Author: ছাজিদ খান
ওৰাঙৰ পৰা ওলাই অহা এফ-০৩ নামেৰে চিহ্নিত বাঘিনীক কৰায়ত্ব কৰাত ব্যৰ্থ বন বিভাগ
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহি ৰৌতাৰ ওচৰৰ বৰোবাজাৰ এলেকাৰ কাষৰ হাবিত ২০১৭ চনৰ পৰা আশ্ৰয় লৈ থকা এজনী ১২ বছৰীয়া ৰয়েল…
ওদালগুৰিত পুনৰ বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন লোকৰ
ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড় চাহ বাগিচাৰ সমীপৰ সাতঘৰীয়া গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱায়। মঙলবাৰে…
ওদালগুৰিৰ টংলাত ধৰ্মীয় পৰম্পৰাৰে ষট পূজাৰ আয়োজন
সূৰ্য দেৱতা আৰু তেওঁ পত্নী সন্ধ্যাদেৱীৰ প্ৰতি ভক্তি অৰ্ঘ্য নিৱেদনৰ সম্পূৰ্ণ ধৰ্মীৰ পৰম্পৰাৰে আজি সমগ্ৰ দেশৰ লগতে অসমতো পালিত হৈছে ষট পূজা। …
জনজাতিকৰণ নোহোৱালৈকে অব্যাহত থাকিব আমাৰ প্ৰতিবাদ : কোচ ৰাজবংশী সন্মিলনী
কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী প্ৰসংগত পুনৰ এবাৰ উত্তাল হৈ পৰিল ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা। সোমবাৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নেতৃত্বত…
ইজনৰ পিছত সিজনকৈ আলফালৈ গৈছে অসমীয়া যুৱক; ওদালগুৰিৰ তিনিজনৰ আলফা (স্বাঃ)ত যোগদান
ৰাজ্যত এক অশান্তিকৰ ৰাজনৈতিক বাতাবৰণ চলি থকাৰ সময়তে অসমৰ বহু যুৱকে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা (স্বাঃ))ত যোগ দিয়া খবৰে অস্বস্তিত পেলাইছে…
তিনিচুকীয়া গণহত্যাৰ প্ৰতিবাদত শান্তি সমদল, জোঁৰ সমদল
তিনিচুকীয়াৰ গণহত্যাৰ প্ৰতিবাদত ২ অক্টোবৰ শুকুৰবাৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ওদালগুৰিৰ জনসাধাৰণ ৰাজপথলৈ ওলাই আহি এই ঘৃণনীয় কাৰ্যৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত…
ওদালগুৰিত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল নেশ্যনেল পায়নিয়াৰ জুনিয়ৰ কলেজ
ওদালগুৰিৰ কেইজনমান উদ্যোগী যুৱকে শনিবাৰে ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি ইণ্টাৰ স্কুল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ‘চিগমা’ বেনাৰৰ সহায়ত অনুষ্ঠিত…
হাতী মানুহৰ সংঘাত : ওদালগুৰিত হাতীৰ গচকত মহিলা নিহত
ওদালগুৰিৰ ভাৰত-ভুটান সীমান্তৰ গাঁওসমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। সীমান্ত এলেকাত বাস কৰা মানুহৰ মাজত বনৰীয়া হাতীয়ে চলাই আহিছে সন্ত্ৰাসৰ ৰাজত্ব। ২২ অক্টোবৰ…
বিটিচিৰ কাৰ্যবাহী সদস্য বঞ্জাৰ দৈমাৰীলৈ ‘ড০ এ পি জে আব্দুল কালাম এক্সিলেন্স এৱাৰ্ড’
বিটিচিৰ কাৰ্যবাহী সদস্য বঞ্জাৰ দৈমাৰীলৈ আগবঢ়োৱা হৈছে ‘ড০ এ পি জে আব্দুল কালাম এক্সিলেন্স এৱাৰ্ড ২০১৮’। আজি দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত…
নাম নাই এন আৰ চিত! টংলাত হতাশাত আত্মহত্যাৰ পথ বাছি ল’লে শিক্ষকে
এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নহাৰ বাবে হতাশাগ্ৰস্ত হৈ আজি আবেলি প্ৰায় ৪.৩০ মান বজাত টংলাৰ জালুকবাৰী ৰে’লৱে কোৱাৰ্টাৰত ভাৰাতীয়া হিচাপে…