অধিক পেইজ…

দুৰ্লভ গগৈ · April 1, 2019 11:23 pm
অসম

ডিটেইনশ্যন কেম্পৰ গোচৰ : জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানাৰ পৰা কথমপি ৰক্ষা অসমৰ মুখ্য সচিব আলোক কুমাৰৰ

ডিটেইনশ্যন কেম্প আৰু বিদেশীৰ তথ্য সম্পৰ্কীয় এখন শপতনামাৰ প্ৰসংগত আজি সৰ্বোচ্চ ন্যায়ালয়ে অভূতপূৰ্ব কঠোৰতম ভাষাত সকীয়াই দিছে ৰাজ্যখনৰ মুখ্য সচিব আলোক কুমাৰক।…

দুৰ্লভ গগৈ · April 1, 2019 5:47 pm
অসম

আকৌ চলিব পাৰে ৰাজেন গোহাঁইৰ ৰে’ল; আদালতৰ সকাহৰ পিছতে মনোনয়ন পত্ৰ সংগ্ৰহ

সম্পূৰ্ণ নিৰ্বাপিত হোৱা নাই বিজেপিৰ জ্যেষ্ঠ সাংসদ তথা ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰাৰ্থিত্ব পোৱাৰ আশা। ২৫ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ে মন্ত্ৰীজনক…

দুৰ্লভ গগৈ · March 25, 2019 6:47 pm
অসম

গুৱাহাটী সমষ্টিক লৈ কংগ্ৰেছ নেতৃত্বই এতিয়াও আন্ধাৰত ৰাখিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীক

গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ নামক লৈ বাৰে বাৰে সলনি হৈছে ৰাজনৈতিক মহলৰ “পূৰ্বানুমান”। এইবাৰ আহিছে ববিতা শৰ্মাৰ নাম চূড়ান্ত হোৱাৰ “বিশ্বস্ত খবৰ”।…

দুৰ্লভ গগৈ · March 22, 2019 10:42 pm
অসম

হঠাতে নীৰৱ হৈ গ’ল মন্ত্ৰী হিমন্ত! ‘নতুন দল’টোত প্ৰথমবাৰৰ বাবে অপমানিত বোধ কৰিলে নেকি?

নিজেই যি বিচাৰে তাকে কৰিব পাৰে, ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক পুৰস্কৃত কৰিবলৈ যিকোনো সময়তে সাজু থাকে বুলি ভবা অসমৰ শক্তিশালী মন্ত্ৰী হিমন্ত বিশ্বই…

দুৰ্লভ গগৈ · March 20, 2019 8:31 am
অৰুণাচল

চীনা সীমাত থকা এগৰাকী ভোটাৰৰ মতদান ল’বলৈ বাটকুৰি বাই যাব নিৰ্বাচনী বিষয়াৰ দল

লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চীনা সীমাত থকা অৰুণাচল প্ৰদেশৰ এটা ভোটকেন্দ্ৰৰ কাহিনীয়ে গণতন্ত্ৰৰ সৌন্দৰ্য্যক তুলি ধৰা দেখা গৈছে। অৰুণাচল প্ৰদেশৰ অনজ…

দুৰ্লভ গগৈ · March 18, 2019 9:35 pm
অসম

বৰপেটাত মাত্ৰ এবাৰ জয়ী; ধুবুৰী সমষ্টিত সফলতাৰ মুখ দেখা নাই অগপই

ৰাজ্যখনত আঞ্চলিকতাবাদৰ ৰাজনীতিৰ ধ্বজাবাহী অগপই ৰাষ্ট্ৰীয়তাবাদী বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰি আসন বুজাবুজিত ৰাজ্যৰ ১৪টা সমষ্টিৰ ভিতৰত জয়ৰ সম্ভাৱনা নথকা ৩টা সমষ্টিহে…

দুৰ্লভ গগৈ · March 16, 2019 9:04 pm
অসম

প্ৰথমবাৰৰ বাবে হিমন্ত বিশ্বক আক্ৰমণ সাংসদ গৌৰৱ গগৈৰ, “আৰ এছ এছৰ লগ লাগি অসমক অশান্ত কৰাৰ চেষ্টা কৰিছে হিমন্তই”

‘মুখ্য মন্ত্ৰী হোৱাৰ স্বপ্নতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছৰ লগ লাগি অসমক অশান্ত কৰাৰ চেষ্টা কৰিছে’ বুলি ৰাজহুৱাভাৱে কৈ আজি…

দুৰ্লভ গগৈ · January 16, 2019 8:24 pm
অসম

মহানগৰবাসীলৈ মাইকযোগে সতৰ্কবাণী প্ৰেৰণ অভিযান গুৱাহাটী পৌৰ নিগমৰ

মহানগৰীত বাস কৰা তথাকথিত সভ্য নাগৰিকসকলক তেওঁলোকৰ ‘লেতেৰা’ স্বভাৱৰ বাবে সতৰ্কবাণী প্ৰেৰণ কৰিব লগীয়াৰ দৰে দুৰ্ভাগ্যজনক পদক্ষেপ ল’ব লগীয়া হ’ল গুৱাহাটী পৌৰ…

দুৰ্লভ গগৈ · December 29, 2018 3:00 pm