Author: ছাজিদ খান
টংলাত নৈত ওপঙি থকা অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ
টংলা আৰক্ষীয়ে চহৰৰ নাইকা দলঙৰ তলত নৈত ওপঙি থকা অৱস্থাত এজন মধ্যবয়সীয়া লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে। লোকজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা…
ভাৰ্চুৱেল পৃথিৱীতে আৱদ্ধ বি টি চি নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান
বহু প্ৰত্যাশিত বি টি চি নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব সেয়া এতিয়াও অনিশ্চিত হৈয়েই ৰৈছে। মহামাৰী ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে এতিয়া বি টি…
শিক্ষয়িত্ৰী নয়নতৰা হত্যাৰ নতুন মোৰ, আৰক্ষীৰ জালত স্বামী- পুত্ৰসহ চাৰিজন অভিযুক্ত
ক’ৰ’ণাতংকৰ মাজতে ৰাজ্যক জোকাৰি যোৱা কলাইগাওঁৰ হাইস্কুল শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াৰ হত্যাৰ ঘটনাই নতুন মোৰ লৈছে। ৬ জুলাইৰ দিনা প্ৰাতঃ ভ্ৰমণ কৰিবলৈ ওলাই…
হাতী আৰু মানুহৰ সংঘাত; ওদালগুৰিত ৯০ বছৰীয়া বৃদ্ধাৰ কৰুণ মৃত্যু
বিটিএডিৰ ভাৰত-ভূটান সীমান্তত হাতী আৰু মানুহৰ মাজত সংঘাত অব্যাহত আছে। বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী ৯০ বছৰীয়া বৃদ্ধাৰ মৃত্যু…
কলাইগাঁৱত অভিযান্ত্ৰিকৰ ছাত্ৰৰ আত্মহত্যা
এগৰাকী ২২ বছৰীয়া ছাত্ৰই বুধবাৰে ওদালগুৰি জিলাৰ কলাইগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বেলতলা গাঁৱত “আত্মহত্যা” কৰিছে। জানিব পৰা মতে প্ৰেমিকাৰ সৈতে যুৱকজনৰ শেহতীয়াকৈ…
ওডালগুৰিত দুই পৃথক স্থানৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-সস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ
ওডালগুৰি আৰক্ষীয়ে যোৱা নিশা জিলাখনৰ দুটা পৃথক পৃথক স্থানৰ পৰা বৃহৎ পৰিমাণৰ আগ্নায়েস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ওডালগুৰি আৰক্ষীয়ে ওডালগুৰি আৰক্ষী থানাৰ…
ওদালগুৰিৰ উপায়ুক্ত ক’ভিড-১৯ পজিটিভ
ওদালগুৰিৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া বৃহস্পতিবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ক’ভিড পজিটিভ চিনাক্ত হোৱা ঘৰফলীয়াই অসমৰ প্ৰথম উপায়ুক্ত। জানিব পৰা মতে তেওঁ…
ওদালগুৰিৰ মাজবাট কলেজৰ কোৱাৰেন্টাইন চেন্টাৰত থকা একাংশ লোকে চলালে উদ্ভণ্ডালি
মাজবাট কলেজৰ কোৱাৰেন্টাইনত থকা একাংশ লোকে শুকুৰবাৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। চেন্টাৰটোত থকা তিনিজন লোকৰ কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত তেওঁলোকক…
লক্ষ্য চীন! ভাৰতীয় বায়ুসেনাই অসমলৈ আনিছে Chinook হেলিকপ্টাৰ
ভাৰতীয় বায়ুসেনা (আই এ এফ)ই নতুনকৈ অন্তৰ্ভুক্ত কৰা বোয়িং Chinook হেলিকপ্টাৰ অসমৰ মোহনবাৰী বিমানঘাটিলৈ অনা হৈছে। সূত্ৰসমূহে কয় যে এই পদক্ষেপ গুৰুত্বপূৰ্ণ…
ছাত্ৰনেতাৰ পৰা সক্ৰিয় ৰাজনীতিলৈ; আনুষ্ঠানিকভাৱে য়ুপিপিএলত যোগদান প্ৰমোদ বড়োৰ
নিখিল বড়ো ছাত্ৰ সন্থা (আবছু)ৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে চিৰাং জিলাৰ বিজনীত শুকুৰবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে য়ুপিপিএলত যোগদান কৰে। বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত সক্ৰিয়…